ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

HISTORY MODEL QUESTIONS ৷৷ CLASS12 ৷৷ AHSEC - বুৰজ্ঞী / ইতিহাস [FOR 1 MARK ] -2017

Admin
0

HISTORY  MODEL  QUESTIONS ৷৷ FOR  CLASS 12 ৷৷  2017


1. ব্ৰাক্ষ্মী  আৰু  আখৰৰ  পাঠ  উদ্ধাৰ  কোনে  প্ৰথমে  কৰে  ? 

উত্তৰ  : জেমচ্  প্ৰিন্সেপ  ৷

2. ' কুতাগৰশালা '  কি  আছিল  ? 

উত্তৰ  : এটা  পঁজা  ঘৰ  যাৰ  মুধচটো  জোঙা  আছিল ৷

3. প্ৰাচীন  কালত  অসমক  কি  নামেৰে  জনা  গৈছিল ? 

উত্তৰ  :  প্ৰাগজ্যোতিষপুৰ  ৷

4. অসমৰ  ক'ত  প্ৰথমে  কৃষক  বিদ্ৰোহ  হৈছিল  ?

উত্তৰ  : ফুলগুৰি ৷

5. ' ৰিহলা '  লেখক  কোন  ? 

উত্তৰ  : ইবন  বটুটা ৷

6. গুৰু  নানকৰ  জন্ম  ক'ত  হৈছিল  ? 

উত্তৰ  : নানাকানা  চাহিব  গাওঁ ৷ 

7. ' মিলকিয়াত ' কি  আছিল  ? 

উত্তৰ  : জমিদাৰসকলৰ  ব্যক্তিগত  মাটিবোৰক  মিলকিয়াত  বুলি  কোৱা  হৈছিল ৷ 

8. ' হুমায়ুন নামা ' কোনে  ৰচনা  কৰিছিল ?

 উত্তৰ  : গুলবদন  বেগম ৷ 

9. ' ডামি -ই -কোহ ' কি  আছিল  ?

উত্তৰ  :  চাওতালসকলৰ  কাৰণে  আছুতীয়াকৈ  পট্ৰন  দিয়া  মাটিৰ  চিনাক্তকৰণ ৷

10. ভাৰতবৰ্ষত  কেতিয়া  প্ৰথমে  লোকগণনা কৰা  হৈছিল ? 

উত্তৰ  : 1878  চনত ৷ 

11. দ্বিতীয়  ঘূৰণীয়া  মেজমলত  কংগ্ৰেছত  কোন  প্ৰতিনিধিত্ব  কৰিছিল  ? 

উত্তৰ  :  মহাত্মা  গান্ধী  ৷ 

12. ভাৰতীয়  সংবিধানৰ  খচৰা  প্ৰস্ত্ত  সমিতিৰ সভাপতি  কোন  আছিল  ? 

উত্তৰ  : বি  . আৰ . আম্বেদকাৰ   . 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)