Gorajan Goodluck Tutor Centre

শিক্ষাই মানুহক মুক্তি দিয়ে

YOUR QUESTIONS OUR ANSWERS( আপোনাৰ প্ৰশ্ন আমাৰ উত্তৰ- তলৰ লিংকটোত ক্লিক কৰক )

HOT QUESTION-ANSWERS ( EMERGENCY)

HOT QUESTION
তোমাৰ উত্তৰসমূহ ( YOUR ANSWERS)

আমাক প্ৰশ্ন সুধিবলৈ তলৰ Whatsapp ত ক্লিক কৰা

আমাক প্ৰশ্ন সুধিবলৈ তলৰ Whatsapp ত ক্লিক কৰা
Ask Question

HS result

HS Result 2021
HS Result ৰ বাবে ক্লিক কৰা

LINK-1

HSLC আৰু AHM RESULTS -link 2
নিজৰ RESULTS চাবলৈ ইয়াত ক্লিক কৰা (LINK 2)
ইংৰাজী ভয় লাগে নেকি?
ইংৰাজীত দুৰ্বল নেকি ? আহক ইংৰাজীত কথা পাতিবলৈ শিকো মাত্ৰ ৪৯৯ টকাত
ALL ANSWERS
CHOOSE YOUR CLASS [উত্তৰ পাবলৈ নিজৰ শ্ৰেণীটো বাছনি কৰক ]

Your Questions( আপোনাৰ প্ৰশ্ন )

প্ৰশ্ন সুধিব পাৰা
টান লগা বিষয়টোত আমি সহায় কৰিম

Your Answers (আপোনাৰ উত্তৰ)

YOUR ANSWERS
আপুনি আগতে আমাক পঠিওৱা প্ৰশ্নৰ উত্তৰসমূহ ইয়াত পাব
HSLC 2021
NOW YOU CAN BUY YOUR IMPORTANT EBOOK HERE

796 টা খালী পদ পূৰণৰ বাবে ইউ পি এছ চিৰ অনলাইন আৱেদনৰ আহ্বান


ভাৰত  তথা  কেন্দ্ৰীয়  চৰকাৰৰ  বিভিন্ন  দপ্তৰৰ  ' Group A '  আৰু  ' Group B ' পৰ্যায়ৰ খালী পদসমূহ  পূৰণৰ  বাবে  UPSC  তৰফৰ  পৰা  আৱেদন  আহ্বান  কৰা  হৈছে ৷ মুঠ  খালী পদৰ  সংখ্যা  হৈছে 796  ৷  
খালী  পদসমূহ  হৈছে  : 
 (i) Indian Administrative Service.
 (ii) Indian Foreign Service. 
(iii) Indian Police Service. 
(iv) Indian P & T Accounts & Finance Service, Group ‘A’. 
(v) Indian Audit and Accounts Service, Group ‘A’.
 (vi) Indian Revenue Service (Customs and Central Excise), Group ‘A’.
 (vii) Indian Defence Accounts Service, Group ‘A’.
 (viii) Indian Revenue Service (I.T.), Group ‘A’. 
(ix) Indian Ordnance Factories Service, Group ‘A’ (Assistant Works Manager, Administration). 
(x) Indian Postal Service, Group ‘A’.
 (xi) Indian Civil Accounts Service, Group ‘A’.
 (xii) Indian Railway Traffic Service, Group ‘A’. 
(xiii) Indian Railway Accounts Service, Group 'A'.
 (xiv) Indian Railway Personnel Service, Group ‘A’.
 (xv) Post of Assistant Security Commissioner in Railway Protection Force, Group ‘A’ 
(xvi) Indian Defence Estates Service, Group ‘A’. 
(xvii) Indian Information Service (Junior Grade), Group ‘A’. 
(xviii) Indian Trade Service, Group 'A'. (xix) Indian Corporate Law Service, Group ‘A’.
 (xx) Armed Forces Headquarters Civil Service, Group ‘B’ (Section Officer’s Grade).
 (xxi) Delhi, Andaman & Nicobar Islands, Lakshadweep, Daman & Diu and Dadra & Nagar Haveli Civil Service, Group 'B'.
 (xxii) Delhi, Andaman & Nicobar Islands, Lakshadweep, Daman & Diu and Dadra & Nagar Haveli Police Service, Group 'B'.
(xxiii) Pondicherry Civil Service, Group 'B'.
 (xxiv) Pondicherry Police Service, Group ‘B’. 

Qualification :  

স্বীকৃতিপ্ৰাপ্ত  বিশ্ববিদ্যালয়ৰ পৰা  ্স্নাতক ডিগ্ৰী  ৷ 

Age : 
  
বয়স  1  আগষ্ট , 2020  লৈ  21 -32 বছৰ ৷ 

Application fee  : 

100  টকা ৷  অৱশ্য  এছ টি  , এছ চি , দিব্যাংগ  আৰু  মহিলা  প্ৰাথীয়ে  কোনো  মাচুল  পৰিশোধ কৰিব নালাগে ৷ মাচুল  পৰিশোধৰ  বাবে  এছ বি  আইৰ  যিকোনো  শাখাত যাব পাৰে নাইবা  অনলাইন  মাধ্যমেৰে পৰিশোধ কৰিব  পাৰি ৷

Last  Date  : 

3  March , 2020  

অধিক  জানিবৰ  বাবে  আৰু  আৱেদন  কৰিবলৈ  বিভাগীয়  ৱেবছাইট  https://upsconline.nic.in 
লগইন কৰক  ৷  



No comments:

Post a Comment

Please don't use spam link in the comment box.

Popular Posts

Featured post

নৱম আৰু দশম শ্ৰেণীৰ বাবে ২০২১ ত হ'বলগীয়া ছমহীয়া পৰীক্ষাত কোনটো বিষয়ৰ পৰা কি কি পাঠ আহিব জানি লওঁ আহা- syllabus for half yearly exam 2021 For Class IX and X

 নৱম শ্ৰেণী (Class IX)   দশম শ্ৰেণী ( Class X )   অসমীয়াঃ (1) অন্যৰ প্ৰতি ব্যৱহাৰ (2) শিশুলীলা (3)...