ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

HISTORY MODEL QUESTIONS ৷৷ CLASS12 ৷৷ AHSEC - বুৰজ্ঞী / ইতিহাস [FOR 1 MARK ] -2013

Admin
0

HISTORY  MODEL  QUESTIONS ৷৷ FOR  CLASS 12 ৷৷  2013

1. পোন  প্ৰথমে  আৱিস্কাৰ  কৰা  হৰপ্পীয়া  সভ্যতাৰ  ঠাইখনৰ  নাম  লিখা ৷ 

উত্তৰ : হৰপ্পা  নামৰ  ঠাইখনত  ৷ 

2. প্ৰাচীনতম  লিপি  আৰু  মুদ্ৰাত  ব্যৱহূত  ব্ৰাহ্মী  আৰু  খৰোষ্টি  আখৰৰ  পাঠ  উদ্ধাৰ  কোনে  কৰে  ? 

উত্তৰ : জেমচ্  প্ৰিন্সেপ  ৷ 

3. কোচ  ৰাজ্যৰ  সৰ্বশ্ৰেষ্ট  ৰজা  কোন  আছিল  ?

উত্তৰ : মহাৰাজ  নৰনাৰায়ণ  ৷ 

4. অসমৰ  প্ৰথম  মুখ্যমন্ত্ৰী  কোন  আছিল  ?

উত্তৰ :  গোপীনাথ  বৰদলৈ  ৷ 

5. ' ৰিহলা ' গ্ৰন্থৰ লেখকৰ  নাম  কি  ?

উত্তৰ : ইবন  বটুতা ৷ 

6. বিজয়নগৰ  ৰাজ্য  কেতিয়া  প্ৰতিষ্টা  হৈছিল  ?

উত্তৰ : 1336  চনত  ৷ 

7. মোগল  সম্ৰাজ্যৰ  প্ৰতিষ্ঠতা  কোন  ? 

উত্তৰ :   বাবৰ  ৷ 

8. বংগদেশত  চিৰস্থায়ী  বন্দবস্ত  কেতিয়া  প্ৰৱৰ্তন  কৰা  হৈছিল  ?

উত্তৰ :  1793  চনত  ৷ 

9. শ্বাহ  মল  কোন  ? 

উত্তৰ : উত্তৰ  প্ৰদেশৰ  বেৰাওত  নামৰ  গাঁৱৰ  লোকসকলক  1857  চনৰ  বিদ্ৰোহৰ  সময়ত  সংগঠিত  কৰা  এজন  কৃষক  আছিল ৷ 

10. মহাত্মা  গান্ধীয়ে  ' ভাৰত  ত্যাগ '  কোন চনত  আৰম্ভ  কৰিছিল  ? 

উত্তৰ :  1942  চনত  ৷ 

11. মুছলীম  লীগে  কেতিয়া  ' প্ৰত্যক্ষ  সংগ্ৰাম দিৱস '  ঘোষণা  কৰিছিল ?

উত্তৰ :  1946  চনৰ  আগষ্ট  মাহত  ৷ 

12. ভাৰতীয়  সংবিধানৰ  খচৰা  প্ৰস্ত্ত  সমিতিৰ  সভাপতি  কোন  আছিল  ? 

উত্তৰ : ড °  ভীমৰাও  আম্বদকাৰ  ৷ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)