HISTORY MODEL QUESTIONS ৷৷ FOR CLASS 12 ৷৷ 2014
1. ভাৰতৰ পুৰাতত্ব জৰীপ বিভাগৰ প্ৰথমজন সঞ্চালক প্ৰধান কোন আছিল ?
উত্তৰ : আলেকজেণ্ডাৰ কানিংহাম ৷
2. হৰপ্পা সভ্যতাৰ শস্য গুৰি কৰিবলৈ ব্যৱহাৰ কৰা সজুলিবিধৰ বিধৰ নাম কি আছিল ?
উত্তৰ : শিল ৷
3. হগিওগ্ৰাফী কি ?
উত্তৰ : সন্ত বা সাধুসকলৰ জীৱনীক হেগিয়াগ্ৰাফী বোলা হৈছিল ৷
4. শংকৰদেৱ কোন ?
উত্তৰ : শংকৰদেৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক ৷
5. আৰৱী ভাষাত লিখা আলবেৰুণীৰ কিতাপখনৰ নাম কি আছিল ?
উত্তৰ : কিতাব - উল - হিন্দ ৷
6. কৰ্ণাটকত নতুন ধৰ্ম আন্দোলনৰ নেতৃত্ব কোনে দিছিল ?
উত্তৰ : আলাৱাৰ আৰু নায়ানৰসকল ৷
7. বিজয়নগৰৰ সৰ্ববিখ্যাত শাসকজন কোন আছিল ?
উত্তৰ : কৃষ্ণদেৱ ৰায় ৷
8. মোগলসকলৰ ৰাজসভাত কি ভাষা ব্যৱহূত হৈছিল ?
উত্তৰ : পাৰ্চীয়ান ভাষা ৷
9. 1857 চনৰ বিদ্ৰোহ প্ৰথম ক'ত আৰম্ভ হৈছিল ?
উত্তৰ : মীৰাট চহৰত ৷
10. যোতদাৰসকল কোন ?
উত্তৰ : ধনী শ্ৰেণীৰ খেতিয়ক ৷
11. ভাৰত বিভাজনৰ সময়ত আজিৰ বংলাদেশৰ নাম কি আছিল ?
উত্তৰ : বংগদেশ ৷
12. স্ৱাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ?
উত্তৰ : ড° ৰাজেন্দ্ৰ প্ৰসাদ ৷
Please don't use spam link in the comment box.