বৰ্জিত পানীৰ প্ৰকাৰ |
গোন্ধ আছে/নাই |
মিহলি হৈ থকা দূষিতকাৰক দ্ৰব্য |
পানীখিনি গৈ জমাহোৱা স্থান |
যদি পুনৰ অন্য কামত ব্যৱহাৰ কৰিব পাৰি, কামটো উল্লেখ কৰা |
শাক-পাচলি ধোৱা পানী |
আছে |
শাক-পাচলিৰ পেলনীয়া অংশ |
বাৰীৰ চুকৰ দ স্থানত |
ফুলৰ টাব, গছৰ গুৰিত দিয়া কামত |
মাছ-মাংস ধোৱা পানী |
|
|
|
|
বাচন ধোৱা পানী |
|
|
|
|
কাপোৰ আওডালা পানী |
|
|
|
|
মুখ ধোৱা পানী |
|
|
|
|
গা-ধোৱা পানী |
|
|
|
|
গাড়ী-মটৰ ধোৱা পানী |
|
|
|
|
অন্যান্য কামত ব্যৱহাৰ কৰা পানী |
|
|
|
|
বৰ্জিত পানীৰ প্ৰকাৰ | গোন্ধ আছে/নাই | মিহলি হৈ থকা দূষিতকাৰক দ্ৰব্য | পানীখিনি গৈ জমাহোৱা স্থান | যদি পুনৰ অন্য কামত ব্যৱহাৰ কৰিব পাৰি, কামটো উল্লেখ কৰা |
শাক-পাচলি ধোৱা পানী | আছে | শাক-পাচলিৰ পেলনীয়া অংশ | বাৰীৰ চুকৰ দ স্থানত | ফুলৰ টাব, গছৰ গুৰিত দিয়া কামত |
মাছ-মাংস ধোৱা পানী | আছে | মাছ-মাংসৰ পেলনীয়া অংশ | বাৰীৰ চুকৰ দ অংশ তথা নলা-নৰ্দমাত | গছৰ গুৰিত দিয়া কামত |
বাচন ধোৱা পানী | আছে | চাবোনপানী আৰু আমাৰ খাদ্যৰ অংশ , চৰ্বী আৰু তেলজাতীয় পদাৰ্থ | বাৰীৰ চুকৰ দ অংশ তথা নলা-নৰ্দমাত | নোৱাৰি |
কাপোৰ আওডালা পানী | আছে | চাবোনপানী আৰু কাপোৰত জমা হোৱা বিভিন্ন ধূলি-বালি তথা মলি | বাৰীৰ চুকৰ দ অংশ তথা নলা-নৰ্দমাত | মুচিবলৈ |
মুখ ধোৱা পানী | আছে | মুখৰ ভিতৰত লাগি থকা খাদ্যৰ টুকুৰা বা দাঁতত লাগি থকা খাদ্যৰ অংশ | বাৰীৰ চুকৰ দ অংশ তথা নলা-নৰ্দমাত | নোৱাৰি |
গা-ধোৱা পানী | আছে | চাবোন পানী আৰু গাৰ মলি | বাৰীৰ চুকৰ দ অংশ তথা নলা-নৰ্দমাত | নোৱাৰি |
গাড়ী-মটৰ ধোৱা পানী | আছে | গাড়ী-মটৰত লাগি থকা লেতেৰা ,ধূলি-বালি ,বোকা | বাৰীৰ চুকৰ দ অংশ তথা নলা-নৰ্দমাত , নদীত | নোৱাৰি |
অন্যান্য কামত ব্যৱহাৰ কৰা পানী | আছে | পৰিৱেশত বিভিন্ন কামত ব্যৱহাৰ কৰা বস্তুৰ লগত লাগি যোৱা লেতেৰা | বাৰীৰ চুকৰ দ অংশ তথা নলা-নৰ্দমাত |
নোৱাৰি |
Thank you so much
ReplyDelete