Gorajan Goodluck Tutor Centre

শিক্ষাই মানুহক মুক্তি দিয়ে

YOUR QUESTIONS OUR ANSWERS( আপোনাৰ প্ৰশ্ন আমাৰ উত্তৰ- তলৰ লিংকটোত ক্লিক কৰক )

HOT QUESTION-ANSWERS ( EMERGENCY)

HOT QUESTION
তোমাৰ উত্তৰসমূহ ( YOUR ANSWERS)

আমাক প্ৰশ্ন সুধিবলৈ তলৰ Whatsapp ত ক্লিক কৰা

আমাক প্ৰশ্ন সুধিবলৈ তলৰ Whatsapp ত ক্লিক কৰা
Ask Question

HS result

HS Result 2021
HS Result ৰ বাবে ক্লিক কৰা

LINK-1

HSLC আৰু AHM RESULTS -link 2
নিজৰ RESULTS চাবলৈ ইয়াত ক্লিক কৰা (LINK 2)
ইংৰাজী ভয় লাগে নেকি?
ইংৰাজীত দুৰ্বল নেকি ? আহক ইংৰাজীত কথা পাতিবলৈ শিকো মাত্ৰ ৪৯৯ টকাত
ALL ANSWERS
CHOOSE YOUR CLASS [উত্তৰ পাবলৈ নিজৰ শ্ৰেণীটো বাছনি কৰক ]

Your Questions( আপোনাৰ প্ৰশ্ন )

প্ৰশ্ন সুধিব পাৰা
টান লগা বিষয়টোত আমি সহায় কৰিম

Your Answers (আপোনাৰ উত্তৰ)

YOUR ANSWERS
আপুনি আগতে আমাক পঠিওৱা প্ৰশ্নৰ উত্তৰসমূহ ইয়াত পাব
HSLC 2021
NOW YOU CAN BUY YOUR IMPORTANT EBOOK HERE

POLYNOMIALS - CLASS 9 [বহুপদ - নৱম শ্ৰেণী]

EXERCISE 2.1[অনুশীলনী - 2.1 ]

1.Which  of  the  following  expressions are  polynomials  in  one  variable and which are not ? State reasons  for  your  answer . [তলৰ কোনকেইটা ৰাশি এটা চলকযুক্ত বহুপদ  আৰু  কোনকেইটা নহয় ? তোমাৰ উত্তৰৰ  যুক্তি দিয়া ৷]

\[(i)4x^{2}-3x+7\]
\[(ii)y^{2}+\sqrt{2}\]
\[(iii)3\sqrt{t}+t\sqrt{2}\]
\[(iv)y+\frac{2}{y}\]
\[(v)x^{10}+y^{3}+t^{50}\]

Solution : One Variable ( এটা চলকযুক্ত বহুপদ) : (i) , (ii)
Non -polynomials : (ii)  , (iv) because  the degree of the variables  are  not  in whole number . [কাৰণ চলকৰ মাত্ৰাবোৰ  পূৰ্ণসংখ্যা নহয় ৷ ] 

2. Write the coeefficients  of  x2  in  each  of the following :[তলৰ প্ৰতিটোৰে x2 ৰ সহগ লিখা ৷]

\[(i)2+x^{2}+x\]
\[(ii)2-x^{2}+x^{3}\]
\[(iii)\frac{\pi }{2}x^{2}+x\]
\[(iv)\sqrt{2}x-1\]

Solution :
(i) 1

(ii) -1

\[(iii)\frac{\pi }{2}\]


(iv) 0

3. Give  one  example each of  a binomial of degree 35 and  of  a  monomial of  degree 100.[35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ  একোটাকে উদাহৰণ দিয়া৷ ]

Solution :
 \[(i)x^{35}+1\]
\[(ii)x^{100}\]

4. Write  the degree of each of  the  following polynomials:[তলৰ বহুপদবোৰৰ মাত্ৰা লিখাঃ]

\[(i)5x^{3}+4x^{2}+7x\]
\[(ii)4-y^{2}\]
\[(iii)5t-\sqrt{7}\]
\[(iv)3\]

Solution :

(i) 3

(ii) 2

(iii) 1

(iv) 0

5.Classify the  following as  linear , quadratic and cubic  polynomials: [তলৰ ৰৈখিক ,দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰাঃ]

\[(i)x^{2}+x\]
\[(ii)x-x^{3}\]
\[(iii)y+y^{2}+4\]
\[(iv)1+x\]
\[(v)3t\]
\[(vi)r^{2}\]
\[(vii)7x^{3}\]

Solution :

Linear [ৰৈখিক]: (iv)  , (v)

quadratic[দ্বিঘাত]: (i) , (iii) , (vi)

cubic [ত্ৰিঘাত]: (ii) , (vii) 

No comments:

Post a Comment

Please don't use spam link in the comment box.

Popular Posts

Featured post

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয়া স্ব -শিকন সমল ( সমল নং - ২) - ষষ্ঠ শ্ৰেণীৰ বাবে

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয়া স্ব -শিকন সমল ( সমল নং - ২) - ষষ্ঠ শ্ৰেণীৰ বাবে  বিষয় - বিজ্ঞান   অধ্যায় -2ঃ খাদ্যৰ উপাদান  পূৰ্বজ্ঞান আমি বিভি...