ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয়া স্ব -শিকন সমল ( সমল নং - ২) - ষষ্ঠ শ্ৰেণীৰ বাবে

Admin
0
ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয়া স্ব -শিকন সমল ( সমল নং - ২) - ষষ্ঠ শ্ৰেণীৰ বাবে 
বিষয় - বিজ্ঞান 

অধ্যায় -2ঃ খাদ্যৰ উপাদান 

পূৰ্বজ্ঞান

আমি বিভিন্ন ধৰণৰ খাদ্য খাওঁ ৷ আমাৰ দেশ ভাৰতবৰ্ষত বিভিন্ন অঞ্চলৰ খাদ্যভাস ভিন ভিন ৷ আমাৰ দৈশৰ মানুহ কেনেধৰণৰ খাদ্যৰ প্ৰতি আকৰ্ষিত জেষ্ঠলোক এজনক সোদা আৰু তেওঁৰ পৰা কখাখিনি জানি লৈ এই বিষয়ে তলত লিখা -

(ক) ______________________________________________________________________________

(খ)  ______________________________________________________________________________

(গ)  ______________________________________________________________________________

(ঘ)  ______________________________________________________________________________

(ঙ)  ______________________________________________________________________________

উত্তৰঃ 

(ক) অসম - ভাত 

(খ) পঞ্জাৱ - ৰুটি 

(গ) গুজৰাট - ধকলা

(ঘ) তেলেংগানা - বিৰিয়ানী

(ঙ) গোৱা - মাছ 

   আমি খোৱা খাদ্যবোৰত পৰিপোষক নামেৰে কিছুমান উপাদান থাকে যিবোৰ আমাৰ শৰীৰৰ বাবে আৱশ্যকীয় ৷ এনেধৰণৰ প্ৰধান পৰিপোষকবোৰ হ'ল - কাৰবহাইড্ৰেট , প্ৰ'টিন, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ ৷ ইয়াৰ উপৰি আমাৰ আহাৰত থকা আঁহযুক্ত খাদ্য আৰু পানীও আমাৰ শৰীৰৰ বাবে প্ৰয়োজন ৷ 

    সুস্ৱাস্থ্য আৰু শৰীৰৰ বৃদ্ধিৰ বাবে আমি সদায় খোৱা খাদ্যত এই উপাদানবোৰ থকা আৱশ্যক ৷ পৰিপোষকবোৰে আমাৰ শৰীৰত কেনেদৰে সহায় কৰে তোমালোকে জানানে ? পাঠ্যপুথিত চাই লোৱা আৰু তলৰ ক্ৰিয়াকলাবোৰ কৰা - 

ক্ৰিয়াকলাপ - ১ খালী ঠাই পূৰ কৰা - 

১) শক্তিদায়ক খাদ্য হ'ল __________ আৰু ___________ ৷

২) 'শৰীৰবৰ্দ্ধক' খাদ্য হ'ল _____________ ৷

উত্তৰঃ 

১) শক্তিদায়ক খাদ্য হ'ল কাৰ্ব'হাইড্ৰেট  আৰু স্নেহপদাৰ্থ 

২) 'শৰীৰবৰ্দ্ধক' খাদ্য হ'ল প্ৰ'টিন

ক্ৰিয়াকলাপ-২ তলত দিয়াবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা - 

১) কাৰ্ব'হাইড্ৰেট বেছিকৈ থকা খাদ্যবোৰ হ'ল - 

(ক) আলু, মাকৈ, ঘেঁহু, কুঁহিয়াৰ 

(খ) মাংস, মাছ, কণী, দাইল 

(গ) আম, অমিতা, সুমথিৰা, কল 

(ঘ) শাক, পিয়াজ, আদা, বিলাহী

উত্তৰঃ (ক) আলু, মাকৈ, ঘেঁহু, কুঁহিয়াৰ 

২) বেছিকৈ প্ৰ'টিন থকা খাদ্যবোৰ হ'ল - 

(ক) আম, অমিতা, সমুথিৰা, কল 

(খ) আলু, ভাত, ঘেহু, চেনি 

(গ)বন্ধাকবি, ভেণ্ডী, পিঁয়াজ, বিলাহী 

উত্তৰঃ (খ) আলু, ভাত, ঘেহু, চেনি

৩) আমাক ৰোগৰ পৰা ৰক্ষা কৰা পৰিপোষক হ'ল -

(ক) ভিটামিন আৰু খনিজ লৱণ 

(খ) কাৰ্ব'হাইড্ৰেট আৰু স্নেহ পদাৰ্থ 

(গ) প্ৰ'টিন আৰু কাৰ্বহাইড্ৰেট 

(ঘ) ৰক্ষাহাৰ বা ৰাফেজ আৰু খনিজ লৱণ 

উত্তৰঃ (ক) ভিটামিন আৰু খনিজ লৱণ 

ক্ৰিয়াকলাপ -৩ আমাৰ খাদ্যত থকা প্ৰধান পৰিপোষকবোৰ হ'ল -

(ক) 

(খ)

(গ)

(ঘ)

(ঙ) 

উত্তৰঃ 

(ক) কাৰ্ব'হাইড্ৰেট

(খ) প্ৰ'টিন

(গ) ভিটামিন

(ঘ) খনিজ লৱণ

(ঙ) স্নেহপদাৰ্থ 


ক্ৰিয়াকলাপ -৪ 'ক' স্তম্ভৰ লগত 'খ' স্তম্ভ মিলোৱা - 

 স্তম্ভ 'ক'

 স্তম্ভ 'খ'

 ক) শ্বেতসাৰ

(খ) প্ৰ'টিন

(গ) স্নেহপদাৰ্থ

(ঘ) চেনি

(ঙ) খনিজ লৱণ

 (ক) গ্লু'কজ

(খ) মাহ

(গ) আলু

(ঘ) কেলছিয়াম

(ঙ) মাখন


উত্তৰঃ 

স্তম্ভ 'ক'

 স্তম্ভ 'খ'

 ক) শ্বেতসাৰ

(খ) প্ৰ'টিন

(গ) স্নেহপদাৰ্থ

(ঘ) চেনি

(ঙ) খনিজ লৱণ

 (ক) আলু

(খ) মাখন

(গ) মাহ

(ঘ) গ্লুকজ

(ঙ) কেলছিয়াম


ক্ৰিয়াকলাপঃ 

এজন মানুহে খোৱা আহাৰত কোনবিধ উপাদানৰ অভাৱৰ বাবে তলত উল্লেখ কৰা সমস্যাবোৰ দেখা দিয়ে, সেয়া তোমাৰ কিতাপৰ পৰা উল্লেখ কৰা - 

(ক) মানুহ এজনে স্কাৰ্ভি ৰোগত ভুগিছে 

___________________________________________________________________________________

(খ) মানুহ এজনৰ দৃষ্টি শক্তি কমিছে 

___________________________________________________________________________________

(গ)মানুহ এজন ৰক্তহীনতাত ভুগিছে 

___________________________________________________________________________________

উত্তৰঃ 

(ক) ভিটামিন C ৰ অভাৱত ৷

(খ) ভিটামিন A ৰ অভাৱত ৷

(গ) লো বা অইৰণৰ অভাৱত ৷ 

ক্ৰিয়াকলাপ - ৬ শব্দ শৃংখল 




এটা মূৰৰ পৰা অনটো মূৰলৈ 

১) তেলেতীয়া দাগ লাগিলে খাদ্য বস্তুত কি থকা বুজায় ?

২) কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থক আৰু কি বুলি জনা যায় ?

৩) আঁহজাতীয় খাদ্য অইন নাম ৷

তললৈ 

৪) কাৰ্বহাইাড্ৰেট আন এটা অংশ 

৫) খাদ্যত থকা উপাদান 


বিষয় - গণিত 

পাঠ নং - সংখ্যাৰ গঠন 

ক্ৰিয়াকলাপ - 1 

1) তলৰ সংখ্যাকেইটা আখৰেৰে লিখা ঃ 

(i) 3,102 তিনি হাজাৰ এশ দুই 

(ii) 4,999

(iii) 41,365

(iv) 30,010

উত্তৰঃ 

(i) 3,102 তিনি হাজাৰ এশ দুই 

(ii) 4,999 চাৰি হাজাৰ নশ নিৰানব্বৈ

(iii) 41,365 একচল্লিছ হাজাৰ তিনি শ পঁষষ্ঠি

(iv) 30,010 ত্ৰিছ হাজাৰ দহ 

2. অংকৰে লিখাঃ

(i) সাত হাজাৰ তিনিশ পাঁচ  7,305

(ii) আঠ হাজাৰ নশ চাৰি 

(iii) সোতৰ হাজাৰ সাত 

(iv) একলাখ চৌত্ৰিছ হাজাৰ পাঁচ 

উত্তৰঃ 

(i) সাত হাজাৰ তিনিশ পাঁচ  7,305

(ii) আঠ হাজাৰ নশ চাৰি 8,904

(iii) সোতৰ হাজাৰ সাত 17,007

(iv) একলাখ চৌত্ৰিছ হাজাৰ পাঁচ 1,34,005


3.  তলৰ সংখ্যাবোৰ বিস্তৃত ৰূপত লিখা -

(i) 3725 = ________________________________________________________

(ii) 17535  = 1000 + 7000 + 500 + 30 + 5 

(iii) 65006 = ________________________________________________________

(iv) 98810 = ________________________________________________________

(v) 532671 = ________________________________________________________

(vi) 7409777 = ________________________________________________________

উত্তৰঃ 

(i) 3725 = 3000 + 700 + 20 + 5

(ii) 17535  1000 + 7000 + 500 + 30 + 5 

(iii) 65006 = 60000 + 5000 + + 6

(iv) 98810 = 90000 + 8000 + 800 + 10

(v) 532671  500000 + 30000 + 2000 + 600 + 70 + 1 

(vi) 7409777 = 7000000 + 400000 + 9000  + 700 + 70 + 7 


4. তলত দিয়া সংখ্যাবোৰক ডাঙৰৰ পৰা সৰুলৈ সজোৱা 

(i) 12097, 12970, 12790, 12079 

সমাধানঃ 12970, 12790, 12097, 12079 

(ii) 96259, 20635, 96025, 87562, 70025

সমাধানঃ 96259, 96025, 87562, 70025, 20635

(iii) 29763, 92763, 29367, 29376, 92673

সমাধানঃ 92763, 92673, 29763, 29376, 29367

(iv) 34567, 35467, 34657, 34756, 34765

সমাধানঃ 35467, 34765, 34756, 34657, 34567

ক্ৰিয়াকলাপ -2 স্থানীয় মান উলিওৱা -

তোমালোকে পঞ্চম শ্ৰেণীত পাই অহা স্থানীয় মানৰ তালিকাখন মনত পেলোৱাচোন -



তলৰ আঁচ টনা সংখ্যাবোৰৰ স্থানীয় মান লিখা -

(a) 9146 : 1 শতক = 1 x 100 = 100 

(b) 5651 :  5 হাজাৰ = 5 x 1000 = 5000 

(c) 24652 :

(d) 58982 :

(e) 79012 :

(f) 287649 :

উত্তৰঃ 

(a) 9146 : 1 শতক = 1 x 100 = 100 

(b) 5651 :  5 হাজাৰ = 5 x 1000 = 5000 

(c) 24652 : 2 অযুত = 2 x 10000 = 20000 

(d) 58982 : 8 হাজাৰ = 8 x 1000 = 8000 

(e) 79012 : 1 দহক =  1 x 10 = 10

(f) 287649 : 8 অযুত = 8 x 10000 = 80000


সংখ্যা লিখাৰ ভাৰতীয় পদ্ধতিঃ

ভাৰতীয় পদ্ধতিত সংখ্যাবোৰৰ লিখোঁতে প্ৰথমে শোঁফালৰ পৰা ক্ৰমে তিনিটা আৰু তাৰ পিছত দুটা দুটা অংক এৰি দি যাব লাগে ৷ যেনেঃ 451736209 => 45,17,36,209
পঞ্চলিশ কোটি সোতৰ লাখ ছয়ত্ৰিশ হাজাৰ দুশ ন 

 সংখ্যা

ভাৰতীয় পদ্ধতিত ক'মা বহুৱালে 

 আখৰেৰে লিখিলে

 97057201

99990046

9840123

 

 



উত্তৰঃ 


 সংখ্যা

ভাৰতীয় পদ্ধতিত ক'মা বহুৱালে 

 আখৰেৰে লিখিলে

 97057201


99990046


9840123

9,70,57,201 


9,99,90,046


98,40,123

 ন কোটি সত্তৰ লাখ সাতাৱন হাজাৰ দুশ এক

ন কোটি নিৰানব্বৈ লাখ নব্বৈ হাজাৰ ছয়চল্লিছ

আঠানব্বৈ লাখ চল্লিছ হাজাৰ এশ তেইছ



সংখ্যা লিখাৰ আন্তৰ্জাতিক পদ্ধতিঃ



আন্তৰ্জাতিক পদ্ধতিত সংখ্যবোৰ লিখোতে সোঁহাতৰ পৰা প্ৰতি তিনিটা অংকৰ পিছত ক'মাবোৰ ব্যৱহাৰ হয় ৷ প্ৰথম ক'মাই হাজাৰ আৰু দ্বিতীয় ক'মাই মিলিয়ন সূচায় ৷ 

উদাহৰণঃ  79821902 => 79,821,902 

ঊনাশী মিলিয়ন আঠশ একৈশ হাজাৰ ন শ দুই ৷ 


 সংখ্যা

আন্তৰ্জাতিক পদ্ধতিৰে লিখিলে 

 আখৰেৰে লিখিলে

 9435369


88764964


99990046





উত্তৰঃ 

 সংখ্যা

ভাৰতীয় পদ্ধতিৰে লিখিলে 

 আখৰেৰে লিখিলে

 9435369


88764964


99990046

9,435,369


88,764,964


99,990,046

 ন মিলিয়ন চাৰি শ পঁয়ত্ৰিছ হাজাৰ তিনিশ ঊনসত্তৰ

আঠাশি মিলিয়ন সাত শ চৌষষ্ঠী হাজাৰ ন শ চৌষষ্ঠী

নিৰানব্বৈ মিলিয়ন ন শ নব্বৈ হাজাৰ ছয়চল্লিছ 


ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিৰ তুলনাঃ 


 সংখ্যা

 ভাৰতীয় পদ্ধতি

 আন্তৰ্জাতিক পদ্ধতি 

 1

 একক

একক     

 10

 দহক

 দহক

 100

 শতক

 শতক

 1000

 হাজাৰ

 হাজাৰ

 10000

দহ হাজাৰ

 দহ হাজাৰ

 100000

 এক লাখ

 এশ হাজাৰ

 1000000

 দহ লাখ

 মিলিয়ন

 10000000

 কোটি

 দহ মিলিয়ন

 100000000

 দহ কোটি

 এশ মিলিয়ন

 1000000000

 এশ কোটি

 বিলিয়ন

 তালিকাখন চাই তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া -

(i)  1 বিলিয়ন  = __________ মিলিয়ন ৷

(ii) 1 কোটি = __________ মিলিয়ন ৷ 

(ii) _______ লাখ = 1 মিলিয়ন ৷

(iv) ______ মিলিয়ন = 1 কোটি 

(v) 1 বিলিয়ন = _____ কোটি 

উত্তৰঃ 

(i)  1 বিলিয়ন  = 1000 মিলিয়ন ৷

(ii) 1 কোটি = 10 মিলিয়ন ৷ 

(ii) 10 লাখ = 1 মিলিয়ন ৷

(iv) 10 মিলিয়ন = 1 কোটি 

(v) 1 বিলিয়ন = 100 কোটি

কিছুমান ব্যৱহাৰিক সমস্যা সমাধান কৰোঁ আহা -

1) উদাহৰণঃ এখন চহৰৰ জনসংখ্যা 115287351 ৷ ইয়াৰে 1357632 জন মানুহে ক'ভিড-19 ৰ প্ৰতিষেধক ছিটা ল'লে ৷ কিমানজন মানুহে প্ৰতিষেধক ছিটা ল'ব বাকী থাকিল ? 

সমাধানঃ

চহৰৰ জনসংখ্যা =        11528735

প্ৰতিষেধক ছিটা ল'লে =   1357632

বাকী থাকিল = 10171103

উঃ প্ৰতিষেধক ছিটা ল'বলৈ 10,71,103 জন বাকী থাকিল ৷ 

নিজে চেষ্টা কৰা - 

(1) এজন মানুহে ঘৰ সাজিবৰ কাৰণে 126350 টকাৰে মাটি কিনিলে ৷ ঘৰ সাজোতে খৰচ কৰিলে 1860257 টকা ৷ তেওঁৰ মুঠ কিমান টকা খৰচ হ'ল ?

সমাধানঃ 

ঘৰ সাজিবৰ বাবে মাটি কিনিলে =  126350 টকা 
ঘৰ সাজোতে খৰচ হ'ল =        +    1860257 টকা
_________________________________________
মুঠ টকা খৰচ হ'ল                   =  1986607 টকা 

(2) এটা পুথিভড়ালৰ মুঠ 226458 খন কিতাপ আছে ৷ বছৰৰ আৰম্ভণিৰ প্ৰথম সপ্তাহত 49957 খন কিতাপ পঢ়ুৱৈক দিয়া হ'ল ৷ পুথিভড়ালটোৰ মুঠ কিমানখন কিতাপ থাকিল ?

সমাধানঃ 

পুথিভড়ালৰ মুঠ কিতাপ =  226458 খন 
পঢ়ুৱৈক দিলে                =  - 49957 খন
___________________________________ 
কিতাপ বাকী থাকিল =       176501 খন

(3) এখন মটৰ চাইকেলৰ মূল্য 57690 টকা ৷ তেনেকুৱা 85 খন মটৰ চাইকেলৰ মুঠ মূল্য কিমান হ'ব ? 

সমাধানঃ 

            এখন মটৰ চাইকেলৰ মূল্য =    57690 টকা

এতেকে, 85 খন মটৰ চাইকেলৰ মুঠ মূল্য = 57690 x 85 = 4903650 টকা 

(4) এক কুইন্টল ( 1 কুইন্টল = 100 কিগ্ৰা) চাউলৰ মূল্য 4960 টকা হ'লে 25 কিগ্ৰা চাউলৰ মূল্য কিমান হ'ব ? 

সমাধানঃ 

এক কুইন্টল ( 1 কুইন্টল = 100 কিগ্ৰা) চাউলৰ মূল্য =  4960 টকা

এতেকে, 25 কিগ্ৰা চাউলৰ মূল্য হ'ব = 4960 x 25 = 124000 টকা ৷ 

(5) এটা শ্ৰেণীত 40 গৰাকী ছাত্ৰ-ছাত্ৰী আছে ৷ যদি প্ৰতিগৰাকী ছাত্ৰ/ছাত্ৰীক দৈনিক 250 মিলিলিটাৰকৈ গাখীৰৰ প্ৰয়োজন

প্ৰয়োজন হয়, তেন্তে 30 দিনত কিমান লিটাৰ গাখীৰৰ প্ৰয়োজন হ'ব ? 

সমাধানঃ 

এটা শ্ৰেণীত মুঠ ছাত্ৰ-ছাত্ৰী আছে = 40 গৰাকী ৷

প্ৰতিগৰাকী ছাত্ৰ/ছাত্ৰীক দৈনিক  গাখীৰৰ প্ৰয়োজন হয় = 250 মিলিলিটাৰ ৷

এতেকে এদিনত মুঠ গাখীৰ লাগে =  40 x 250 =  10000 মিলিলিটাৰ ৷ 

গতিকে 30 দিনত মুঠ গাখীৰ লাগিব = 30 x 10000 = 300000 মিলিলিটাৰ ৷

(6) দৈনিক বাতৰি কাকত এখনৰ মুঠ পৃষ্ঠা 12 টা ৷ যদি প্ৰতিদিনে 11980 খন বাতৰি কাকত ছপা হয়, তেন্তে দিনটোত ছপা হোৱা মুঠ পৃষ্টাৰ সংখ্যা কিমান ?

সমাধানঃ 

দৈনিক বাতৰি কাকত এখনৰ মুঠ পৃষ্ঠা = 12 টা

প্ৰতিদিনে বাতৰি কাকত ছপা হয় = 11980 খন ৷

এতেকে , দিনটোত ছপা হোৱা মুঠ পৃষ্টাৰ সংখ্যা হ'ব = 12 x 11980 = 143760  টা ৷ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)