HISTORY MODEL QUESTIONS ৷৷ FOR CLASS 12 ৷৷ 2017
1. ব্ৰাক্ষ্মী আৰু আখৰৰ পাঠ উদ্ধাৰ কোনে প্ৰথমে কৰে ?
উত্তৰ : জেমচ্ প্ৰিন্সেপ ৷
2. ' কুতাগৰশালা ' কি আছিল ?
উত্তৰ : এটা পঁজা ঘৰ যাৰ মুধচটো জোঙা আছিল ৷
3. প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল ?
উত্তৰ : প্ৰাগজ্যোতিষপুৰ ৷
4. অসমৰ ক'ত প্ৰথমে কৃষক বিদ্ৰোহ হৈছিল ?
উত্তৰ : ফুলগুৰি ৷
5. ' ৰিহলা ' লেখক কোন ?
উত্তৰ : ইবন বটুটা ৷
6. গুৰু নানকৰ জন্ম ক'ত হৈছিল ?
উত্তৰ : নানাকানা চাহিব গাওঁ ৷
7. ' মিলকিয়াত ' কি আছিল ?
উত্তৰ : জমিদাৰসকলৰ ব্যক্তিগত মাটিবোৰক মিলকিয়াত বুলি কোৱা হৈছিল ৷
8. ' হুমায়ুন নামা ' কোনে ৰচনা কৰিছিল ?
উত্তৰ : গুলবদন বেগম ৷
9. ' ডামি -ই -কোহ ' কি আছিল ?
উত্তৰ : চাওতালসকলৰ কাৰণে আছুতীয়াকৈ পট্ৰন দিয়া মাটিৰ চিনাক্তকৰণ ৷
10. ভাৰতবৰ্ষত কেতিয়া প্ৰথমে লোকগণনা কৰা হৈছিল ?
উত্তৰ : 1878 চনত ৷
11. দ্বিতীয় ঘূৰণীয়া মেজমলত কংগ্ৰেছত কোন প্ৰতিনিধিত্ব কৰিছিল ?
উত্তৰ : মহাত্মা গান্ধী ৷
12. ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্ত্ত সমিতিৰ সভাপতি কোন আছিল ?
উত্তৰ : বি . আৰ . আম্বেদকাৰ .
Please don't use spam link in the comment box.