Paper I - lower primary level - 2012
Cntd......
31. এটাৰ কোণকেইটা সমান
জোখৰ হ’লে সমান্তৰিকটো হ’ব-
(a) বৰ্গক্ষেত্ৰ
(b) ৰম্বাচ
(c) ট্ৰেপিজিয়াম
(d) আয়তক্ষেত্ৰ
Ans: (a) বৰ্গক্ষেত্ৰ
32. এটা সুষম চতুৰ্ভুজৰ উদাহৰণ হ’ল-
(a) সামান্তৰিক
(b) বৰ্গখেত্ৰ
(c) ৰম্বাচ
(d)আয়তখেত্ৰ
Ans: (b) বৰ্গক্ষেত্ৰ
33. তলত চিত্ৰটোত কেইটা ত্ৰিভুজ আছে ?
(a)
14
(b)
15
(c)
16
(d)
17
Ans: 16
35. তলৰ উক্তকেইটাৰ কোনটো
উক্তি শুদ্ধ নহয়?
(a) বৃত্তৰ আটাইতকৈ দীঘল জ্যাডালেই হৈছে বৃত্তৰ ব্যাস
(b) বৃত্ত এটাৰ দৈৰ্ঘ্যই ইয়াৰ পৰিধি
(c) এটা বৃত্তৰ ব্যাস হৈছে উপবৃত্তটোৰ এটা অংশ
(d) এটা বৃত্তৰ সকলোবোৰ ব্যাসাৰ্দ্ধৰ দৈৰ্ঘ্য সমান
Ans: (c) এটা বৃত্তৰ ব্যাস হৈছে উপবৃত্তটোৰ এটা অংশ
36. এটা ঘনকৰ আয়তন 216 ছেঃমিঃ হ’লে ঘনকটোৰ দৈৰ্ঘ্য,
(a) 8 ছেঃমিঃ, (b) 7
ছেঃমিঃ (c) 6 ছেঃমিঃ, (d)
4 ছেঃমিঃ
Ans: (c) 6 ছেঃমিঃ,
37. 5 হেক্টগ্ৰাম =
(a)50 ডেচিগ্ৰাম, (b) 50
ডেকাগ্ৰাম, (c) 50ছেন্টিগ্ৰাম (d)50কিলোগ্ৰাম
Ans: (b) 50 ডেকাগ্ৰাম,
38. এটা লম্ব-বৃত্তাকাৰ চুঙাৰ ব্যাসাৰ্দ্ধ 5ছেঃমিঃ আৰু দৈৰ্ঘ্য
7ছেঃমিঃ হ’লে চুঙাটোৰ আয়তন হ’ব
(a)550 ঘন ছেঃমিঃ,
(b)175ঘন ছেঃমিঃ , (c)154 ঘন ছেঃমিঃ, (d)47ঘন ছেঃমিঃ
Ans: (a)550 ঘন ছেঃমিঃ,
39. এটা বৰ্গৰ পৰিসীমা 24 ছেঃমিঃ হ’লে বৰ্গটোৰ কালি হ’ব
(a)576বৰ্গ ছেঃমিঃ,
(b)480বৰ্গ ছেঃমিঃ,
(c)96বৰ্গ ছেঃমিঃ,
(d)36বৰ্গ ছেঃমিঃ
Ans: (d)36বৰ্গ ছেঃমিঃ
40. তলৰ কোনটো সংখ্যা বৰ্গসংখ্যা এটাৰ একক স্হানত অংক হ’ব
নোৱাৰে?
(a) 5 (b) 6 (c) 7 (d) 9
Ans: (c) 7
41. এখন আয়তাকাৰ ফুলনি বাগিচাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত হ’ল
3:2, যদি বাগিচাখনৰ দৈৰ্ঘ্য 150 মিটাৰ হয়, ইয়াৰ প্ৰস্থ কিমান?
(a) 120 মিটাৰ (b) 110 মিটাৰ (c) 100 মিটাৰ (d) 50 মিটাৰ
Ans: (c) 100 মিটাৰ
42. এখন ৰেলগাড়ী 21:30 বজাত
যাত্ৰাৰম্ভ কৰি লক্ষ্যস্থান পায়গৈ পিছদিনা 09.20 বজাত ৷ যাত্ৰাটো সম্পূৰ্ণ কৰিবলৈ ৰেলগাড়ীখনে কিমান সময় লয়?
(a)
12 ঘণ্টা 10 মিনিট (b) 12 ঘণ্টা (c) 11 ঘণ্টা 5 মিনিট (d) 10 ঘণ্টা 50 মিনিট
Ans: 12 ঘণ্টা 10 মিনিট
44. তলত দণ্ডচিত্ৰটোৱে এটা ফুটবল দলে 2010-2011 বৰ্ষত খেলা খেল
আৰু খেলসমূহত কৰা গলৰ তথ্য
বৰ্ণনা কৰিছে ৷
ফুটবল দলটোৱে কিমানখন খেলত
তিনিটাতকৈ কম গ’ল কৰিছিল?
(a)
10 (b)
8 (c) 33
(d) 25
Ans: (d) 25
45. মৌলিক সংখ্যা এটাৰ উৎপাদক
হ’ল
(a)
এটা (b)
দুটা (c)
তিনিটা (d) নাই
Ans: (b)
দুটা
46. 23561 সংখ্যাটোত 5ৰ
স্থানীয় মান হৈছে
(a)
5 (b)
50
(c) 500 (d) 561
Ans: (c) 500
47. 2*3*সংখ্যাটোৰ তাৰকা চিহ্ন
(*)যুক্ত দুটাত একোটা অংক আছে সংখ্যাটো 3ৰে বিভাজ্য ৷ তলৰ
কোনটো অংক তাৰকা-চিহ্নিত স্থানত বহিব?
(a)
6 (b) 4
(c) 3 (d) 2
Ans: (d) 2
48. তলতৰ কোনটো উক্তি অসত্য?
(a) এটা অযুগ্ম সংখ্যা আৰু অন্য
এটা অযুগ্ম সংখ্যাৰ যোগফল এটা যুগ্ম সংখ্যা
(b) এটা অযুগ্ম সংখ্যা আৰু এটা অযুগ্ম সংখ্যাৰ অন্তৰফল এটা
যুগ্ম সংখ্যা
(c) এটা যুগ্ম সংখ্যা আৰু অন্য
এটা যুগ্ম সংখ্যাৰ অন্তৰফল এটা অযুগ্ম সংখ্যা
(d) দুটা অযুগ্ম সংখ্যাৰ পূৰণফল
এটা অযুগ্ম সংখ্যা
Ans: c) এটা যুগ্ম সংখ্যা আৰু অন্য এটা যুগ্ম সংখ্যাৰ অন্তৰফল এটা
অযুগ্ম সংখ্যা
49. দুটা সংখ্যাৰ গ.সা.গু. আৰু
ল.সা.গু. ক্ৰমে 3 আৰু 210 ৷ যদি এটা সংখ্যা 21 হয়, আনটো সংখ্যা
হ’ব
(a)
630 (b)
63
(c) 30 (d) ওপৰৰ এটাও নহয়
Ans: (c) 30
52. 1+2+3……+ n = 55 হ’লে n-ৰ মান হ’ব
(a)
15 (b)
10
(c) 20 (d) 25
Ans: (b) 10
53. 2/3 আৰু 5/6 ৰ মাজত থকা এটা অপৰিমেয় সংখ্যা হ’ল
(a)
3/2 (b)
1/3 (c) 13/18 (d) 15/6
Ans: (c) 13/18
54. তলৰ কোনটো সংখ্যাতকৈ 7/10 সৰু?
(a)
1/2 (b)
5/6
(c) 3/5 (d) 14/20
Ans: (d) 14/20
55. 1:20- ৰ সমমান ভগ্নাংশ
হৈছে
(a)
1/20 (b)
12/100 (c) 7/5
(d) 18/15
Ans: (a) 1/20
56. 200 কিলোগ্ৰামৰ ½ % হৈছে
(a)
100 কিঃগ্ৰাঃ (b) 50 কিঃগ্ৰাঃ
(c) 2 কিঃগ্ৰাঃ (d) 1 কিঃগ্ৰাঃ
Ans: (d) 1 কিঃগ্ৰাঃ
57. 7.90 টকা হ’লে
(a)
79 পইছা (b) 790 পইছা
(c) 7900 পইছা (d) 79000 পইছা
Ans: (b) 790 পইছা
58. তলৰ কোনটো গাণিতিক উক্তি
শুদ্ধ?
(a)
24.60
= 24.06 (b)
2.460 = 24.60 (c) 24.6 = 24.600 (d) 246.00 = 24.600
Ans: (c) 24.6 = 24.600
59. তলৰ কোনটো উক্তি শুদ্ধ?
(a)
এখন কাগজত এডাল ৰেখা অঁকাটো
সম্ভৱ নহয়
(b)
এটা ৰশ্মিৰ দুটা
প্ৰান্তবিন্দু আছে
(c)
এটা ৰেখাখণ্ডৰ মাত্ৰ এটা
প্ৰান্তবিন্দু আছে
(d)
এখন বেৰৰ পৃষ্ঠই এডাল ৰেখাক
সূচায়
Ans:
Please don't use spam link in the comment box.