RRC Group
D recruitment 2019 :
অনলাইন আবেদন কৰাৰ আগতে জানি লওক :
RCC Group D 2019 ৰেলৱে পৰীক্ষাত 1 লাখ কৰ্মচাৰী বাচনি কৰিব Railway
Examination
Board এ ৷ আগৰ Group D পৰীক্ষাৰ তুলনাত এইবাৰ সামান্য পৰিৱৰ্তন
কৰিছে ৷ যদি আবেদনকাৰীৰ দশম শ্ৰেণীৰ Certificate বা Mark sheet ত Registration No নাই , তেতিয়াহ’লে আবেদনকাৰীয়ে
অনলাইন আবেদন কৰাৰ সময়ত Registration No ৰ ঠাইত নিজৰ দশম শ্ৰেণীৰ ৰোল নং দিব পাৰিব ৷ ঠিক
এইদৰে ITI বা আন Certificate ৰো যদি Registration No নাই তেতিয়াহ’লে সেই ঠাইত নিজৰ ITI পৰীক্ষাৰ ৰোল নং দিব পাৰিব ৷ Document Verification ৰ সময়ত এই Certificate বোৰক কিন্তু দেখাব লাগিব যিবোৰৰ ৰোল নং আবেদনত পূৰ কৰা হ’ব ৷
অনলাইন আবেদন 12 মাৰ্চৰ পৰাই আৰম্ভ হৈ গৈছে আৰু এই আৱেদনকাৰীয়ে 12 এপ্ৰিললৈকে
আৱেদন কৰিব পাৰিব ৷ এইবাৰৰ খালী পদৰ সংখ্যা হৈছে 1,03,769 টা ৷ যোৱাবাৰৰ সংখ্যা
আছিল 63,000 টা ৷ যোৱাবাৰৰ পৰীক্ষাটো RRB ( Railway Recruitment Board ) এ পৰিচালনা কৰিছিল কিন্তু এইবাৰৰ পৰীক্ষাটো RRC ( Railway Recruitment
Cell ) এ পৰিচালনা কৰিছে ৷
যোগ্যতাৰ চমু বিৱৰণ :
শিক্ষা : 10th বা ITI Pass.
বয়স : 18 – 33 বছৰ ৷
OBC : 3 বছৰ ৰেহাই
SC/ST : 5 বছৰ ৰেহাই
General : জন্মৰ সময়সীমা : 02-07-1986 ৰ পৰা
01-07-2001 লৈকে ৷
OBC : জন্মৰ সময়সীমা : 02-07-1983 ৰ পৰা 01-07-2001 লৈকে ৷
বাছনি প্ৰক্ৰিয়া :
CBT : Computer
Based Test
PET :
Physical Efficiency Test .
যদি CBT ভাল হয় তেতিয়াহে PET লৈ মাতিব ৷
Negative Marking :
আগৰ পৰীক্ষাটোৰ দৰে এইবাৰো
Negative Marking ৰাখিছে ৷ প্ৰতিটো ভূল
উত্তৰৰ কাৰণে 1/3 = 0.33 নম্বৰ কাটিব ৷
Click Here To Apply .
Click Here To Apply .
Please don't use spam link in the comment box.