ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

POLITICAL SOLVED PAPERS ৷৷ CLASS12 ৷৷ AHSEC - ৰাজনীতি বিজ্ঞান ৷৷ PART -A -2014

Admin
1
                               POLITICAL SOLVED PAPERS - PART A - 2014
          CONTEMPORARY  WORLD  POLITICS ( সমসাময়িক বিশ্ব ৰাজনীতি )

1. তলত  দিয়াবোৰৰ  উত্তৰ  লিখা :

a. গোষ্ঠী -নিৰপেক্ষ  আন্দোলন ( NAM ) ৰ  প্ৰথম শীৰ্ষ  সন্মিলন ক'ত  অনুষ্ঠিত  হৈছিল ?

b. বিশ্বজনীন  ভাবুকিৰ  এটা  উদাহৰণ  দিয়া ৷

c. ASEAN -ৰ  সম্পৰ্ণ  ৰূপটো  লিখা ৷

d. বাৰ্লিন  প্ৰাচীৰ  কোন  চনত  ভগা  হৈছিল ?

e. ৰাষ্ট্ৰসংঘৰ  বৰ্তমান সচিব - প্ৰধানগৰাকীৰ  নাম  কি ?

f. ৰায় ' সন্মিলনে ' কাৰ্যসূচী 21 ' নামেৰে বিকাশমূলক কাৰ্যপন্থাৰ এক তালিকাৰ  পৰামৰ্শ  আগবঢ়াইছিল ৷ ( শুদ্ধ অথবা অশুদ্ধ লিখা )

2. আমেৰিকা  যুক্তৰাষ্ট্ৰৰ  আধিপত্য  কেতিয়া  আৰু  কিয়  আৰম্ভ  হৈছিল ?

3. পৰম্পৰাগত  আৰু  অপৰম্পৰাগত  নিৰাপত্তাৰ  মাজত  পাৰ্থক্য কি  ?

4. ' দ্ৱিতীয় বিশ্ব ' মানে  কি  বুজা ?

5. দ্বিতীয়  বিশ্বযুদ্ধৰ মিত্ৰ শক্তি আৰু অক্ষীয়  শক্তি বুলিলে কি বুজা ?

6. ৰাষ্ট্ৰসংঘৰ  নিৰাপত্তা  পৰিষদত  _____ খন স্থায়ী  আৰু  ______ খন অস্থায়ী সদস্য  ৰাষ্ট্ৰ  আছে ৷

7. ভাৰত  আৰু  বাংলাদেশৰ  মাজত  সহযোগিতা আৰু  সংঘাতৰ  এটাকৈ  দিশ লিখা ৷

8. ' বিশ্বজনীন  উমৈহতীয়া ' মানে কি ? ' বিশ্বজনীন উমৈহতীয়া 'ৰ ৰক্ষণা-বেক্ষণৰ বাবে  তিনিটা ব্যৱস্থাৰ পৰামৰ্শ দিয়া ৷

9. ছোভিয়েট  ইউনিয়নৰ  পৰা  নতুনকৈ  উদ্ভৱ হোৱা ৰাষ্ট্ৰসমূহৰ  ৰাজনৈতিক ব্যৱস্থা  সম্পৰ্কে চমু টোকা  লিখা ৷

10. নতুন  আন্ত : ৰাষ্ট্ৰীয়  অৰ্থনৈতিক  শৃংখলৰ  বিষয়ে  চমুকৈ  লিখা ৷

11. ইউৰোপীয়  সংঘৰ  প্ৰভাৱৰ  দুটা  প্ৰধান  ক্ষেত্ৰৰ  বিষয়ে  লিখা ৷

12. নিৰাপত্তা  পৰিষদৰ  স্থায়ী সদস্য  হিচাপে  ভাৰতৰ  অন্তৰ্ভুক্তিৰ   যুক্তি্যুক্ততা  প্ৰদৰ্শন  কৰা ৷

13. আধিপত্যৰ  বিভিন্ন  ধৰণসমূহ  কি কি ? প্ৰত্যকৰে  উদাহৰন  দিয়া ৷

অথবা , ছাফটা (SAFTA) কি উদ্দেশ্যৰে  গঠিত  হৈছে ? ছাফটাৰ  ধাৰণাটো  পৰীক্ষা কৰা ৷

14. বৰ্তমান বিশ্বৰ  পৰিপ্ৰেক্ষিতত  ৰাষ্ট্ৰসংঘক  এটা অত্যাৱশ্যকীয়  সংগঠন বুলি  তুমি  ভাবানে  ?

অতবা  , বিশ্বায়নৰ  ৰাজনৈতিক , অৰ্থনৈতিক আৰু  সাংস্কৃতিক প্ৰভাৱসমূহ  কি  কি  ?  আলোচনা  কৰা ৷


Post a Comment

1Comments

Please don't use spam link in the comment box.

Post a Comment