SOCIAL SCIENCE ( সমাজ বিজ্ঞান )COMMON QUESTION FOR HSLC 2020 :
1. বংগ বিভাজন বুলিলে কি বুজায় ? অসমত ইয়াৰ প্ৰভাৱ কেনে আছিল ?
2.আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ প্ৰধান কাৰণসমূহ কি আছিল ? গান্ধীজীয়ে এই আন্দোলন কেনেদৰে আৰম্ভ কৰিছিল , আলোচনা কৰা ৷
3. অসমত 1857 -58 চনত কিয় বিদ্ৰোহ সংঘটিত হৈছিল ?
4. অসমত 1857-58 চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণবোৰ আলোচনা কৰা ৷
5. ভাৰত ত্যাগ আন্দোলনত অসমৰ মানুহৰ ভুমিকা সম্বন্ধে চমুকৈ আলোচনা কৰা ৷
6. অসমত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যাৱলী আৰু প্ৰভাৱ সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা ৷
7. অসমৰ লোক সংস্কৃতিলৈ বিহুৰ অৱদান সম্পৰ্কে মতামত দিয়া ৷
8. অসমৰ চিত্ৰ কলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা ৷
9. অৰ্থনৈতিক ভূগোল কাক বোলে ? অৰ্থনৈতিক ভূগোলৰ তিনিটা প্ৰধান শাখাৰ নাম উল্লেখ কৰা ৷ ( 3 )
10. প্ৰদুষণ কি ? বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা ৷ ( 3)
11. ' গোলকীয় উষ্ণায়ন ' মানে কি ? গোলকীয় উষ্ণায়ন সম্পৰ্কে চমুকৈ আলোচনা কৰা ৷
12. এচিয়া মহাদেশৰ জলবায়ু ভিন্ন হোৱাৰ কাৰকবোৰ আলোচনা কৰা ৷
13. অসমৰ পৰ্যটন উদ্যোগৰ যি কোনো চাৰিটা সমস্যা উল্লেখ কৰা ৷
14.ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্য্যৱলী ব্যাখ্যা কৰা ৷
15. বাণিজ্যিক বেংকৰ কাৰ্য্যাৱলীসমূহ ব্যাখ্যা কৰা ৷
16. কেন্দ্ৰীয় বেংকৰ কাৰ্য্যাৱলীসমূহ ব্যাখ্যা কৰা ৷
17. মুদ্ৰাৰ কুফলসমূহ ব্যাখ্যা কৰা ৷
18.মানৱ উন্নয়ন সূচকৰ বিষয়ে চুমকৈ আলোচনা কৰা ৷
19. অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়ন মাজত পাৰ্থক্য লিখা ৷
20. বিনিময় প্ৰথাৰ অসুবিধা সমূহ লিখা ৷
মজা প্ৰশ্ন
ReplyDeletePlease give me the answer of this
ReplyDelete