2020
GENERAL SCIENCE Full Marks : 90 Pass Marks : 27
The figure in the margin indicate full marks for the questions .
SECTION - A / ক - শাখা
1. For each question given below , four answers are given . Out of four , only one answer is correct . Select the correct answer .
তলৰ প্ৰতিটো প্ৰশ্নৰ চাৰিটাকৈ উত্তৰ দিয়া হৈছে ৷ চাৰিটাৰ ভিতৰত মাত্ৰ এটাহে শুদ্ধ ৷ শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(a) 10 mL of a solution of NaOH is found to be completely neutralised by 8 mL of a given solution of HCl. If we take 20 mL of the same solution of NaOH , the amount of HCL solution ( the same solution as before ) required to neutralise it will be :
NaOH দ্ৰৱ েটাৰ 10 mL এ HCl ্দ্ৰৱ এটাৰ 8 mL সম্পূৰ্ণৰূপে প্ৰশমিত কৰে ৷ যদি আমি একেটা NaOH দ্ৰৱৰ 20 mL লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ ( আগৰ সৈতে একেটা দ্ৰৱ ) পৰিমাণ হ'ব :
(i) 4 mL
(ii) 8 mL
(iii) 16 mL
(iv) 12 mL
Ans : (iii) 16 mL
Ans : (iii) 16 mL
(b). Which of the following methods is suitable for preventing an iron frying pan from rusting ?
লোৰ টাৱা ( iron frying pan ) এখন মামৰে ধৰা পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব ?
(i) Applying grease . গ্ৰীজ ব্যৱহাৰ কৰি
(ii) Applying paint . ৰং ব্যৱহাৰ কৰি
(iii) Applying a coating of Zinc . যিংকৰ প্ৰলেপ দি
(iv) All of the above . ওপৰৰ সকলো
Ans : (iii) Applying a coating of Zinc . যিংকৰ প্ৰলেপ দি
Ans : (iii) Applying a coating of Zinc . যিংকৰ প্ৰলেপ দি
(c) An atom has electronic configuration 2.8.7 . To which of the following elements would it be chemically similar ?
( Atomic Numbers are given in parentheses )
এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস 2 , 8, 7, ৷ তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ? ( বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে ৷ )
(i) N ( 7)
(ii) F ( 9)
(iii) P ( 15 )
(iv) Ar (18)
Ans : (ii) F ( 9)
Ans : (ii) F ( 9)
(d) Anaerobic respiration takes place in :
অবাত শ্বসন সংঘটিত হয় :
(i) Mitochondria মাইট'কণ্ড্ৰিয়াত
(ii) Chloroplasts ক্ল'ৰপ্লাষ্টত
(iii) Nucleous কোষকেন্দ্ৰত
(iv) Cytoplasm . কোষপ্ৰৰসত
Ans : (iv) Cytoplasm . কোষপ্ৰৰসত
Ans : (iv) Cytoplasm . কোষপ্ৰৰসত
(e) Which of the following disease is caused due to the insufficient secretion of thyroxin hormone ?
তলৰ কোনবিধ ৰোগ থাইৰক্সিন্ হৰম'ন উপযুক্ত পৰিমাণত ক্ষৰিত নোহোৱাৰ বাবে হয় ?
(i) Beriberi বেৰিবেৰি
(ii) Goiter গৰল ৰোগ
(iii) Diabetes ডায়েবেটিছ
(iv) Dwarfism কটীয়ালগা
Ans : (ii) Goiter গৰল ৰোগ
Ans : (ii) Goiter গৰল ৰোগ
(f) If a cross is made between the plants having TT ( tall) and tt ( dwarf) genetic composition , which type of plants we will obtain in the next generation ?
যদি জিনীয় গাঁথনি ওখ (TT) আৰু চাপৰ (tt) যুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয় , পিছৰটো অপত্য জনুত আমি কোন ধৰণৰ গছ পাম ?
(i) Tall (TT) and dwarf (tt) both . ওখ ( TT ) আৰু চাপৰ (tt) দুয়ো ধৰণৰ
(ii) Only tall কেৱল ওখ
(iii) Only dwarf কেৱল চাপৰ
(iv) None of the above . ওপৰৰ কোনো ধৰণৰেই নহয়
Ans : (ii) Only tall কেৱল ওখ
Ans : (ii) Only tall কেৱল ওখ
(g) Which of the following lenses would you prefer to use while reading very small letters ?
খুউৱ সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেনছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা ?
(i) A convex lens of local length 50 cm . ( 50 cm ফকাছ দৈৰ্ঘ্যৰ উত্তল লেনছ )
(ii) A convex lens of local length 5 cm . ( 5 cm ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেনছ )
(iii) A concave lens of focal length 5 cm . ( 50 cm ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ )
(iv) A concave lens of focal length 5 cm . ( 5 cm ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ )
Ans : (ii) A convex lens of local length 5 cm . ( 5 cm ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেনছ )
(h) The change of focal length of an eye - lens is caused by the action of the ________ . 1
চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেনছৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিবৰ্তন হয় ?
(i) Pupil চকুৰ মণি
(ii) Retina অক্ষিপট
(iii) Ciliary muscles চিলিয়াৰী পেশী
(iv) Iris চকুৰ পতা
Ans : (iii) Ciliary muscles চিলিয়াৰী পেশী
(i) Which of the following terms does not represent electrical power in a circuit ?
তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে ৷

(i)
IR2
(ii)
I2R
(iii)
V2/R
(iv)
VI
Ans : (i) IR2
(j) Which of the following constitute a food chain ?
তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখলা গঠন কৰে ?
(i) Grass , fish and goat ঘাঁহ , মাছ আৰু ছাগলী
(ii) Goat , cow and elephant ছাগলী ,গৰু আৰু হাতী
(iii) Grass , goat and human . ঘাঁহ , ছাগলী আৰু মানুহ
(iv) Grass , wheat and mango . ঘাঁহ , ঘেঁহু আৰু আম
Ans : (iii) Grass , goat and human . ঘাঁহ , ছাগলী আৰু মানুহ
2. Calcium oxide reacts vigorously with water to produce slaked lime ( Calcium hydroxide ) . Write the chemical equation of this reaction and mention the type of this chemical reaction .
কেলছিয়াম অক্সাইডে পানীৰে সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলত চূণ ( slaked lime ) কেলছিয়াম হাইড্ৰ'ক্সাইড উৎপন্ন কৰে ৷ এই বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণটো আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা ৷
Ans : The reaction is ( সমীকৰণটো হ'ল ) -
CaO + H2O ---------à Ca ( OH )2
The type of this chemical reaction is Combination Reaction .
বিক্ৰিয়াটোৰ প্ৰকাৰ হ'ল সংযোজন বিক্ৰিয়া ৷
3. Define allotrope of an element with examples .
উদাহৰণৰে সৈতে মৌল এটাৰ ' বহুৰূপ ' ( allotrope ) ৰ সংজ্ঞা লিখা ৷
Ans :
4. What is Catenation ?
কেটিনেচন কি ?
5. Why are traits acquired during the life time of an individual not inherited ?
কোনো জীৱই জীৱনকালত অৰ্জন কৰা চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ বংশানুক্ৰমিকভাৱে কিয় প্ৰৱাহিত নহয় ?
6. Why do stars twinkle ?
তৰাই তিৰবিৰাই কিয় ?
7. Translate the following statements into chemical equations and then balance them . তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তলন কৰা ৷
(i) Hydrogen sulphide gas burns in air to give water and sulphur dioxide .
হাইড্ৰ'জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে ৷
(ii) Potassium metal reacts with water to give potassium hydroxide and hydrogen gas.
পটেছিয়াম ধাতুেৱ পানীৰ সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ'ক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে ৷
8. You have two solutions , A and B . The pH of solution A is 6 and pH of solution B is 8 . Which solution has more hydrogen ion concentration ? Which of these is acidic and which one is basic ?
তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে ৷ দ্ৰৱ A ৰ pH ৰ মান 6 আৰু দ্ৰৱ B ৰ pH ৰ মান 8 ৷ কোনটো দ্ৰৱত হাইড্ৰ'জেন আয়নৰ গাঢ়তা বেছি ? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় ?
9. Draw a cross section of a leaf and label it properly .
এখিলা পাতৰ প্ৰস্থচ্ছেদ আঁকা আৰু তাক সঠিকভাৱে চিহ্নিত কৰা ৷
OR / নাইবা
Name the green dots contained by the leaves . What function do they perform .
পাতত থকা সেইজীয়া বিন্দুবোৰৰ নাম লিখা ৷ এইবোৰে কি কাৰ্য প্ৰদৰ্শন কৰে ?
10. How does muscle cells change their shape ?
পেশীকোষ কেনেদৰে তাৰ আকৃতি সলনি কৰে ?

SECTION - B / খ - শাখা

Please don't use spam link in the comment box.