ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

অসমৰ ডাক বিভাগত চাকৰি ( TOTAL POST - 919)

Admin
0

                           অসমৰ ডাক বিভাগত চাকৰি                        





মুঠ পদৰ সংখ্যা  :   919
পদৰ  নাম :  (ক) ব্ৰান্স প'ষ্ট মাষ্টাৰ
                      (খ) এছিছটেণ্ট ব্ৰান্স প'ষ্ট মাষ্টাৰ
                      (গ) ডাক সেৱক
অংসৰক্ষিত  পদৰ সংখ্যা :  439
অ' বি চি :  23 

এছ চি :  50
এছ টি :  87
আৰ্থিকভাৱে দুৰ্বল : 75
দিব্যাংগ :  37
 
যোগ্যতা  :  কেন্দ্ৰ/ ৰাজ্য/ কেন্দ্ৰীয় শাসিত প্ৰদেশৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ব'ৰ্ডৰ পৰা  হাইস্কুল শিক্ষান্ত বা  দশম শ্ৰেণী  উত্তীৰ্ণ হ'ব লাগিব ৷
বাধ্যতামূলক :  গণিত আৰু ইংৰাজী বিষয়ত উত্তীৰ্ণ হ'বলৈ প্ৰয়োজন হোৱা নূন্যতম নম্বৰ লাভ কৰাটো বাধ্যতামূলক হ'ব ৷
ভাষা :  প্ৰাৰ্থীসকল স্থানীয় ভাষা ক'ব আৰু লিখিব পাৰিব লাগিব ৷
আৱেদন মাছুল :  100  টকা
ডাকঘৰত বা অনলাইন মাধ্যমেৰে এই মাছুল পৰিশোধ কৰিব পাৰিব ৷
মহিলা আৰু দিব্যাংগ প্ৰাৰ্থীয়ে এই মাছুল পৰিশোধ কৰিব নালাগে ৷
বয়স :  18 - 40 বছৰ ৷ ( সংৰক্ষিত প্ৰাৰ্থীৰ বাবে বয়সৰ ৰেহাই আছে )
অধিক যোগাযোগৰ বাবে :  0361-2544881
FOR  APPLLY   CLICK  HERE  :  www.appost.in
Last Date for apply :  29 september , 2019

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)