ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

HISTORY MODEL QUESTIONS ৷৷ CLASS12 ৷৷ AHSEC - বুৰজ্ঞী / ইতিহাস [FOR 1 MARK ] -2014

Admin
0

 HISTORY  MODEL  QUESTIONS ৷৷ FOR  CLASS 12 ৷৷  2014

1. ভাৰতৰ  পুৰাতত্ব  জৰীপ  বিভাগৰ  প্ৰথমজন  সঞ্চালক  প্ৰধান কোন আছিল  ? 

উত্তৰ  : আলেকজেণ্ডাৰ  কানিংহাম ৷ 

2. হৰপ্পা  সভ্যতাৰ  শস্য  গুৰি  কৰিবলৈ  ব্যৱহাৰ  কৰা  সজুলিবিধৰ  বিধৰ  নাম  কি  আছিল ? 

উত্তৰ  : শিল ৷ 

3. হগিওগ্ৰাফী কি ? 

উত্তৰ  : সন্ত  বা  সাধুসকলৰ  জীৱনীক  হেগিয়াগ্ৰাফী  বোলা  হৈছিল ৷ 

4. শংকৰদেৱ  কোন ?

উত্তৰ  : শংকৰদেৱ  বৈষ্ণৱ  ধৰ্মৰ  প্ৰৱৰ্তক  ৷ 

5. আৰৱী  ভাষাত  লিখা আলবেৰুণীৰ  কিতাপখনৰ নাম  কি  আছিল  ?

উত্তৰ  :  কিতাব - উল - হিন্দ ৷ 

6. কৰ্ণাটকত  নতুন  ধৰ্ম  আন্দোলনৰ  নেতৃত্ব  কোনে  দিছিল  ? 

উত্তৰ  : আলাৱাৰ  আৰু  নায়ানৰসকল  ৷ 

7. বিজয়নগৰৰ  সৰ্ববিখ্যাত  শাসকজন  কোন  আছিল  ? 

উত্তৰ  : কৃষ্ণদেৱ  ৰায়  ৷ 

8. মোগলসকলৰ  ৰাজসভাত  কি  ভাষা  ব্যৱহূত  হৈছিল  ?  

উত্তৰ  : পাৰ্চীয়ান  ভাষা ৷ 

9. 1857  চনৰ  বিদ্ৰোহ  প্ৰথম  ক'ত  আৰম্ভ  হৈছিল ? 

উত্তৰ  :  মীৰাট  চহৰত ৷ 

10. যোতদাৰসকল  কোন  ? 

উত্তৰ  : ধনী  শ্ৰেণীৰ  খেতিয়ক  ৷ 

11. ভাৰত  বিভাজনৰ  সময়ত  আজিৰ  বংলাদেশৰ  নাম  কি  আছিল  ? 

উত্তৰ  : বংগদেশ ৷ 

12. স্ৱাধীন  ভাৰতৰ  প্ৰথম  ৰাষ্ট্ৰপতি  কোন  আছিল  ? 

উত্তৰ  : ড° ৰাজেন্দ্ৰ  প্ৰসাদ  ৷ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)