ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

ভগ্নাংশ আৰু দশমিক - সপ্তম শ্ৰেণী

Admin
0
অনুশীলনী - 2.5 


1. হৰণফল  নিৰ্ণয় কৰা ঃ

সমাধানঃ



2. মান  নিৰ্ণয় কৰা ঃ

সমাধানঃ








3. হৰণফল  নিৰ্ণয়  কৰাঃ

সমাধানঃ




4. 5.5 মিটাৰ কাপোৰৰ দাম 547.25 টকা  হ'লে , 1 মিটাৰ কাপোৰৰ  দাম কিমান হ'ব  ?

সমাধানঃ


5. এখন গাড়ীয়ে  3.5 ঘন্টাত  150.৷5 কিমি দূৰত্ব অতিক্ৰম  কৰিলে 1 ঘণ্টাত  অতিক্ৰম  কৰা  দূৰত্ব নিৰ্ণয় কৰা ৷ 

সমাধানঃ


6. পাইকাৰী দৰত 10 কিগ্ৰা  আলুৰ মূল্য 186.50 টকা হ'লে , প্ৰতি কিগ্ৰা  আলুৰ  মূল্য কিমান হ'ব ?

সমাধানঃ


7. এখন  বৰ্গাকৃতিৰ  পাচলিবাৰীৰ পৰিসীমা 76.8 মিটাৰ ৷ পাচলি  বাৰীখনৰ  এটা  কাষৰ  দৈৰ্ঘ্য  কিমান  হ'ব ?

সমাধানঃ


8. এটা  আলোচনা কক্ষৰ  প্ৰস্থ 5.5 মিটাৰ আৰু কালি 74.25 বৰ্গ মিটাৰ ৷ কক্ষটোৰ দৈৰ্ঘ্য  কিমান ? 

সমাধানঃ   

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)