ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

Revision: Square and Square Root -Exercise: R-2 -Class X [ বৰ্গ আৰু বৰ্গমূল -অনুশীলনীঃ R -2- দশম শ্ৰেণী )

Admin
1
অনুশীলনীঃ R -2 

(1) তলৰ  সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ  স্থান কি হ'ব ?

(i) 272 

(ii) 79 

(iii) 400

(iv) 2637 

সমাধানঃ

(i) 272 = 2 x 2 = 4 

(ii) 79 = 9 x 9 = 81 = 1 

(iii) 0 x 0 = 0 

(iv) 7 x 7 = 49 = 9 

(2) তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি ? 

(i) 1057

(ii) 7928

(iii) 222

(iv) 640

সমাধানঃ (i) এককৰ স্থানত 7 থাকিলে পূৰ্ণবৰ্গ  নহয় ৷

(ii) এককৰ স্থানত 8 থাকিলে পূৰ্ণবৰ্গ  নহয় ৷

(iii) এককৰ স্থানত 2 থাকিলে পূৰ্ণবৰ্গ  নহয় ৷

(iv) পূৰ্ণবৰ্গ হ'বলৈ সোঁফালে দুটা শন্য একেলগে থাকিব লাগিব ৷ 

(3) তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব ? 

(i) 19

(ii) 37

(iii) 53 

(iv) 78

সমাধানঃ  (i) 19 = 19 x 19 = 361

(ii) 37 = 37 x 37 = 1369

(iii) 53 x 53 = 2809

(iv) 78 = 78 x 78 = 6084

(4) মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰাঃ 

(i) 1764

(ii) 9216

(iii) 7744

(iv) 9801 

সমাধানঃ






(5) তলৰ প্ৰতিটো সংখ্যাৰ বাবে অটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে  সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব ?

(i) 1525

(ii) 1008

(iii) 2028

(iv) 768

সমাধানঃ 


(6) তলৰ প্ৰতিটো সংখ্যাৰ বাবে অটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে  সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব ?

(i) 468

(ii) 1584

(iii) 2645

(iv) 1620

সমাধানঃ 


(7) সেনাৰ কেম্প এটাত নাুকজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে ৷ প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল ? 

সমাধানঃ 


(8) 4 , 9 , আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰণ বৰ্গ সংখ্যাটো উলিওৱা ৷

সমাধানঃ 


(9) হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা ৷

(i) 2116

(ii) 4761

(iii) 576

(iv) 6084

সমাধানঃ 


(10) তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা ৷

(i) 12.25 
 
(ii) 24.01

(iii) 146.41

(iv) 102.01

সমাধানঃ 


(11) ( a) তলৰ কোনটো সংখ্যা  অযুগ্ম সংখ্যাৰ বৰ্গ ?

(i) 256

(ii) 169

(iii) 546

(iv) 754

উত্তৰঃ (ii) 169  য'ত 13 x 13 

(b)  তলৰ কোনটোৰ একক স্থানত 1 থাকিব ?

(i) 19^2

(ii) 34^2

(iii) 18^2

(iv) 20^2

উত্তৰঃ (i) 19^2  কাৰণ  19 x 19 = 361 , ইয়াত এককৰ ঘৰৰ সংখ্যা 1 

(c) 18^2 আৰু 19^2 ৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে ?

(i) 38

(ii) 36

(iii) 42

(iv) 40

উত্তৰঃ ইয়াত n = 18 , এতেকে 2n = 2 x 18 = 36  

 গতিকে , (ii) 36

(d) তলৰ কোনটো বৰ্গ সংখ্যা নহয় ? 

(i) 441

(ii) 572

(iii) 576

(iv) 729

উত্তৰঃ (ii) 572

(e) √2025 = 45 হ'লে √20.25 হ'ব 

(i) 45

(ii) 4.5

(iii) 0.45

(iv) 0.045

উত্তৰঃ (ii) 4.5






Post a Comment

1Comments

Please don't use spam link in the comment box.

Post a Comment