চেনিমাত
হওক বা গেমত হওক সকলো ঠাইতে ভিজুৱেল ইফেক্টৰ ব্যৱহাৰ হৈ আছে ৷ VFX Technology ৰ জৰিয়তে এনে চিত্ৰ তৈয়াৰ কৰা হয় যাক আমি কল্পনাও কৰিব
নোৱাৰো ৷ এনে ধৰণৰ Scene তৈয়াৰ কৰিবৰ কাৰণে ভিজুৱেল ইফেক্টৰ Specialist ৰ ডাঙৰ ভূমিকা আছে ৷ এইক্ষেত্ৰখনত কেৰিয়াৰ কেনেকৈ গঢ়িব পাৰি
, এই বিষয়ে MAAC ৰ Director অখলেশ ৰাজপুত কয় –
এই ক্ষেত্ৰখনত আহিবৰ কাৰণে
কি দৰকাৰ :
·
এই
ক্ষেত্ৰখনত আপোনাৰ আগ্ৰহ থকা উচিত ৷
·
আপোনাক
কম্পিউটাৰত ঘণ্টা ধৰি কাম কৰি ভাল লাগে ৷
·
আপুনি
অলপ বেলেগ কৰিব বিচাৰে ৷
এই
Skill টো কেনেকৈ ডেভলপ হব :
·
ভিজুৱেল
ইফেক্টৰ Specialist হবৰ বাবে Certificate বা Diploma Course
কৰাৰ দৰকাৰ
·
Practice এইক্ষেত্ৰখনত বৰ দৰকাৰ হয় ৷ কোৰ্চটো কৰাৰ লগতে প্ৰেকটিচ কৰি
1 বছৰত নিজৰ স্কীলছ ডেভলপ কৰি লব পাৰি ৷
কোন আহিব পাৰে এইক্ষেত্ৰখনত
:
·
এইক্ষেত্ৰখনত আহিবৰ কাৰণে
কোনো বিশেষ Background ৰ হোৱাৰ দৰকাৰ নাই ৷
·
ক্লাছ 12 বা যিকোনো ডিগ্ৰীৰ
পাছ কৰাৰ পাছত এই কোৰ্চ লব পাৰি ৷
·
যদি কম্পিউটাৰৰ কোৰ্চ আপুনি
আগত কৰি থৈছে তেন্তে এয়া আপোনাৰ বাবে সহায়ক হব ৷
কোনটো কোৰ্চ অফাৰ কৰি আছে :
·
ভিজুৱেল
ইফেক্টৰ 3 মহীয়া , 6 মহীয়া বা এবছৰীয়া কৌৰ্চ
অফাৰ কৰি আছে ৷
·
2
মহীয়া ডিপ্লমা কোৰ্চও কিছুমান Institute
এ কৰি আছে ৷
·
ইয়াত আপোনাক Video
production , Graphic Design , Motion
Graphics , Camera Tracking , Film
Restoration ধৰণৰ বহুতো টেকনিক শিকোৱা হয় ৷
কাম ক’ত পাব , দৰমহা কিমান
হ’ব :
·
Feature
Film , Television Programme , Animation
, Video Games , Advertisement
বা Entertainment ইত্যাদি ক্ষেত্ৰত ভিজুৱেল ইফেক্টৰ দৰকাৰ হয় ৷
·
Production House , Advertisement Agency
, News Channel , Media House ত ভিজুৱেল ইফেক্টৰ প্ৰয়োজন হয় ৷
·
আপুনি
এইক্ষেত্ৰখনত ফ্ৰিলানছিং হিচাপেও বা
পাৰ্ট টাইম হিচাপে কাম কৰিব পাৰে ৷
·
কোৰ্চ কৰাৰ পাছত 15 ৰ পৰা
25 হাজাৰ লৈকে মাহে দৰমহা পাব পাৰি ৷
·
পাৰ্ট টাইম জব হিচাবে মাহে
8 হাজাৰৰ পৰা 10 হাজাৰলৈকে দৰমহা হব পাৰে
৷
কোনটো Institute
ত কোৰ্চ গ্ৰহন কৰিব পাৰি :
·
Indian Institute
Of Digital Art
And Animation , Calcutta
·
MAAC , New
Delhi
·
Arena
Multimedia , Mumbai
·
Picasso Animation
College , Delhi
·
Global school
Of Animation And
Games , New Delhi
·
G Institute
of Creative Arts , Mumbai
এই Institute বোৰৰ শাখা চহৰৰ
বিভিন্ন ঠাইত আছে ৷
Please don't use spam link in the comment box.