1) এজন বলাৰে 10 খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰঃ
2 6 4 5 0 3 1 3 2 3
তথ্যখিনিৰ বহুলক হ'ব
(a) 1
(b) 2
(c) 3
(d) 5
উত্তৰঃ (c) 3
2) এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্ৰমে 33 আৰু 45 হ'লে, মাধ্য হ'ব -
(a) 30
(b) 33
(c) 27
(d) 35
উত্তৰঃ (c) 27
3) 1, 2, 3, 4, ......n ৰ মাধ্য বা গড় হ'ল
(a) n + 1/2
(b) n-1/2
(c) n/2
(d)n/2 +1
উত্তৰঃ (a) n + 1/2
4) এজন বলাৰে 8 খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰঃ
3, 2, 0, 1, 6, 2, 1, 2
তথ্যখিনিৰ বহুলক হ'ব -
(a) 3
(b) 6
(c) 2
(d) 1
উত্তৰঃ (c) 2
চমু প্ৰশ্নঃ 3/4/5 নম্বৰৰ
1) তলৰ তালিকাত এখন বিদ্যালয়ৰ দশম শ্ৰেণীৰ 30 জন শিক্ষাৰ্থীৰ 100 নম্বৰৰ গণিতৰ প্ৰশ্নকাত এখনত পোৱা নম্বৰ সনিবিষ্ট কৰা হ'ল ৷ শিক্ষাৰ্থীসকলে লাভ কৰা নম্বৰৰ মাধ্য নিৰ্ণয় কৰা ৷
শ্ৰেণী বিভাজন |
শিক্ষাৰ্থীৰ সংখ্যা |
10-25 25-40 40-55 55-70 70-85 85-100 |
2 3 7 6 6 6 |
শ্ৰেণী অন্তৰাল |
0-10 |
10-20 |
20-30 |
30-40 |
40-50 |
50-60 |
মুঠ |
বাৰংবাৰতা |
5 |
x |
20 |
15 |
y |
5 |
60 |
সমাধানঃ
3) এবছৰত এখন চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ বয়স তলৰ তালিকাত দেখুওৱা হ'ল ৷ এই তালিকাত দিয়া তথ্যৰ বহুলক আৰু মাধ্য উলিওৱা ৷ দুয়োটা কেন্দ্ৰীয় মাপৰ তুলনা কৰা আৰু তাৎপৰ্য ব্যাখ্যা কৰাঃ
বয়স(বছৰ) |
5-15 |
15-25 |
25-25 |
35-45 |
45-55 |
55-65 |
ৰোগীৰ সংখ্যা |
6 |
11 |
21 |
23 |
14 |
5 |
5) তলৰ তথ্যৰ মধ্যমা হ'ল 525 ৷ x আৰু y ৰ মান উলিওৱা ৷ যদি মুঠ বাৰংবাৰতা 100 ৷
শ্ৰেণী অন্তৰাল |
0-100 |
100-200 |
200-300 |
300-400 |
400-500 |
500-600 |
600-700 |
700-800 |
800-900 |
900-1000 |
বাৰংবাৰতা |
2 |
5 |
X |
12 |
17 |
20 |
Y |
9 |
7 |
4 |
সমাধানঃ
Please don't use spam link in the comment box.