2020
SOCIAL SCIENCE
Full Marks : 90
Pass Marks : 27
Time : 3 hours .
The figures in the margin indicate full marks for the questions
SECTION - A ( ক - শাখা )
1. (a) When did the Chauri - Chaura violence take place ?
চৌৰীচৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল ?
চৌৰীচৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল ?
(i) 5th February , 1922 ( ৫ ফেব্ৰুৱাৰী , ১৯২২ )
(ii) 31st January ,1930 ( ৩১ জানুৱাৰী , ১৯৩০ )
(iii) 8th August , 1942 ( ৮ আগষ্ট , ১৯৪২ )
(iv) 6th April , 1919 ( ৬ এপ্ৰিল , ১৯১৯ )
Ans : (i) 5th February , 1922 ( ৫ ফেব্ৰুৱাৰী , ১৯২২ )
Ans : (i) 5th February , 1922 ( ৫ ফেব্ৰুৱাৰী , ১৯২২ )
(b) Who was hanged along with Maniram Dewan ?
মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী দিয়া হৈছিল ?
মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী দিয়া হৈছিল ?
(i) Mayaram Nazir ( মায়াৰাম নাজিৰ )
(ii) Sheikh Farmud Ali ( শ্বেখ ফৰ্মুদ আলী )
(iii) Piyali Barua ( পিয়লি বৰুৱা )
(iv) Dutiram Barua ( দুটিৰাম বৰুৱা )
Ans : (iii) Piyali Barua ( পিয়লি বৰুৱা )
Ans : (iii) Piyali Barua ( পিয়লি বৰুৱা )
(c) Who formed the Assam Association in 1903 ?
১৯০৩ চনত কোনে আছাম এছ ' চিয়েছন গঠন কৰিছিল ?
(i) Padmanath Gohain Barua ( পদ্মনাথ গোহাঁই বৰুৱা )
(ii) Hemchandra Goswami . ( হেমচন্দ্ৰ গোস্বামী )
(iii) Nabin Chandra Bordoloi ( নবীনচন্দ্ৰ বৰদলৈ )
(iv) Manik Chandra Barua .( মানিক চন্দ্ৰ বৰুৱা )
Ans : (iv) Manik Chandra Barua .( মানিক চন্দ্ৰ বৰুৱা )
Ans : (iv) Manik Chandra Barua .( মানিক চন্দ্ৰ বৰুৱা )
(d) Which one of the following population groups follows Buddhism ?
তলত দিয়া জনগোষ্ঠীৰ কোনটো বৌদ্ধধৰ্মালম্বী ?
(i) Khasi ( খাছী )
(ii) Khamti ( খাম্তি )
(iii) Adi ( আদি )
(iv) Karbi ( কাৰ্বি )
Ans : (ii) Khamti ( খাম্তি )
Ans : (ii) Khamti ( খাম্তি )
(e) Which one of the following is man-made resource ?
তলত দিয়াবোৰৰ কোনটো মানৱ -সৃষ্ট সম্পদ ?
(i) River ( নদী )
(ii) Mineral Oil.( খনিজ তেল )
(iii) Irrigation Canal. ( জলসিঞ্চন নলা )
(iv) Forest.( অৰণ্য )
Ans : (iii) Irrigation Canal. ( জলসিঞ্চন নলা )
Ans : (iii) Irrigation Canal. ( জলসিঞ্চন নলা )
(f) What is the proportion of Carbon-dioxide in atmosphere ?
বায়ুমণ্ডলত কাৰ্বন-ডাই -অক্সাইডৰ পৰিমাণ কিমান ?
(i) 0.0035% ( ০.০০৩৫% )
(ii) 0.035% ( ০.০৩৫% )
(ii) 0.35% ( ০.৩৫% )
(iv) 3.35% ( ৩.৩৫% )
Ans : (ii) 0.035% ( ০.০৩৫% )
Ans : (ii) 0.035% ( ০.০৩৫% )
(g) Which sea separates Asia from Africa ?
কোনখন সাগৰে এছিয়া মহাদেশক আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰিছে ?
(i) Red sea. ( লোহিত সাগৰ )
(ii) Mediterranean sea ( ভূমধ্য সাগৰ )
(iii) Caspian sea. ( কাস্পিয়ান সাগৰ )
(iv) Adriatic sea. ( এড্ৰিয়াটিক সাগৰ )
Ans : (i) Red sea. ( লোহিত সাগৰ )
Ans : (i) Red sea. ( লোহিত সাগৰ )
(h) Which word was incorporated in the preamble of Indian Constitution through the 42nd amendent in 1976 ?
ভাৰতীয় সংবিধানৰ ১৯৭৬ চনত হোৱা ৪২ নং সংশোধনী আইনৰ জৰিয়তে কিনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল ?
ভাৰতীয় সংবিধানৰ ১৯৭৬ চনত হোৱা ৪২ নং সংশোধনী আইনৰ জৰিয়তে কিনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল ?
(i) Sovereign ( সাৰ্বভৌম )
(ii) Democratic ( গণতান্ৰিক )
(iii) Republic ( গণৰাজ্য )
SECTION -B / PART -1
2. When was Gandhi-Irwin pact signed ? Mention one outcome of the agreement . ( 1 + 1 =2 )
গান্ধী - আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ? এই চুক্তিৰ এটা পৰিণতি উল্লেখ কৰা ৷
Ans : Gandhi - Irwin pact was signed on 5th March in 1936 .
গান্ধী - আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ? এই চুক্তিৰ এটা পৰিণতি উল্লেখ কৰা ৷
Ans : Gandhi - Irwin pact was signed on 5th March in 1936 .
3. Who formed Ahom Sabha ? What was its most important activity ? ( 1 + 1 = 2 )
4. Mention two folk dances of Darrang district ? 2
5. When did Swadeshi Movement take place in India ? What was its contribution to the rise of national industry ? ( 1 + 2 =3)
OR
Write briefly the contribution of women in Swadeshi Movement in India . 3
6. What was " Partition of Bengali " ? Mention its two important consequences ? ( 1 + 2 = 3 )
7. Write a note on the " Peasant Revolt of Patharughat ''. 3
8. Mention the impacts of Revolt of 1857 in Assam . 3
OR
Write the significance of Jaintia Revolt against the British . 3
9. What was the background behind launching Quit India Movement by Gandhi ? How did he lead this movement ? ( 2 + 2 = 4 )
10. Write briefly about celebration of Bihu festival in Assam ? 4
11. How did the Non Co-operation Movement spread in Assam ? 5
OR
How did Assamese nationalism grow in Assam during the freedom movement ? 5
PART - II
12. Define '' Economic Geography ''. What is its subject Matter ? ( 1 + 1 = 2 )
13. How does water pollution occur ? 2
14. Write the names of two countries of Europe located in the Mediterranean region . 2
15. Mention four Mineral resources of Assam . 2
OR
Mention two plain tribes and two hill tribes of Assam . 2
16. Write three consequences of global warming . 3
17. Mention three problems of economic development in Assam . 3
OR
Write a note on population distribution in Assam . 3
18. What is meant by '' Resource '' ? Mention its basic characteristics with examples . ( 1 + 3 = 4 ) ' সম্পদ ' বুলিলে কি বুজায় ? উদাহৰণসহ ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা ৷
19. Draw a Sketch - map of Assam and locate their in any two of the following with names : ( 2 + 2 = 4 ) অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তাত তলত দিয়াসমূহৰ যি কোনো দুটা নামসহ বহুওৱা :
(a) Bio-Technology Park . জৈৱ-প্ৰযুক্তি পাৰ্ক
(b) A Bird Sanctuary . এখন পক্ষী অভয়াৰন্য
(c) Largest Tea Garden of Asia . এছিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিছা ৷
OR / নাইবা
For Blind Candidates only .
কেৱল অন্ধ পৰীক্ষাৰ্থীৰ বাবে
Write briefly about agro-based industries of Assam . 4
অসমৰ কৃষি-ভিত্তিক উদ্যোগৰ বিষয়ে চমুকৈ লিখা ৷
20. Discuss the physical characteristics of Asia . 5
এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা ৷
OR / নাইবা
Describe the distribution and characteristics of Oceans . 5
মহাসাগৰসমূহৰ বিতৰণ আৰু বৈশিষ্টসমূহ বৰ্ণনা কৰা ৷
21. Discuss the role of agriculture to the economy of Assam . 5
অসমৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা ৷
OR / নাইবা
Write an account on railway transport development in Assam . 5
অসমত ৰে'ল পৰিবহণ উন্নয়নৰ বিষয়ে এটি খতিয়ান লিখা ৷
PART - III / তৃতীয় খণ্ড
22. When was UNO established ? What is its basic objective ? ( 1 + 1 = 2 )
ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল ? ইয়াৰ মূল লক্ষ্যটো কি ?
23. Is a cheque money ? Give arguments in favour of your answer . ( 1 + 1 = 2 )
চেক এখন মুদ্ৰা নে ? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা ৷
24. Which organisation is the publisher of the World Human Development Report ? What are the indicators used for calculating Human Development Index ? ( 1 + 1 = 2 )
কোন সংস্থাই পৃথিৱীৰ মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰে ? মানৱ উন্নয়ন সূচকাংক গণনাত কোনবোৰ সূচক ব্যৱহাৰ কৰা হয় ?
25. Describe briefly the structure and functions of the National Human Rights Commission of India . ( 1 + 2 = 3 )
ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ গঠন আৰু কাৰ্য্যৱলী চমুকৈ বৰ্ণনা কৰা ৷
ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ গঠন আৰু কাৰ্য্যৱলী চমুকৈ বৰ্ণনা কৰা ৷
26. What is NABARD ? What are its main functions ? ( 1 + 2 = 3 )
' নাবাৰ্ড ' কি ? ইয়াৰ প্ৰধান কাৰ্যবোৰ কি কি ?
OR / নাইবা
What is IDBI ? When was it established ? Mention its two primary functions . ( 1 + 1 + 1 = 3 ) IDBI কি ? ই কেতিয়া স্থাপিত হৈছিল ? ইয়াৰ দুটা মূখ্য কাৰ্য্য উল্লেখ কৰা ৷
27. What is NITI Aayog ? When was it formed ? Who is its chairman ? ( 1 + 1 + 1 = 3 ) নিটি ( NITI ) আয়োগ কি ? ই কেতিয়া গঠিত হৈছিল ? ইয়াৰ অধ্যক্ষ কোন ?
28. Is India a federal country like that of the USA ? Explain . 4
আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষৰ এখন যুক্তৰাষ্ট্ৰ নে কি ? ব্যাখ্যা কৰা ৷
আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষৰ এখন যুক্তৰাষ্ট্ৰ নে কি ? ব্যাখ্যা কৰা ৷
OR / নাইবা
Why is India called Sovereign Socialist Secular Democratic Republic ? 4
ভাৰতবৰ্ষক কিয় সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বোলা হয় ?
ভাৰতবৰ্ষক কিয় সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বোলা হয় ?
Plz Asnsar diok
ReplyDelete