Gorajan Goodluck Tutor Centre

শিক্ষাই মানুহক মুক্তি দিয়ে

YOUR QUESTIONS OUR ANSWERS( আপোনাৰ প্ৰশ্ন আমাৰ উত্তৰ- তলৰ লিংকটোত ক্লিক কৰক )

LINK-1

HSLC AND AHM RESULTS-2022
নিজৰ RESULTS চাবলৈ ইয়াত ক্লিক কৰা

NEW ADMISSION FOR ONLINE AND OFFLINE CLASSES

FOR NEW BATCH 2022-23
FOR CLASS VIII TO XII

HSLC-2022 SCIENCE COMMON

HSLC-2022 SCIENCE COMMON
বিজ্ঞানৰ HSLC-2022 COMMON QUESTION ৰ বাবে ক্লিক কৰা

HOT QUESTION-ANSWERS ( EMERGENCY)

HOT QUESTION
তোমাৰ উত্তৰসমূহ ( YOUR ANSWERS)

আমাক প্ৰশ্ন সুধিবলৈ তলৰ Whatsapp ত ক্লিক কৰা

আমাক প্ৰশ্ন সুধিবলৈ তলৰ Whatsapp ত ক্লিক কৰা
Ask Question
ইংৰাজী ভয় লাগে নেকি?
ইংৰাজীত দুৰ্বল নেকি ? আহক ইংৰাজীত কথা পাতিবলৈ শিকো মাত্ৰ ৪৯৯ টকাত
ALL ANSWERS
CHOOSE YOUR CLASS [উত্তৰ পাবলৈ নিজৰ শ্ৰেণীটো বাছনি কৰক ]

Your Questions( আপোনাৰ প্ৰশ্ন )

প্ৰশ্ন সুধিব পাৰা
টান লগা বিষয়টোত আমি সহায় কৰিম

Your Answers (আপোনাৰ উত্তৰ)

YOUR ANSWERS
আপুনি আগতে আমাক পঠিওৱা প্ৰশ্নৰ উত্তৰসমূহ ইয়াত পাব
HSLC 2021
NOW YOU CAN BUY YOUR IMPORTANT EBOOK HERE

বীজগণিতীয় ৰাশি - অধ্যায় 12 - গণিত - সপ্তম শ্ৰেণী (অনুশীলনী- 12.4 )-Algebraic Equation - class 7

অনুশীলনী - 12.4 

1. প্ৰদত্ত বীজগণিতীয় ৰাশিৰ মানৰ তালিকাখন সম্পূৰ্ণ কৰা [ অজ্ঞাত ৰাশিৰ সলনি 1, 2, 3.... ব্যৱহাৰ কৰা ]

 

ৰাশি

 

 

 

 

 

 

 

 

 

 

প্ৰথম

দ্বিতীয়

তৃতীয়

চতুৰ্থ

পঞ্চম

50 তম

…….

100 তম

(i)

5n +1

6

11

 

 

 

 

 

 

(ii)

3n -1

2

 

8

 

 

 

 

 

(iii)

X2+1

2

 

 

17

 

 

 

 

(iv)

2x + 3

5

 

9

 

13

 

 

203

(v)

4n -1

3

 

 

 

 

199

 

 


সমাধানঃ

 

ৰাশি

 

 

 

 

 

 

 

 

 

 

প্ৰথম

দ্বিতীয়

তৃতীয়

চতুৰ্থ

পঞ্চম

50 তম

…….

100 তম

(i)

5n +1

6

11

 16

 21

 26

 251

 

501 

(ii)

3n -1

2

 5

8

 11

 14

 149

 

 299

(iii)

X2+1

2

 5

 9

17

 26

 2501

 

10001 

(iv)

2x + 3

5

 7

9

 11

13

 103

 

203

(v)

4n -1

3

 7

 11

 15

 19

199

 

 399


2. তলত দিয়া চিত্ৰবোৰলৈ মন কৰাঃ 




(i)




(ii)












(i)  নং চিত্ৰত ABCD চতুৰ্ভুজত  B শীৰ্ষ বিন্দুৰ পৰা মাত্ৰ  এডাল কৰ্ণ আঁকিব পাৰি ৷

(ii) নং চিত্ৰত ABCDE পঞ্চভুজত  B শীৰ্ষ বিন্দুৰ পৰা মাত্ৰ  2 ডাল কৰ্ণ আঁকিব পাৰি ৷ 

(iii) নং চিত্ৰত ABCDEF ষড়ভুজত  B শীৰ্ষ বিন্দুৰ পৰা মাত্ৰ  3 ডাল কৰ্ণ আঁকিব পাৰি ৷

ஃ চতুৰ্ভুজৰ এটা
শীৰ্ষবিন্দুৰ পৰা আঁকিব পৰা কৰ্ণৰ সংখ্যা = 1 

পঞ্চভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা আঁকিব পৰা কৰ্ণৰ সংখ্যা = 2

ষড়ভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা আঁকিব পৰা কৰ্ণৰ সংখ্যা = 3

ஃ সপ্তভুজত  এটা  শীৰ্ষ বিন্দুৰ পৰা কেইটা কৰ্ণ আঁকিব পাৰি ?

n বাহুযুক্ত বহুভুজত এটা শীৰ্ষ বিন্দুৰ পৰা কেইটা কৰ্ণ আঁকিব পাৰি ? 

সমাধানঃ সপ্তভুজত  এটা  শীৰ্ষ বিন্দুৰ পৰা 4 টা কৰ্ণ আঁকিব পাৰি ৷ 

n বাহুযুক্ত বহুভুজত এটা শীৰ্ষ বিন্দুৰ (n -3)  টা কৰ্ণ আঁকিব পাৰি ৷  


3. তলত দিয়া তালিকা আৰু n = 1, 2, 3, 4, 5 ৰ বাবে দিয়া মানবোৰ সংখ্যাৰ তলত দিয়া হৈছে ৷ চানেকি সজোৱা ( n তম পদটো লিখা ৷)

(a) 

n

1

2

3

4

5

মান

1

4

9

16

?


চানেকিৰ সাধাৰণ n যুক্ত পদ = ? 

(b)

n

1

2

3

4

5

-

n

মান

4

7

10

13

?

 

?


(c) 

n

1

2

3

4

5

6

মান

8

10

12

14

16

?

 n তম পদ = ? 

সমাধানঃ

(a) 

n

1

2

3

4

5

মান

1

4

9

16

25


চানেকিৰ সাধাৰণ n যুক্ত পদ = n^2 

(b)

n

1

2

3

4

5

-

n

মান

4

7

10

13

16

 

3n+1





(c) 

n

1

2

3

4

5

6

মান

8

10

12

14

16

18

 n তম পদ = 2(n + 3) 

No comments:

Post a Comment

Please don't use spam link in the comment box.

Popular Posts

Featured post

Some Common Question For General Science Class X -HSLC -2022 SEBA Board( Given By Students For Solving)

Updating চলি আছেঃ ( page টো refresh কৰি থাকিবা) 1) তলৰ বিক্ৰিয়াটোৰ বাবে অৱস্থা চিহ্ন সহ এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখাঃ (A) বেৰিয়াম ক্ল&#...