ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

অইল ইণ্ডিয়াত চাকৰি- Junior Assistant [Clerk Cum Computer Operator ]

Admin
0
                  অইল ইণ্ডিয়াত চাকৰি
                         
  

পদৰ নাম :  কনিষ্ঠ সহায়ক
পদৰ সংখ্যা :  19 টা
অইল ইণ্ডিয়া লিমিটেডত অচিৰেই নিয়োগ কৰা হ’ব কনিষ্ঠ সহায়কৰ ৷ মুঠ খালী পদ 19 টা ৷ ইয়াৰে 10 টা অসংৰক্ষিত , 5 টা অ’বি চি , দুটা এচ চি আৰু আন দুটা পদ এছ টি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত ৷ পদসমূহ অসমৰ যোৰহাট , গোলাঘাট , মৰিগাঁও , নগাঁও , কামৰূপ , নলবাৰী , বৰপেটা , বঙাইগাঁও আৰু কোকৰাঝাৰত পূৰণ কৰা হ’ব ৷ প্ৰাৰ্থী চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ আৰু কম্পিউটাৰ এপ্লিকেশ্যনৰ অতি কমেও ছমহীয়া পাঠ্যক্ৰমৰ ডিপ্লমাধাৰী হ’ব লাগিব ৷ প্ৰাৰ্থী গৰাকীয়ে মিনিটত অতি কমেও 30 টা শব্দ টাইপ কৰিব লাগিব ৷ বয়স 18-30 বছৰ ৷ অ’বি চি প্ৰাৰ্থীয়ে 3 বছৰ , এছ টি , এছ চিয়ে 5 বছৰ আৰু দিব্যাংগ তথা প্ৰাক্তন কৰ্মচাৰী প্ৰাৰ্থীয়ে চৰকাৰী বিধিৰ আধাৰত ৰেহাই পাব ৷ দৰমহা 13,500 – 28,000 টকা ৷ লিখিত পৰীক্ষা আৰু কম্পিউটাৰ দক্ষতাৰ পৰীক্ষাৰ ভিত্তিত প্ৰাৰ্থী বাচনি কৰা হ’ব ৷ আৱেদন প্ৰেৰণৰ ঠিকনা :
        To  Manager  (ER) PL
                          Pipelines  Headquarters , Oil India Limited ,
                          PO -  Udayanvihar , Guwahati , Kamrup (M)
                         Assam , PIN – 781171
আৱেদন গ্ৰহনৰ অন্তিম দিন 26 অক্টোবৰ , 2019 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)