প্ৰতিবছৰে HSLC পৰীক্ষাত অসমীয়া বিষয়টোৰ ব্যাকৰণ বিভাগত বিপৰীত অৰ্থ লিখিবলৈ আহে ৷ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে তলত বিগত বৰ্ষত আহি থকা কেইটামান বিপৰীত শব্দ তলত উল্লেখ কৰা হ'ল ৷ ছাত্ৰ-ছাত্ৰীসকলে অলপ হ'লেও উপকৃত হ'ব বুলি আশা থাকিল ৷
আৱিৰ্ভাৱ = তিৰুভাৱ
দ্ৰুত = লেহেম
পুৱা = সন্ধ্যা
মুখ্য = গৌণ
হঁহা = কন্দা
ক্ষীণ = শকত
বিপৰীত শব্দ |
বিপৰীত শব্দঃ
হৰ্ষ = বিষাদ
উপকাৰ = অপকাৰ
স্থাৱৰ = অস্থাৱৰ
সম্পদ = বিপদ
আৱাহন = বিসৰ্জন
উজনি = নামনি
স্বাধীন = পৰাধীন
দুৰ্বল = সবল
জন্ম = মৃত্যু
উদয় = অস্ত
অনুকুল = প্ৰতিকূল
জ্ঞানী = মূৰ্খ
আনন্দ = নিৰানন্দ
আকৰ্ষণ = বিকৰ্ষণ
ওখ = চাপৰ
গ্ৰহণ = বৰ্জন
প্ৰশংসা = নিন্দা
আৱিৰ্ভাৱ = তিৰুভাৱ
প্ৰাচীন = অৰ্বাচীন
উচ্চ = নীচ
উন্নতি = অৱনতি
সুখী = দুখী
মৃত = অমৃত
নিৰ্ভুল = ভুল
জ্যেষ্ঠ = কনিষ্ঠ
কনিষ্ঠ = জ্যেষ্ঠ
পৰোক্ষ = পৰোক্ষ
আৰ্শীবাদ = অভিশাপ
ইহলোক = পৰলোক
অমৃত = মৃত
অকৃতজ্ঞ = কৃতজ্ঞ
দোষ = গুণ
দেশদ্ৰোহী = দেশপ্ৰেমিক
বিশ্বাস = অবিশ্বাস
আশা = নিৰাশা
উত্তম = অধম
কৃতজ্ঞ = অকৃতজ্ঞ
আকাশ = পাতাল
টান = সহজ
গহীন = পাতল
কৃশ = স্থূল
সন্মান = অসন্মান
ক্ষয় = অক্ষয়
পাৰ্থক্য = সাদৃশ্য
দ্ৰুত = লেহেম
উচ্ছৃংখল = সুশৃঙ্খল
বিস্তৃত = ঠেক
প্ৰাচ্য = প্ৰাশ্চাত্য
স্তুতি =
সুষুপ্তি =
অধম =উত্তম
অণু = বৃহৎ
অন্তৰ = বাহিৰ
অভাৱ = উভৈনদী
অলস = অনলস
অতিবৃষ্টি = অনাবৃষ্টি
আগ = পাছ , পিছ , গুৰি
আয় = ব্যয়
অনুগ্ৰহ = বিগ্ৰহ
অমৃত = গৰল
আচল = নকল
আন্ধাৰ = পোহৰ
আচাৰ = ব্যৱহাৰ
আপোন = পৰ
আদি = অন্ত
আদান = প্ৰদান
আস্তিক = নাস্তিক
আৱশ্যক = অনাৱশ্যক
আধুনিক = প্ৰাচীন
ইচ্ছা = অনিচ্ছা
ইহকাল = পৰকাল
ইষ্ট = অনিষ্ট
উত্থান = পতন
উদাৰ = ঠেকমনা , সংকীৰ্ণ
উত্তম = অধম
উচিত = অনুচিত
উত্তৰ = দক্ষিণ
উত্তৰ = প্ৰশ্ন
উক্ত = অনুক্ত
উৰ্বৰ = অনুৰ্বৰ
এতিয়া = তেতিয়া
ঐক্য = অনৈক্য
ওপৰ =তল
কঠিন = কোমল
কৃপণ = দানী
কামিলা = অকামিলা
ক'লা = বগা
কু = সু
খাল = বাম
খাদ্য = অখাদ্য
গুৰু = লঘূ
গুণ = দোষ
গধুৰ = পাতল
গ্ৰহণ = বৰ্জন
গুণী = নিৰ্গুণী
ঘৰচীয়া = বনৰীয়া
ঘন = পাতল , সেৰেঙা
চহকী = দুখীয়া
চেতন = অচেতন
চৰম = নৰম
চল = অচল
চিনাকি = অচিনাকি
জয় = পৰাজয়
জাৰ = গৰম
জীৱন = মৰণ
জাগৰণ = নিদ্ৰা
জোখ = বিজোখ
ডাঠ = পাতল
ডেকা = বুৃঢ়া
তপত = চেঁচা
ডাঙৰ = সৰু
দান = প্ৰতিদান
দেৱতা = অসুৰ
দীঘ = বাণি
দিন = ৰাতি
ধনী = দুখীয়া
ধৰ্ম = অধৰ্ম
ধাৰ্মিক = অধাৰ্মিক
নিত্য = অনিত্য
নিৰ্মল = মলিন
নিৰাকাৰ = সাকাৰ
নতুন = পুৰণি
নিৰ্ভীক = ভীৰু
নিৰ্দোষী = দোষী
নিৰপৰাধ = অপৰাধ
ন্যায় = অন্যায়
পাপ = পুণ্য
প্ৰভু = ভূত্য
প্ৰাচীন = অৰ্বাচীন
প্ৰৱেশ = প্ৰস্থান
পুৱা = সন্ধ্যা
প্ৰকৃত = কাল্পনিক
পণ্ডিত = মূৰ্খ
পৰিষ্কাৰ = লেতেৰা
বন্ধু = শত্ৰু
বিৰহ = মিলন
বিদ্যা = অবিদ্যা
বাদী = বিবাদী , প্ৰতিবাদী
বিনীত = গৰ্বিত
ব্যৰ্থ = সাৰ্থক
বিধি = নিষেধ
বিখ্যাত = অখ্যাত / কুখ্যাত
বৈধ = অবৈধ
ভীৰু = সাহসী / নিৰ্ভীক
ভক্তি = ঘৃণা
ভাল = বেয়া
ভয় = সাহস
মানুহ = পশু / দানৱ
মিত্ৰ = শত্ৰু
মিঠা = তিতা
মান = অপমান
মৃদু = তীব্ৰ
মুখ্য = গৌণ
মিলন = বিৰহ
যশ = অপযশ
যত্ন = অযত্ন
ৰোগী = নীৰোগী
ৰজা = প্ৰজা
লাভ = লোকচান/ ক্ষতি
লোভ =নিৰ্লোভ
লঘু = গুৰু
শীত = গ্ৰীষ্ম
শোক = আনন্দ
শুভ = অশুভ
শিষ্ট = অশিষ্ট
সৎ = অসৎ
সভ্য = অসভ্য
সহ্য = অসহ্য
সাধু = দুৰ্জন
সৃষ্টি = ধবংস
সজীৱ = নিৰ্জীৱ
সুখ্যাত = কুখ্যাত
সুখ = দুখ
সঁচা = মিছা
সঞ্চয় = অপচয়
সুলভ = দুৰ্লভ
সুগন্ধ = দুৰ্গন্ধ
সোঁ = বাঁও
হৰণ = পূৰণ
হৰ্ষ = বিষাদ
হিংসা = অহিংসা
হ্ৰাস = বৃদ্ধি
হঁহা = কন্দা
হৰা = জিকা
ক্ষয় = বৃদ্ধি
ক্ষুদ্ৰ = বৃহৎ
ক্ষমা = প্ৰতিশোধ
অকৃতজ্ঞ = কৃতজ্ঞ
স্বাৰ্থপৰ = নিস্বাৰ্থপৰ
বিশ্বাসঘাতক = বিশ্বাসী
আৱাহন = বিসৰ্জন
আচামী = ফৰিয়াদী
গ্ৰহণ = বৰ্জন
ভোটা = তীক্ষ্ন
আয় = ব্যয়
সন্ধি = বিসন্ধি / বিগ্ৰহ
ঘন = পাতল
মিলন = বিচ্ছেদ
সুযোগ = দুৰ্যোগ
অমৃত = গৰল
সুন্দৰ = কুৎসিত
কঠোৰ = কোমল
ভাগ্য = দুৰ্ভাগ্য
অধিকাৰ = অনাধিকাৰ
দেশী = বিদেশী
প্ৰখ্যাত = অখ্যাত
বিনয় = গৰ্ব
সৰল = জটিল
তিৰস্কাৰ = পুৰস্কাৰ
সদাচাৰ = অনাচাৰ
গৰিষ্ঠ = লঘিষ্ঠ
নিয়ম = অনিয়ম
উচিত = অনুচিত
শেষ = আৰম্ভ
সপোন = দিঠক
ক্ষীণ = শকত
স্পষ্ট = অস্পষ্ট
থলুৱা = বহিৰাগত
বৈধ = অবৈধ
উৎসাহ = নিৰুৎসাহ
শুক্লপক্ষ = কৃষ্ণপক্ষ
উপস্থিত = অনুপস্থিত
ককা = আইতা
আতা = আবু
আজু ককা = আজু আইতা
বোপাই = আই
পিতা/দেউতা = মাতৃ / মা
দদাই = খুৰী