অনুশীলনী - 15.1
1. তলৰ বস্তুবোৰ দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক হিচাপে শ্ৰেণীবিভাগ কৰা -
গোলক, বৃত্ত, আয়ত, পিৰামিড, পেঞ্চিল বাকচ, মাৰ্বল, ঘনক, চতুৰ্ভুজ, জুইশলা বাকচ
উত্তৰঃ দ্বিমাত্ৰিকঃ বৃত্ত , আয়ত , চতুৰ্ভুজ
আৰু ত্ৰিমাত্ৰিকঃ গোলক, পিৰামিড, পেঞ্চিল বাকচ, ঘনক, জুইশলা বাকচ
2. কাষ আৰু শীৰ্ষবিন্দু নথকা তিনিটা গোটা বস্তুৰ নাম লিখা ৷
উত্তৰঃ গোলক, ফুটবল, কমলা ৷
3. এট শংকুত কেইটা শীৰ্ষবিন্দু থাকে ?
উত্তৰঃ এটা ৷
4. ঘনক সাজিবৰ বাবে কোনকেইটা চিত্ৰ ব্যৱহাৰ কৰিব পাৰি ? দলত আলোচনা কৰা ৷
উত্তৰঃ
5. বাওঁফালৰ আকৃতিৰ লগত সোঁফালৰ আকৃতিবোৰ মিলোওৱা ৷
উত্তৰঃ
6. আলোচনা কৰি চৰ্তুস্ফলক সাজিব পৰা সামতলিক চিত্ৰ বিচাৰি উলিওৱা ৷
উত্তৰঃ
অনুশীলনী - 15.2
1. চিত্ৰ (i) আয়তীয় ঘনকৰ তিৰ্যক নক্সাটো চাই এটা সমমাত্ৰিক নক্সা আঁকা ৷
উত্তৰঃ
2. 5 চেমি, 3 চেমি আৰু 2 চেমি মাত্ৰাৰ এটা সমমাত্ৰিক আৰু এটা তিৰ্যক নক্সা আঁকা ৷
উত্তৰঃ
3. এটা গোটা বস্তুৰ নাম লিখা যাৰ শীৰ্ষবিন্দু আৰ সমতল নাই ৷
উত্তৰঃ বল ৷
4. 3 চেমি, 3 চেমি আৰু 3 চেমি জোখৰ তিনিটা ঘনক, এটাৰ ওপৰত আনটো থৈ দিলে উৎপন্ন হোৱা গোটা বস্তুটোৰ নাম লিখা ৷ গোটা বস্তুটোৰ দীঘ, প্ৰস্থ আৰু উচ্চতা কিমান ?
উত্তৰঃ আয়তীয় ঘনক ৷ গোটা বস্তুটোৰ দীঘ = 3 চেমি , প্ৰস্থ = 3 চেমি আৰু উচ্চতা = 9 চেমি ৷
অনুশীলনী - 15.3
1. চিত্ৰ (i) লৈ মন কৰা ৷ ইয়াত কিমানটা ঘনক আছে ?
উত্তৰঃ 4 টা ঘনক ৷
2. চিত্ৰ (ii)ত মুঠতে কেইটা ঘনক আছে ? যদি এটা ঘনকৰ মাত্ৰা 2 চেমি, 2 চেমি, 2 চেমি হয় তেন্তে আয়তীয় ঘনকটোৰ মাত্ৰা কিমান ?
উত্তৰঃ 16 টা ৷ আয়তীয় ঘনকটোৰ মাত্ৰা হ'ব - দৈৰ্ঘ্য = 8 চেমি , প্ৰস্থ = 4 চেমি , উচ্চতা = 9 চেমি
3. 5 টা ঘনক একেলগে ৰাখি তিনিটা বেলেগ বেলেগ দিশৰ ( সন্মুখৰ দৃশ্য, ওপৰৰ দৃশ্য আৰু কাষৰ দৃশ্য) ৰ চিত্ৰ আঁকা ৷
উত্তৰঃ
4. কাষৰ পৰা 5 টা ফুট দেখাকৈ এটা লুডু ডাইচৰ ত্ৰিমাত্ৰিক চিত্ৰ আঁকা ৷ ডাইচটো ওপৰৰ পৰা চালে কেইটা ফুট দেখা যাব ৷ ( দলত আলোচনা কৰা )
উত্তৰঃ
Please don't use spam link in the comment box.