অনুশীলনী 1.2
1. তলৰ ৰোমান সংখ্যাবোৰক দশমিকত লিখা -
(a) LX
(b) XLIX
(c) CVII
(d) XCIX
(e) MCD
(f) LXXV
(g) MCM
(h) MMIV
(i) DCLXIV
(j) CCLXIX
(k) DCLXX
(l) MMMDCLXV
(m) MMCCCXIV
সমাধানঃ
(a) LX = 60
(b) XLIX = 49
(c) CVII = 107
(d) XCIX = 99
(e) MCD = 1400
(f) LXXV = 75
(g) MCM = 1900
(h) MMIV = 2004
(i) DCLXIV = 664
(j) CCLXIX = 269
(k) DCLXX = 670
(l) MMMDCLXV = 3665
(m) MMCCCXIV = 2314
2. ৰোমান সংখ্যাংকত লিখা -
(a) 54
(b) 79
(c) 94
(d) 149
(e) 348
(f) 576
(g) 990
(h) 1250
(i) 6179
(j) 10450
(k) 100000
(l) 215678
(m) 650752
সমাধানঃ
3. তলৰ কোনটো সংখ্যাংক ভূল বা শুদ্ধ (✓ ) বা (❌ ) চিন দিয়া ৷
(a) XV
(b) VL
(c) MMM
(d) LM
(e) XXIX
(f) CLVX
(g) VVIX
(h) MCDIX
(i) LLIV
(j) XVL
(k) DDLI
(l) XXXVII
সমাধানঃ
(a) XV = ✓
(b) VL = ❌
(c) MMM = ✓
(d) LM = ❌
(e) XXIX = ✓
(f) CLVX = ❌
(g) VVIX = ❌
(h) MCDIX = ✓
(i) LLIV = ❌
(j) XVL = ✓
(k) DDLI = ❌
(l) XXXVII = ✓
4. মাজৰ বাকচত >, = বা < চিন দিয়া -
(a) XLIX ☐ 49
(b) 8 ☐ XII
(c) CC ☐ 200
(d) XCIX ☐ 990
(e) 690 ☐ DCLX
(f) 1900 ☐ MCMXC
(g) 60010 ☐ LXX
(h) MCD ☐ 400
(i) MCM ☐ CMM
5. ৰোমান সংখ্যাংকত যোগফল লিখা -
(i) XII + XIX + LXX
(ii) DCL + CC + XVII
(iii) MCML + MCM + LXXX
সমাধানঃ
(i) XII + XIX + LXX = CI
(ii) DCL + CC + XVII = DCCCLXVII
(iii) MCML + MCM + LXXX = MMMCMXXX
6. ৰোমান সংখ্যাংকত লিখাৰ পাঁচটা নিয়ম বৰ্ণনা কৰা ৷
উত্তৰঃ ৰোমান সংখ্যাংকত লিখাৰ পাঁচটা নিয়ম তলত বৰ্ণনা কৰা হ'লঃ
(ক) এটা সৰু অংক ডাঙৰ অংক এটাৰ সোঁহাতে বহুৱালে সৰু অংকটো ডাঙৰ অংকটোৰ লগত যোগ হ'ব ৷ যেনে -
VI = 5 + 1 = 6
VII = 5 + 1 + 1 = 7
XI = 10 + 1 = 11
LX = 50 + 10 = 60
(খ) এটা সৰু অংক ডাঙৰ অংক এটাৰ বাওঁফালে বহুৱালে সৰু অংকটো সদায় সোঁহাতৰ ডাঙৰ অংকটোৰ পৰা বিয়োগ হয় ৷ যেনে -
IV = 5 - 1 = 4
IX = 10 - 1 = 9
CD = 500 - 100 = 400
(গ) V, L আৰু D অংককেইটাৰ পুনৰাবৃত্তি নহয় ৷ যেনে - VV, LL, DD আদি লিকাটো ভুল ৷
(ঘ) V, L, D আৰু M অংককেইটা কাৰোপৰা বিয়োগ নহয় ৷ অৰ্থাৎ 95 ক VC হিচাবে লিকা নহয় ৷ সেইদৰে 45 ≠ VL , LM = 950
(ঙ) তলৰ প্ৰতিযোৰ সংখ্যাৰ বাওঁহাতৰ অংকটো সোঁহাতৰ অংকটোৰ পৰা মাত্ৰ এবাৰহে বিয়োগ কৰিব পাৰি ৷
(I , V ), (I, X), (X, L), (X, C ), (C, D), (C, M)
7. 40 তকৈ সৰু যিকোনো সংখ্যা লিখিবলৈ কেইটা বিভিন্ন ৰোমান অংকৰ প্ৰয়োজন ?
সমাধানঃ 40 তকৈ সৰু যিকোনো সংখ্যা লিখিবলৈ ৩ টা বিভিন্ন ৰোমান অংকৰ প্ৰয়োজনঃ
I , V , X
8. 0, 1, 5, 2 আৰু 9 অংককেইটাক এবাৰকৈ লৈ লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যা দুটা -
(i) ভাৰতীয় - আৰৱীয় সংখ্যাংকত লিখা ৷
(ii) ৰোমান সংখ্যাংকত লিখা ৷
উত্তৰঃ প্ৰদত্ত অংককেইটা 0, 1, 5, 2, 9
(i) ভাৰতীয় - আৰৱীয় সংখ্যাংকত হ'বঃ
ডাঙৰ সংখ্যা 95210
সৰু সংখ্যা 10259
(ii) ৰোমান সংখ্যাংকতঃ
ডাঙৰ সংখ্যাঃ
সৰু সংখ্যাঃ
9. খালী ঠাই পূৰোৱা -
(i) ৰোমান পদ্ধতিত মুঠ অংক ____ টা ৷
(ii) ভাৰত - আৰৱ পদ্ধতিত মুঠ অংক ___ টা ৷
(iii) ভাৰত - আৰৱ পদ্ধতিত মুঠ শূণ্য ____ টা ৷
(iv) ভাৰত আৰৱ পদ্ধতিত একক ____ ৷
উত্তৰঃ
(i) ৰোমান পদ্ধতিত মুঠ অংক 7 টা ৷
(ii) ভাৰত - আৰৱ পদ্ধতিত মুঠ অংক 10 টা ৷
(iii) ভাৰত - আৰৱ পদ্ধতিত মুঠ শূণ্য 1 টা ৷
(iv) ভাৰত আৰৱ পদ্ধতিত একক আছে ৷
10. তলৰ আঁচ টনা অংকবোৰৰ স্থানমান লিখা -
4739
, 70110, 21567, 7012003, 214567,
উত্তৰঃ
4739 = 7 ✖ 100 = 700
70110 = 0 ✖ 1000 = 0
21567, = 5 ✖ 100 = 500 , 7 ✖ 1 = 7
7012003, = 7 ✖ 1000000 = 7000000 , 2 ✖ 1000 = 2000
214567, = 2 ✖ 100000 = 200000 , 4 ✖ 1000 = 4000 , 7 ✖ 1 = 7
79640312 = 6 ✖ 100000 = 600000 , 0 ✖ 1000 = 0 , 1 ✖ 10 =10
4110021, = 4 ✖ 1000000 = 4000000 , 1 ✖ 10000 = 10000 , 2 ✖ 10 = 20
456789, = 6 ✖ 1000 = 6000 , 9 ✖ 1 = 9
200100100 = 1 ✖ 100000 = 100000 , 0 ✖ 1000 = 0 , 0 ✖ 10 = 0
11. দুই ধৰণে বিস্তাৰ কৰা -
[ যেনে 4172 = 4 x 10^3 + 1 x 10^2 + 7 x 10 + 4 = 4 হেজাৰ 1 শঃ 7 দহ 2 ]
678, 9124, 21401, 531562, 2340132, 111111111
11.
দুই ধৰণে বিস্তাৰ কৰা-
[যেনেঃ 4172 = 410 + 1x102 + 7x10 + 4 = 4 হাজাৰ 4 শ 4 দহ 4]
678, 9124, 21401, 531562, 2340132, 111111111
12. ভাৰতীয় পদ্ধতিত কমা দি পঢ়া আৰু লিখা-
2134 , 76429, 301794, 39461045, 72100739, 91704562
সমাধানঃ
2134 =2,134 = দুইহাজাৰ এশ চৌত্রিশ
76429 = 76, 429 = ছয়সত্তৰ হাজাৰ চাৰিশ উনত্রিশ
301794 = 3, 01, 794 = তিনিলাখ একহাজাৰ সাতশ চৌৰানৱৈ
39461045 = 3,94,61,045 = তিনিকোটি চৌৰানৱৈ লাখ এষষ্ঠি হাজাৰ পঞ্চলিছ।
72100739 =7,21,00,739 = সাতকোটি একৈশ লাখ সাতশ ঊনচল্লিছ।
91704562 = 9,17,04,562 = নকোটি সােতৰ লাখ চাৰিহাজাৰ পাচশ বাষষ্ঠি
13. আন্তৰ্জাতিক পদ্ধতিত কমা দি লিখা -
20435, 779662, 2179457, 3433452, 214597062
উত্তৰঃ 20,435,
779662, 2179457, 3433452, 214597062
14. (i) চাৰিটা অংকৰে গঠিত বৃহত্তম সংখ্যাটোৰ পৰবৰ্তী সংখ্যাংকটো কি ?
উত্তৰঃ 10000
(ii) ছয়টা অংকৰে গঠিত ক্ষুদ্ৰতম সংখ্যাংকটো কি ? ই পাঁচটা অংকৰে গঠিত বৃহত্তম সংখ্যাংকটোৰ পৰবৰ্তী সংখ্যাংকটোৰ সমান হ'বনে ?
( প্ৰশ্নটোৰ উত্তৰ ভাৰত-আৰৱীয় সংখ্যাংকত লিখিবা ৷ ইয়াত সংখ্যাকবোৰ স্থানমান পদ্ধতিত থকাটো বুজাইছে ৷ উদাহৰণ স্বৰূপে 99^9 সংখ্যাটো এই পদ্ধতিত নাই )
উত্তৰঃ ছয়টা অংকৰে গঠিত ক্ষুদ্ৰতম সংখ্যাংকটো হ'ল 100000
পাঁচটা অংকৰে গঠিত বৃহত্তম সংখ্যাংকটোৰ পৰবৰ্তী সংখ্যাংকটো হ'ল 99999 + 1 = 100000
গতিকে , পাঁচটা অংকৰে গঠিত বৃহত্তম সংখ্যাংকটোৰ পৰবৰ্তী সংখ্যাংকটোৰ লগত ই সমান হ'ব ৷
Please don't use spam link in the comment box.