HISTORY MODEL QUESTIONS ৷৷ FOR CLASS 12 ৷৷ 2013
1. পোন প্ৰথমে আৱিস্কাৰ কৰা হৰপ্পীয়া সভ্যতাৰ ঠাইখনৰ নাম লিখা ৷
উত্তৰ : হৰপ্পা নামৰ ঠাইখনত ৷
উত্তৰ : হৰপ্পা নামৰ ঠাইখনত ৷
2. প্ৰাচীনতম লিপি আৰু মুদ্ৰাত ব্যৱহূত ব্ৰাহ্মী আৰু খৰোষ্টি আখৰৰ পাঠ উদ্ধাৰ কোনে কৰে ?
উত্তৰ : জেমচ্ প্ৰিন্সেপ ৷
উত্তৰ : জেমচ্ প্ৰিন্সেপ ৷
3. কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ট ৰজা কোন আছিল ?
উত্তৰ : মহাৰাজ নৰনাৰায়ণ ৷
উত্তৰ : মহাৰাজ নৰনাৰায়ণ ৷
4. অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল ?
উত্তৰ : গোপীনাথ বৰদলৈ ৷
উত্তৰ : গোপীনাথ বৰদলৈ ৷
5. ' ৰিহলা ' গ্ৰন্থৰ লেখকৰ নাম কি ?
উত্তৰ : ইবন বটুতা ৷
উত্তৰ : ইবন বটুতা ৷
6. বিজয়নগৰ ৰাজ্য কেতিয়া প্ৰতিষ্টা হৈছিল ?
উত্তৰ : 1336 চনত ৷
উত্তৰ : 1336 চনত ৷
7. মোগল সম্ৰাজ্যৰ প্ৰতিষ্ঠতা কোন ?
উত্তৰ : বাবৰ ৷
উত্তৰ : বাবৰ ৷
8. বংগদেশত চিৰস্থায়ী বন্দবস্ত কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল ?
উত্তৰ : 1793 চনত ৷
উত্তৰ : 1793 চনত ৷
9. শ্বাহ মল কোন ?
উত্তৰ : উত্তৰ প্ৰদেশৰ বেৰাওত নামৰ গাঁৱৰ লোকসকলক 1857 চনৰ বিদ্ৰোহৰ সময়ত সংগঠিত কৰা এজন কৃষক আছিল ৷
উত্তৰ : উত্তৰ প্ৰদেশৰ বেৰাওত নামৰ গাঁৱৰ লোকসকলক 1857 চনৰ বিদ্ৰোহৰ সময়ত সংগঠিত কৰা এজন কৃষক আছিল ৷
10. মহাত্মা গান্ধীয়ে ' ভাৰত ত্যাগ ' কোন চনত আৰম্ভ কৰিছিল ?
উত্তৰ : 1942 চনত ৷
উত্তৰ : 1942 চনত ৷
11. মুছলীম লীগে কেতিয়া ' প্ৰত্যক্ষ সংগ্ৰাম দিৱস ' ঘোষণা কৰিছিল ?
উত্তৰ : 1946 চনৰ আগষ্ট মাহত ৷
উত্তৰ : 1946 চনৰ আগষ্ট মাহত ৷
12. ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্ত্ত সমিতিৰ সভাপতি কোন আছিল ?
উত্তৰ : ড ° ভীমৰাও আম্বদকাৰ ৷
উত্তৰ : ড ° ভীমৰাও আম্বদকাৰ ৷
Please don't use spam link in the comment box.