ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

গোটা আকৃতিৰ দৃশ্যায়ন -সপ্তম শ্ৰেণী -অধ্যায় 15-Visualising Solid Shapes-class 7-

Admin
0

 অনুশীলনী - 15.1 

1. তলৰ বস্তুবোৰ দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক হিচাপে শ্ৰেণীবিভাগ কৰা - 

গোলক, বৃত্ত, আয়ত, পিৰামিড, পেঞ্চিল বাকচ, মাৰ্বল, ঘনক, চতুৰ্ভুজ, জুইশলা বাকচ  

উত্তৰঃ  দ্বিমাত্ৰিকঃ বৃত্ত , আয়ত , চতুৰ্ভুজ 

আৰু ত্ৰিমাত্ৰিকঃ গোলক, পিৰামিড, পেঞ্চিল বাকচ, ঘনক, জুইশলা বাকচ 

2. কাষ আৰু শীৰ্ষবিন্দু নথকা তিনিটা গোটা বস্তুৰ নাম লিখা ৷

উত্তৰঃ গোলক, ফুটবল, কমলা ৷

3. এট শংকুত কেইটা শীৰ্ষবিন্দু থাকে ?

উত্তৰঃ এটা ৷ 

4. ঘনক সাজিবৰ বাবে কোনকেইটা চিত্ৰ ব্যৱহাৰ কৰিব পাৰি ? দলত আলোচনা কৰা ৷

উত্তৰঃ 

5. বাওঁফালৰ আকৃতিৰ লগত সোঁফালৰ আকৃতিবোৰ মিলোওৱা ৷

উত্তৰঃ 

(i) ----->  (ii)

(ii) ----->  (iv)

(iii) ----->  (i)

(iv) ----->  (iii)

6. আলোচনা কৰি চৰ্তুস্ফলক সাজিব পৰা সামতলিক চিত্ৰ বিচাৰি উলিওৱা ৷

উত্তৰঃ 

অনুশীলনী - 15.2 

1. চিত্ৰ (i) আয়তীয় ঘনকৰ তিৰ্যক নক্সাটো চাই  এটা সমমাত্ৰিক নক্সা আঁকা ৷

উত্তৰঃ 



2. 5 চেমি, 3 চেমি আৰু 2 চেমি মাত্ৰাৰ এটা সমমাত্ৰিক আৰু এটা তিৰ্যক নক্সা আঁকা ৷

উত্তৰঃ 



3. এটা গোটা বস্তুৰ নাম লিখা যাৰ শীৰ্ষবিন্দু আৰ সমতল নাই ৷ 

উত্তৰঃ বল ৷

4. 3  চেমি, 3 চেমি আৰু 3 চেমি জোখৰ তিনিটা ঘনক, এটাৰ ওপৰত আনটো থৈ দিলে উৎপন্ন হোৱা গোটা বস্তুটোৰ নাম লিখা ৷ গোটা বস্তুটোৰ দীঘ, প্ৰস্থ আৰু উচ্চতা কিমান ? 

উত্তৰঃ আয়তীয় ঘনক ৷ গোটা বস্তুটোৰ দীঘ = 3 চেমি , প্ৰস্থ = 3 চেমি আৰু উচ্চতা = 9 চেমি ৷ 

অনুশীলনী - 15.3

1. চিত্ৰ (i) লৈ মন কৰা ৷ ইয়াত কিমানটা ঘনক আছে ? 

উত্তৰঃ 4 টা ঘনক ৷ 

2. চিত্ৰ (ii)ত মুঠতে কেইটা ঘনক আছে ? যদি এটা ঘনকৰ মাত্ৰা 2 চেমি, 2 চেমি, 2 চেমি হয় তেন্তে আয়তীয় ঘনকটোৰ মাত্ৰা কিমান ? 

উত্তৰঃ 16 টা ৷ আয়তীয় ঘনকটোৰ মাত্ৰা হ'ব - দৈৰ্ঘ্য = 8 চেমি , প্ৰস্থ = 4 চেমি , উচ্চতা = 9 চেমি 

3. 5 টা ঘনক একেলগে ৰাখি তিনিটা বেলেগ বেলেগ দিশৰ ( সন্মুখৰ দৃশ্য, ওপৰৰ দৃশ্য আৰু কাষৰ দৃশ্য) ৰ চিত্ৰ আঁকা ৷

উত্তৰঃ 

4. কাষৰ পৰা 5 টা ফুট দেখাকৈ এটা লুডু ডাইচৰ ত্ৰিমাত্ৰিক চিত্ৰ আঁকা ৷ ডাইচটো ওপৰৰ পৰা চালে কেইটা ফুট দেখা যাব ৷ ( দলত আলোচনা কৰা ) 

উত্তৰঃ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)