Mathematics Assignment given by TINA
1. তোমাৰ শ্ৰেণী কোঠাটোৰ সমান এটা আয়তীয় ঘনক আকৃতি টেংকিত কিমান লিটাৰ পানী ধৰিব নিৰ্ণয় কৰা আৰু প্ৰতিজনক গড়ে 10 লিটাৰকৈ পানী প্ৰয়োজন হ'লে সেই পানী খিনিৰে 100 জন মানুহক কিমান দিন আৰু কিমান ঘণ্টা চলিব পাৰিব ? [ L = 6m , B = 5.4 m , H = 3.3 m ]
সমাধান : ইয়াত , আয়তীয় ঘনক আকৃতিৰ টেংকিৰ
দৈৰ্ঘ্য ( L) = 6m
প্ৰস্থ (B) = 5.4 m
উচ্চতা (H) = 3.3 m
এতিয়া , আয়তন = L × B × H
= 6m × 5.4 m × 3.3 m
= 106.92 m³
= 106.92 × 1000 লিটাৰ
= 106920 লিটাৰ
প্ৰতিদিনে পানীৰ প্ৰয়োজন হয় = (10 × 100 ) লিটাৰ
= 1000 লিটাৰ
মুঠ দিন হ’ব = 106920 ÷ 1000
= 106.92
= 106 দিন 92 ঘণ্টা ৷
দৈৰ্ঘ্য ( L) = 6m
প্ৰস্থ (B) = 5.4 m
উচ্চতা (H) = 3.3 m
এতিয়া , আয়তন = L × B × H
= 6m × 5.4 m × 3.3 m
= 106.92 m³
= 106.92 × 1000 লিটাৰ
= 106920 লিটাৰ
প্ৰতিদিনে পানীৰ প্ৰয়োজন হয় = (10 × 100 ) লিটাৰ
= 1000 লিটাৰ
মুঠ দিন হ’ব = 106920 ÷ 1000
= 106.92
= 106 দিন 92 ঘণ্টা ৷
2. প্ৰতি বৰ্গমিটাৰ 20 টকাকৈ খৰচ হ'লে তোমাৰ শ্ৰেণী কোঠা আৰু চিলিংত ৰং কৰা খৰচ নিৰ্ণয় কৰা ৷
সমাধান : ৰং কৰা কোঠা আৰু চিলিংৰ মুঠ পৃষ্ঠকালি =
2(LB + BH + HL ) – LB
= 2 ( 6 × 5.4 + 5.4 × 3.3 + 3.3 × 6 ) – 6 × 5.4
= 2 ( 32.4 + 17.82 × 19.8 ) – 32.4
= 2 ( 70.02) – 32.4
= 140.04 m² – 32.4 m²
= 107.64 m²
মুঠ খৰচ হ'ব = 20 টকা × 107.64 = 2152.8 টকা
2(LB + BH + HL ) – LB
= 2 ( 6 × 5.4 + 5.4 × 3.3 + 3.3 × 6 ) – 6 × 5.4
= 2 ( 32.4 + 17.82 × 19.8 ) – 32.4
= 2 ( 70.02) – 32.4
= 140.04 m² – 32.4 m²
= 107.64 m²
মুঠ খৰচ হ'ব = 20 টকা × 107.64 = 2152.8 টকা
Thank you sir
ReplyDelete