1st Unit Test -2021
Subject: General Mathematics
Class IX
Time: 2 Hours
Marks -45 ( Assamese and English medium both)
(Choose the correct answer.)
(a) 5x - X2 + 3 বহুপদটোৰ X2 ৰ সহগ হ'ল -
(The co-efficient ofx of the polynomial 5x - X2 + 3 is)
(i) 2
(ii) -1
(iii) 1
(iv) 5
(Ans)উত্তৰঃ (ii) -1
(b) যদি 2, 4, 5, x সমানুপাতিক হয় তেন্তে x ৰ মান হ'ব -
(If 2,4, 5, x are proportional then the value of x is)
(i) 7
(ii) 8
(iii) 9
(iv) 10
(Ans)উত্তৰঃ (iv) 10
(c) 10 ৰ ঘনফল হ'ব - (Cube of 10 is)
(i) 1
(ii) 100
(iii) 1000
(iv) 10000
উত্তৰঃ (iii) 1000
(d) ( 2, -3) বিন্দুটো কাৰ্টীয় সমতলত কোনটো চোকত অৱস্থিত ?
( In which quadrant the point (-2,-3) lies on the
cartesian plane?)
(i) প্ৰথম First
(ii) দ্বিতীয় Second
(iii) তৃতীয় third
(iv) চতুৰ্থ fourth
(Ans)উত্তৰঃ (iv) চতুৰ্থ fourth
(e) 5° ৰ মান হ'ব -
(The value of 5° is)
(i) 0
(ii) 1
(iii) 50
(iv) 5
(Ans)উত্তৰঃ (ii) 1
2. খালী ঠাই পূৰ কৰা ৷ (Fill up the gaps)
(i) আয়তৰ পৰিসীমা(Perimeter of a rectangle) = 2 x ( _______ + ______ )
উত্তৰঃ আয়তৰ পৰিসীমা = 2 x ( দীঘ + প্ৰস্থ )
(Perimeter of a rectangle) = 2 x ( length + breadth )
(ii) 9a2b2 আৰু ab ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কি ?
উত্তৰঃ 9a2b2 = 9 x a x a x b x b
ab = a x b
গতিকে, গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব(So, the Highest Common Factor is ) a x b = ab
(iii) ∛ 27 ৰ মান কি ? (What is the value of ∛ 27 )
উত্তৰঃ 3
(iv) P(x) = 2 - x বহুপদটো শূন্য নিৰ্ণয় কৰা ৷(Find the zero of the polynomial p(x))
(Solution) সমাধানঃ P(x) = 0
=> 2 - x = 0
=> -x = -2
=> x = 2
গতিকে, বহুপদটোৰ শূন্য হ'ব = 2
The zero of the polynomial is 2 .
(v) 1/2 ভগ্নাংশটোক দশমিক বিস্তৃতিত প্ৰকাশ কৰা ৷ (Express 1/2 in decimal expansion)
(Solution)সমাধানঃ 1/2 = 0.5
3. 1/3 আৰু 2/3 ৰ মাজত চাৰিটা পৰিমেয় সংখ্যা উলিওৱা ৷ (Find four rational number between 1/3 and 1/2 )
4. 5x2 – 3x বহুপদক x + 1 বহুপদেৰে হৰণ কৰিলে ভাগশেষ কিমান হ'ব নিৰ্ণয় কৰা ৷(Find the remainder by dividing the polynomial 5x2 – 3x by x + 1 )
(Sol)সমাধানঃ ইয়াত(Here) p(x) = 5x2 – 3x
g(x)= 0
=> x + 1 = 0
=> x = -1
(Nows)এতিয়া, p(-1) = 5(-1)2 – 3(-1)
= 5 + 3
= 8
5. সৰল কৰা -(Simplify):
6. উৎপাদক বিশ্লেষণ কৰা -
z - 7 + 7xy - xyz
(Sol)সমাধানঃ
z - 7 + 7xy - xyz
= z -xyz -7 + 7xy
= z(1 -xy) -7(1 -xy)
=(1 -xy)( z -7)
7. এটা ৰম্বাচৰ কৰ্ণ দুডালৰ দীঘ ক্ৰমে 6 আৰু 8 ছেমি ৷ ৰম্বাছটোৰ কালি নিৰ্ণয় কৰা ৷ (The length of the diagonals of a rhombus are 6 cm and 8 cm . Find the area of the rohombus)
সমাধানঃ
ৰম্বাচৰ কালি= 1/2( কৰ্ণ দুডালৰ পূৰণফল)
Area of Rhombus = 1/2(Product of the diagonals)
8. হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা ৷ (Find the square root by division method)
576
9. চকলেটৰ সংখ্যা আৰু চকলেটৰ দাম সমানুপাতিক হ'লে তলৰ তালিকাখন পূৰ কৰা ৷ (No. of chocolate and price of chocolate are proportional . Fill up the given table.)
চকলেটৰ সংখ্যা(No. of chocolate) |
1 |
2 |
3 |
5 |
10 |
দাম(টকা)(price(Rs) |
- |
- |
15 |
- |
- |
(Sol)সমাধানঃ
চকলেটৰ সংখ্যা(No of Chocolate) | 1 | 2 | 3 | 5 | 10 |
দাম(টকা)(price(Rs.) | 5 | 10 | 15 | 25 | 50 |
10. 0.5' ক p/q আৰ্হিত প্ৰকাশ কৰা য'ত p আৰু q অখণ্ড সংখ্যা আৰু
q ≠ 0.(Express 0.5' in the form p/q where p and q are integers and q ≠ 0)
11. (2 ,3 ), ( 0, 0 ), ( -1, 4 ) আৰু ( 0, -5 ) বিন্দুকেইটা দূৰত্বৰ উপযুক্ত একক লৈ স্থানাংক সমতলত স্থাপন কৰা ৷ (Plot the points (2 ,3 ), ( 0, 0 ), ( -1, 4 ) and ( 0, -5 )
12. যদি x = 2 আৰু y = 1, সমীকৰণ 2x + 3y = k ৰ এটা সমাধান তেন্তে k ৰ মান নিৰ্ণয় কৰা ৷ (If x = 2 and y = 1 is a solution for the equation 2x + 3y = k then find the value of k )
(Sol)সমাধানঃ ইয়াত(Here), x = 2 , y = 1
2x + 3y = k
=> 2(2) + 3(1)= k
=> 4 + 3 = k
=> 7 = k
=> k = 7
13. 7 + 3x ,3x3 + 7x ৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা ৷
(Examine whether 7 + 3x is a factor of 3x3 + 7x or not .)
(Sol)সমাধানঃ
14. চকা এটাৰ ব্যাসাৰ্ধ 21 ছেমি হলে ইয়াৰ পৰিসীমা নিৰ্ণয় কৰা ৷
(If the radius of a wheel is 21 cm then find its circumference)
(Sol)সমাধানঃ ইয়াত(Here,) r = 21
ইয়াৰ পৰিসীমা( Its circumference) = 2πr
= 2 x 22/7 x 21
= 2 x 22 x 3
= 44 x 3
= 132 cm
15. হৰৰ পৰিমেয়কৰণ কৰা ৷
(Rationalise the denominator)
1/ √ 3 - √ 2
(Sol)সমাধানঃ
16. সংখ্যাৰেখাত √ 5 ক বহুওৱা ৷ (Plot √ 5 on the number line)
(Sol)সমাধানঃ
17. 14 ছেমি প্ৰস্থ বিশিষ্ট আয়তাকাৰ কাগজখন মেৰিয়াই 20 ছেমি ব্যাসাৰ্ধৰ এটা চুঙা তৈয়াৰ কৰা হ'ল ৷ চুঙাটোৰ আয়তন গণনা কৰা ৷
(Rolling up a rectangular piece of paper of breadth 14 cm, a cylinder of radius 20 cm is made .Calculate the volume of the cylinder )
সমাধানঃ
18. উৎপাদক বিশ্লেষণ কৰা ৷ (Factorize)
64a3 – 27b3 –
144a2b + 108ab2
Thank you so mush
ReplyDelete