ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

RRC Group D recruitment 2019 : অনলাইন আবেদন কৰাৰ আগতে জানি লওক :

Admin
0
RRC   Group   D  recruitment  2019  :
অনলাইন আবেদন কৰাৰ আগতে জানি লওক :
                                                                
RCC  Group  D 2019 ৰেলৱে পৰীক্ষাত 1 লাখ   কৰ্মচাৰী বাচনি কৰিব Railway 
Examination  Board এ ৷ আগৰ Group D পৰীক্ষাৰ তুলনাত এইবাৰ সামান্য  পৰিৱৰ্তন কৰিছে ৷ যদি আবেদনকাৰীৰ দশম শ্ৰেণীৰ Certificate বা Mark sheet Registration No নাই , তেতিয়াহ’লে আবেদনকাৰীয়ে অনলাইন আবেদন কৰাৰ সময়ত Registration No ৰ ঠাইত নিজৰ দশম শ্ৰেণীৰ ৰোল নং দিব পাৰিব ৷ ঠিক এইদৰে ITI বা আন Certificate ৰো যদি Registration No  নাই তেতিয়াহ’লে সেই ঠাইত নিজৰ ITI পৰীক্ষাৰ ৰোল নং দিব পাৰিব ৷ Document Verification ৰ সময়ত এই Certificate  বোৰক কিন্তু দেখাব লাগিব যিবোৰৰ ৰোল নং আবেদনত পূৰ কৰা হ’ব ৷
অনলাইন আবেদন 12 মাৰ্চৰ পৰাই আৰম্ভ হৈ গৈছে আৰু এই আৱেদনকাৰীয়ে 12 এপ্ৰিললৈকে আৱেদন কৰিব পাৰিব ৷ এইবাৰৰ খালী পদৰ সংখ্যা হৈছে 1,03,769 টা ৷ যোৱাবাৰৰ সংখ্যা আছিল 63,000 টা ৷ যোৱাবাৰৰ পৰীক্ষাটো RRB ( Railway Recruitment  Board ) এ পৰিচালনা কৰিছিল কিন্তু এইবাৰৰ পৰীক্ষাটো RRC ( Railway Recruitment Cell ) এ পৰিচালনা কৰিছে ৷
যোগ্যতাৰ চমু বিৱৰণ :
শিক্ষা : 10th বা ITI   Pass.
বয়স : 18 – 33 বছৰ ৷
OBC  :   3 বছৰ ৰেহাই
SC/ST :  5 বছৰ ৰেহাই
General :   জন্মৰ সময়সীমা : 02-07-1986 ৰ পৰা 01-07-2001 লৈকে ৷
OBC  :  জন্মৰ সময়সীমা : 02-07-1983 ৰ পৰা 01-07-2001 লৈকে ৷
বাছনি প্ৰক্ৰিয়া : 
CBT  :  Computer  Based Test
PET :  Physical  Efficiency  Test .
যদি  CBT  ভাল হয় তেতিয়াহে PET লৈ  মাতিব ৷
Negative  Marking  :
  আগৰ পৰীক্ষাটোৰ  দৰে এইবাৰো  Negative  Marking  ৰাখিছে ৷ প্ৰতিটো  ভূল  উত্তৰৰ  কাৰণে 1/3 = 0.33  নম্বৰ কাটিব ৷
Click Here To Apply .



Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)