POLITICAL SOLVED PAPERS - PART A - 2014
CONTEMPORARY WORLD POLITICS ( সমসাময়িক বিশ্ব ৰাজনীতি )
1. তলত দিয়াবোৰৰ উত্তৰ লিখা :
a. গোষ্ঠী -নিৰপেক্ষ আন্দোলন ( NAM ) ৰ প্ৰথম শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল ?
b. বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া ৷
c. ASEAN -ৰ সম্পৰ্ণ ৰূপটো লিখা ৷
d. বাৰ্লিন প্ৰাচীৰ কোন চনত ভগা হৈছিল ?
e. ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব - প্ৰধানগৰাকীৰ নাম কি ?
f. ৰায় ' সন্মিলনে ' কাৰ্যসূচী 21 ' নামেৰে বিকাশমূলক কাৰ্যপন্থাৰ এক তালিকাৰ পৰামৰ্শ আগবঢ়াইছিল ৷ ( শুদ্ধ অথবা অশুদ্ধ লিখা )
2. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য কেতিয়া আৰু কিয় আৰম্ভ হৈছিল ?
3. পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত পাৰ্থক্য কি ?
4. ' দ্ৱিতীয় বিশ্ব ' মানে কি বুজা ?
5. দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰ শক্তি আৰু অক্ষীয় শক্তি বুলিলে কি বুজা ?
6. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত _____ খন স্থায়ী আৰু ______ খন অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে ৷
7. ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা আৰু সংঘাতৰ এটাকৈ দিশ লিখা ৷
8. ' বিশ্বজনীন উমৈহতীয়া ' মানে কি ? ' বিশ্বজনীন উমৈহতীয়া 'ৰ ৰক্ষণা-বেক্ষণৰ বাবে তিনিটা ব্যৱস্থাৰ পৰামৰ্শ দিয়া ৷
9. ছোভিয়েট ইউনিয়নৰ পৰা নতুনকৈ উদ্ভৱ হোৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থা সম্পৰ্কে চমু টোকা লিখা ৷
10. নতুন আন্ত : ৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলৰ বিষয়ে চমুকৈ লিখা ৷
11. ইউৰোপীয় সংঘৰ প্ৰভাৱৰ দুটা প্ৰধান ক্ষেত্ৰৰ বিষয়ে লিখা ৷
12. নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ যুক্তি্যুক্ততা প্ৰদৰ্শন কৰা ৷
13. আধিপত্যৰ বিভিন্ন ধৰণসমূহ কি কি ? প্ৰত্যকৰে উদাহৰন দিয়া ৷
অথবা , ছাফটা (SAFTA) কি উদ্দেশ্যৰে গঠিত হৈছে ? ছাফটাৰ ধাৰণাটো পৰীক্ষা কৰা ৷
14. বৰ্তমান বিশ্বৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘক এটা অত্যাৱশ্যকীয় সংগঠন বুলি তুমি ভাবানে ?
অতবা , বিশ্বায়নৰ ৰাজনৈতিক , অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰভাৱসমূহ কি কি ? আলোচনা কৰা ৷

Help me
ReplyDelete