অসমীয়া ব্যাকৰণ
1. অসমীয়া কাৰক কেইবিধ আৰু কি কি ? প্ৰতিবিধৰে সূত্ৰ লিখি কি কি বিভক্তি প্ৰয়োগ কৰা হয় উদাহৰণসহ বুজাই লিখা ৷ [2 + 2+ 2 = 6]
উত্তৰ : Available SOON.
2. শব্দ বিভক্তি কাক বোলে ? অসমীয়া ভাষাত শব্দ বিভক্তি কেইপ্ৰকাৰৰ বুজাই লিখা ৷ [2 + 4 = 6 ]
উত্তৰ :
3. নিৰ্দিষ্টতাবাচক প্ৰত্যয় কাক বোলে ? অসমীয়া ভাষাত ব্যৱহাৰ কৰা কেইবিধমান নিৰ্দিষ্টতাবাচক প্ৰত্যয় উদাহৰণসহ দাঙি ধৰা ৷ [ 2 + 4 = 6 ]
উত্তৰ :
4. তলত দিয়া যিকোনো তিনিটা শব্দ ভাঙি কি প্ৰত্যয় যোগ কৰা হৈছে লিখা ৷ [3 x 2 = 6 ]
বুধিয়ক , ৰোৱনী , মানহজন , ধাননি , দেখনিয়াৰ , নগৰীয়া
উত্তৰ :
5. তলত দিয়া খণ্ডবাক্যবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা ( যিকোনো চাৰিটা ) [3 x 2 = 6 ]
পানীত হাঁহ নচৰা , হাড়ক মাটি কৰ , হাত দীঘল , কাণে কাণে মাৰি , পানীৰ তলৰ কাঁইট , আথে বেথে
উত্তৰ :
6. তলত দিয়া যিকোনো এটি বিষয় লৈ এখন ৰচনা লিখি উলিওৱা : 15
(ক) অসমৰ লোক সংস্কৃতি
(অৱতৰণিকা - সংস্কৃতি আৰু লোক সংস্কৃতিৰ সাধাৰণ পৰিচয় - লোক সংস্কৃতিৰ বৈশিষ্ট্য - অসমীয়া লোক সংস্কৃতিৰ উপাদান - উপসংহাৰ )
উত্তৰ :
(খ) বিজ্ঞান আৰু মানৱ সভ্যতা
(অৱতৰণিকা - বিজ্ঞান কি আৰু কাক বোলে - মানৱ সভ্যতাৰ অগ্ৰগতিত বিজ্ঞানৰ ভূমিকা - বিজ্ঞানৰ উপকাৰিতা - বিজ্ঞানৰ অপকাৰিতা - উপসংহাৰ )
উত্তৰ :
(গ) পৰিৱেশ প্ৰদুষণ আৰু ইয়াৰ প্ৰতিকাৰ
( অৱতৰণিকা - পৰিৱেশ প্ৰদুষণৰ কাৰণ - বিভিন্ন প্ৰকাৰৰ প্ৰদূষণ - প্ৰতিকাৰৰ উপায় - উপসংহাৰ )
উত্তৰ :
(ঘ) শিক্ষানুষ্ঠানত খেল ধেমালি : ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা :
( অৱতৰণিকা - শিক্ষানুষ্ঠান আৰু খেল ধেমালি - খেল ধেমালিৰ প্ৰকাৰ - স্বাস্থ্য ৰক্ষাত খেল ধেমালি - খেল ধেমালিৰ উপকাৰিতা - অপকাৰিতা - উপসংহাৰ )
উত্তৰ :
Answers bur naiye sun!
ReplyDelete