ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

Maths Class X Common Questions For HSLC -2022 SEBA Assam Board - পৰিসংখ্যা - Statistics

Admin
0
অতি চমু প্ৰশ্নঃ ১ নম্বৰৰ 

1) এজন বলাৰে 10 খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰঃ

2  6  4  5  0  3  1  3  2  3

তথ্যখিনিৰ বহুলক হ'ব 

(a) 1

(b) 2

(c) 3

(d) 5

উত্তৰঃ (c) 3

2) এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্ৰমে 33 আৰু 45 হ'লে, মাধ্য হ'ব -

(a) 30

(b) 33

(c) 27

(d) 35

উত্তৰঃ (c) 27

3) 1, 2, 3, 4, ......n ৰ মাধ্য বা গড় হ'ল 

(a) n + 1/2

(b) n-1/2

(c) n/2

(d)n/2  +1 

উত্তৰঃ (a) n + 1/2

4) এজন বলাৰে 8 খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰঃ 

3, 2, 0, 1, 6, 2, 1, 2

তথ্যখিনিৰ বহুলক হ'ব -

(a) 3

(b) 6

(c) 2

(d) 1

উত্তৰঃ (c) 2




চমু প্ৰশ্নঃ 3/4/5 নম্বৰৰ 

1) তলৰ তালিকাত এখন বিদ্যালয়ৰ দশম শ্ৰেণীৰ 30 জন শিক্ষাৰ্থীৰ 100 নম্বৰৰ গণিতৰ প্ৰশ্নকাত এখনত পোৱা নম্বৰ সনিবিষ্ট কৰা হ'ল ৷ শিক্ষাৰ্থীসকলে লাভ কৰা নম্বৰৰ মাধ্য নিৰ্ণয় কৰা ৷ 

শ্ৰেণী বিভাজন

শিক্ষাৰ্থীৰ সংখ্যা

10-25

25-40

40-55

55-70

70-85

85-100

2

3

7

6

6

6

সমাধানঃ



 2) তলৰ বিভাজনৰ মধ্যমা যদি  28.5 তেন্তে x আৰু y ৰ মান উলিওৱা ৷

শ্ৰেণী অন্তৰাল

0-10

10-20

20-30

30-40

40-50

50-60

মুঠ

বাৰংবাৰতা

5

x

20

15

y

5

60

সমাধানঃ





3) এবছৰত এখন চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ বয়স তলৰ তালিকাত দেখুওৱা হ'ল ৷ এই তালিকাত দিয়া তথ্যৰ বহুলক আৰু মাধ্য উলিওৱা ৷ দুয়োটা কেন্দ্ৰীয় মাপৰ তুলনা কৰা আৰু তাৎপৰ্য ব্যাখ্যা কৰাঃ

বয়স(বছৰ)

5-15

15-25

25-25

35-45

45-55

55-65

ৰোগীৰ সংখ্যা

6

11

21

23

14

5

 সমাধানঃ


class="separator" style="clear: both; text-align: center;">




4) তলৰ তালিকাত 30 জন ছাত্ৰই পৰীক্ষাত গণিতত পোৱা নম্বৰ দিয়া হৈছে ৷ এই তথ্যৰ বহুলক নিৰ্ণয় কৰা 

শ্ৰেণী অন্তৰাল

10-25

25-40

40-55

55-70

70-85

85-100

ছাত্ৰৰ সংখ্যা 

2 3 7 6 6 6

 সমাধানঃ



5) তলৰ তথ্যৰ মধ্যমা হ'ল 525 ৷ x আৰু y ৰ মান উলিওৱা ৷ যদি মুঠ বাৰংবাৰতা 100 ৷

শ্ৰেণী অন্তৰাল

0-100

100-200

200-300

300-400

400-500

500-600

600-700

700-800

800-900

900-1000

বাৰংবাৰতা

2

5

X

12

17

20

Y

9

7

4

 

সমাধানঃ






Tags

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)