ACCOUNTANCY - হিচাপবিদ্যা - CLASS - XII -HS
1. জমা আৰু খৰচ হিচাপৰ তিনিটা বৈশিষ্ট্য লিখা ৷ 3
Ans : জমা আৰু খৰচ হিচাপৰ তিনিটা বৈশিষ্ট্য হ'ল :
(i) ই এটা নগদ হিচাপৰ সংক্ষিপ্ত বিৱৰণী ৷
(ii) ই এটা বাস্তৱ হিচাপ ৷
(iii) নগদ লেনদেনৰ বাহিৰে আন কোনো লেনদেন এই বহীত লিখা নহয় ৷
2. জমা আৰু খৰচ আৰু আয়-ব্যয় হিচাপৰ মাজত থকা পাঁচটা পাৰ্থক্য লিখা ৷ 5
Ans : জমা আৰু খৰচ আৰু আয়-ব্যয় হিচাপৰ মাজত থকা পাঁচটা পাৰ্থক্য হ'ল :
3. অনালাভকাৰী প্ৰতিষ্ঠানৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ৷ 2
Ans : অনালাভকাৰী প্ৰতিষ্ঠানৰ দুটা বৈশিষ্ট্য হ'ল -
(i) অনালাভকাৰী প্ৰতিষ্ঠান লাভৰ উদ্দেশ্য গঠন কৰা নহয় ৷
(ii) সমাজ তথা সভ্যসকলক সেৱা আগবঢ়োৱা হৈছে এই প্ৰতিষ্ঠানৰ মূখ্য উদ্দেশ্য ৷
(i) অনালাভকাৰী প্ৰতিষ্ঠান লাভৰ উদ্দেশ্য গঠন কৰা নহয় ৷
(ii) সমাজ তথা সভ্যসকলক সেৱা আগবঢ়োৱা হৈছে এই প্ৰতিষ্ঠানৰ মূখ্য উদ্দেশ্য ৷
4. লাভ নোলোৱা প্ৰতিষ্ঠানৰ অৰ্থ লিখা ৷ 2
Ans : যিবোৰ প্ৰতিষ্টান লাভ অৰ্জনৰ বিপৰীতে ইয়াৰ সভ্য তথা জনসাধাৰণক সেৱা আগবঢ়োৱাৰ উদ্দেশ্য গঠন কৰা হয় তেনে প্ৰতিষ্ঠানক লাভ নোলোৱা প্ৰতিষ্ঠান বোলা হয় ৷
5. পুজিঁ ভিত্তিক হিচাপকৰণ আৰু অপুজিভিত্তিক হিচাপকৰণৰ মাজত তিনিটা পাৰ্থক্য উল্লেখ কৰা ৷ 3
7. পুজিঁ ভিত্তিক হিচাপকৰণৰ অৰ্থ ব্যাখ্যা কৰা ৷ 3
8. Calculate current ratio from the following information : 3
Stock : 75,000
Debtors : 60000
B/R : 15,000
advance tax : 6000
cash : 30,000
Creditors : 75,000
B/P : 40,000
B/O : 6,000
these was already taught our teacher, give us some different, like 1 mark que., some making illustrations etc. thank you.....
ReplyDelete