ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

বীজগণিতীয় ৰাশি - অধ্যায় 12 - গণিত - সপ্তম শ্ৰেণী (অনুশীলনী- 12.4 )-Algebraic Equation - class 7

Admin
0
অনুশীলনী - 12.4 

1. প্ৰদত্ত বীজগণিতীয় ৰাশিৰ মানৰ তালিকাখন সম্পূৰ্ণ কৰা [ অজ্ঞাত ৰাশিৰ সলনি 1, 2, 3.... ব্যৱহাৰ কৰা ]

 

ৰাশি

 

 

 

 

 

 

 

 

 

 

প্ৰথম

দ্বিতীয়

তৃতীয়

চতুৰ্থ

পঞ্চম

50 তম

…….

100 তম

(i)

5n +1

6

11

 

 

 

 

 

 

(ii)

3n -1

2

 

8

 

 

 

 

 

(iii)

X2+1

2

 

 

17

 

 

 

 

(iv)

2x + 3

5

 

9

 

13

 

 

203

(v)

4n -1

3

 

 

 

 

199

 

 


সমাধানঃ

 

ৰাশি

 

 

 

 

 

 

 

 

 

 

প্ৰথম

দ্বিতীয়

তৃতীয়

চতুৰ্থ

পঞ্চম

50 তম

…….

100 তম

(i)

5n +1

6

11

 16

 21

 26

 251

 

501 

(ii)

3n -1

2

 5

8

 11

 14

 149

 

 299

(iii)

X2+1

2

 5

 9

17

 26

 2501

 

10001 

(iv)

2x + 3

5

 7

9

 11

13

 103

 

203

(v)

4n -1

3

 7

 11

 15

 19

199

 

 399


2. তলত দিয়া চিত্ৰবোৰলৈ মন কৰাঃ 




(i)




(ii)












(i)  নং চিত্ৰত ABCD চতুৰ্ভুজত  B শীৰ্ষ বিন্দুৰ পৰা মাত্ৰ  এডাল কৰ্ণ আঁকিব পাৰি ৷

(ii) নং চিত্ৰত ABCDE পঞ্চভুজত  B শীৰ্ষ বিন্দুৰ পৰা মাত্ৰ  2 ডাল কৰ্ণ আঁকিব পাৰি ৷ 

(iii) নং চিত্ৰত ABCDEF ষড়ভুজত  B শীৰ্ষ বিন্দুৰ পৰা মাত্ৰ  3 ডাল কৰ্ণ আঁকিব পাৰি ৷

ஃ চতুৰ্ভুজৰ এটা
শীৰ্ষবিন্দুৰ পৰা আঁকিব পৰা কৰ্ণৰ সংখ্যা = 1 

পঞ্চভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা আঁকিব পৰা কৰ্ণৰ সংখ্যা = 2

ষড়ভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা আঁকিব পৰা কৰ্ণৰ সংখ্যা = 3

ஃ সপ্তভুজত  এটা  শীৰ্ষ বিন্দুৰ পৰা কেইটা কৰ্ণ আঁকিব পাৰি ?

n বাহুযুক্ত বহুভুজত এটা শীৰ্ষ বিন্দুৰ পৰা কেইটা কৰ্ণ আঁকিব পাৰি ? 

সমাধানঃ সপ্তভুজত  এটা  শীৰ্ষ বিন্দুৰ পৰা 4 টা কৰ্ণ আঁকিব পাৰি ৷ 

n বাহুযুক্ত বহুভুজত এটা শীৰ্ষ বিন্দুৰ (n -3)  টা কৰ্ণ আঁকিব পাৰি ৷  


3. তলত দিয়া তালিকা আৰু n = 1, 2, 3, 4, 5 ৰ বাবে দিয়া মানবোৰ সংখ্যাৰ তলত দিয়া হৈছে ৷ চানেকি সজোৱা ( n তম পদটো লিখা ৷)

(a) 

n

1

2

3

4

5

মান

1

4

9

16

?


চানেকিৰ সাধাৰণ n যুক্ত পদ = ? 

(b)

n

1

2

3

4

5

-

n

মান

4

7

10

13

?

 

?


(c) 

n

1

2

3

4

5

6

মান

8

10

12

14

16

?

 n তম পদ = ? 

সমাধানঃ

(a) 

n

1

2

3

4

5

মান

1

4

9

16

25


চানেকিৰ সাধাৰণ n যুক্ত পদ = n^2 

(b)

n

1

2

3

4

5

-

n

মান

4

7

10

13

16

 

3n+1





(c) 

n

1

2

3

4

5

6

মান

8

10

12

14

16

18

 n তম পদ = 2(n + 3) 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)