ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

The Spider and the Fly - class 8 -Read for pleasure- Sunbeam English Reader-iii-SCERT

Admin
0
The Spider and the Fly 

'' Will you walk into my parlour?''

said the spider to the fly;

'' Tis the prettiest little parlour

that ever you did spy.




The way into my parlour

is up a winding stair,

And I have many curious things

to show when you are there.''




''Oh no, no,'' said the little fly;

''To ask me is in vain.

For who goes up your winding stair 

Can ne'er come down again.''

The Spider and the fly - class 8 -Read for pleasure- Sunbeam English Reader-iii-SCERT


উচ্চাৰণঃ

''ওইল ইউ ৱাক ইন্টু মায় পাৰলাৰ ?''

ছেইড দা ইচপাইডাৰ টু দা ফ্লাই 

''টিছ দা প্ৰিটিয়েষ্ট লি'টিল পাৰলাৰ

ডেট এভাৰ ইউ ডিড স্পাই ৷




দা ৱে ইন্টু মায় পাৰলাৰ

ইজ আপ এ ওইনডিং ষ্টেয়াৰ,

এণ্ড আই হেভ মেনি কিউৰিয়াছ থিংছ্ 

টু শ্ব হোৱেন ইউ আৰ দেয়াৰ ৷ ''



''অহ, ন' ন,'' ছেইড দা লিটিল ফ্লাই;

''টু আস্ক মি ইজ ইন ভেইন ৷

ফ'ৰ হু গ'জ আপ ইউৰ ওইনডিং ষ্টেয়াৰ

কেন নে'আৰ( নেভাৰ) কাম ডাউন এগেইন ৷'' 


শব্দাৰ্থ(Vocabulary):

(1)    [ The - Definite Article , টো , খন , জন, জনী , খিলা ইত্যাদি ৷

Spider - মকৰা 

And - আৰু

Fly - মাখি  ]

স্তৱক ১ঃ

'' Will you walk into my parlour?''

said the spider to the fly;

'' Tis the prettiest little parlour

that ever you did spy.

শব্দাৰ্থঃ

 Will - be verb ( সহায়কাৰী ক্ৰিয়া) , ব 

you - তুমি , আপুনি, তই 

 walk - খোজ কঢ়া 

 into -ভিতৰলৈ 

 my - মোৰ 

 parlour - চ'ৰাঘৰ 

said - কৈছিল 

 spider - মকৰা

 to - লৈ 

fly - উৰা মৰা 

 Tis - This - এইটো , এইজন , এইজনী 

 prettiest - আটাইতকৈ ধুনীয়া 

 little - সৰু 

 parlour - 

that - যিটো, সেইটো, সৌটো 

ever - কেতিয়াবা 

did - be verb, 

 spy - মনে মনে চোৱা 

স্তৱক- ২ 

The way into my parlour

is up a winding stair,

And I have many curious things

to show when you are there.'

শব্দাৰ্থঃ

 way - ৰাস্তা, পথ, বাট 

is - be verb - হয় 

 up - ওপৰলৈ 

 a - এটা 

 winding - পাক খাই থকা 

stair- চিৰি 

 I - মই 

 have- be verb - আছে 

many - বহুত 

 curious - অদ্ভুত 

 things -বস্তু 
 

show - দেখুওৱা 

 when- যেতিয়া 

are - be verb - হয় 

 there - তাত 

স্তৱক- ৩ 

''Oh no, no,'' said the little fly;

''To ask me is in vain.

For who goes up your winding stair 

Can ne'er come down again.''

শব্দাৰ্থঃ

Oh - অহ  

no - নাই 

 ask - সুধা 

 me - মোক 

 in - ভিতৰত, ত 

 vain - অযথা 

For - বাবে 

who - যিজনে 

 goes - যোৱা 

 your- তোমাৰ, আপোনাৰ 

Can- নোৱাৰে 

 ne'er- never - কেতিয়াও 

 come -অহা 

 down - তললৈ 

 again - আকৌ , পুনৰ 



[ '' क्या तुम मेरे पार्लर में चलोगी? ''

मक्खी को मकड़ी कहा;

'' यह सबसे छोटा पार्लर है

कभी आपने जासूसी की।]

( মকৰাই মাখিক ক'লে, 

'' তুমি মোৰ চ';ৰাঘৰলৈ আহিবানে ?'' 

তুমি কেতিয়াবা বিচাৰি থকা 

আটাইতকৈ সৰু চ'ৰাঘৰ হয় এইটো ৷) 



[ मेरे पार्लर में रास्ता

एक घुमावदार सीढ़ी है,

और मेरे पास कई उत्सुक चीजें हैं

दिखाने के लिए जब तुम वहाँ होंगे। ''] 


( মোৰ চ'ৰাঘৰলৈ যোৱা পথটো 

এক পাক খাই থকা চিৰি হয় ,

আৰু যেতিয়া তুমি তাত পাই যাবা 

মই তোমাক বহুত অদ্ভুত বস্তু দেখুৱাম )

[ '' अरे नहीं, नहीं, '' छोटी मक्खी ने कहा;

'' मुझसे पूछना व्यर्थ है।

जो आपके घुमावदार सीढ़ी के लिए ऊपर जाता है

फिर कभी नीचे नहीं आ सकता। ''] 

( সৰু মাখিয়ে ক'লে , অহ' নাই নাই 

মোক অযথাতে সুধিলা ৷

যিজনে তোমাৰ পাক খাই চিৰিৰ ওপৰলৈ যায় 

তেওঁ কেতিয়াওঁ তললৈ পুনৰাই নাহে ৷ )






Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)