ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

Visual Effect ত নিজৰ কেৰিয়াৰ বনাওক আৰু মাহে 15 হাজাৰৰ পৰা 25 হাজাৰ লৈকে উপাৰ্জন কৰক

Admin
0


চেনিমাত হওক বা গেমত হওক সকলো ঠাইতে ভিজুৱেল ইফেক্টৰ ব্যৱহাৰ হৈ আছে ৷ VFX Technology ৰ জৰিয়তে এনে চিত্ৰ তৈয়াৰ কৰা হয় যাক আমি কল্পনাও কৰিব নোৱাৰো ৷ এনে ধৰণৰ Scene তৈয়াৰ কৰিবৰ কাৰণে ভিজুৱেল ইফেক্টৰ  Specialist ৰ ডাঙৰ ভূমিকা আছে ৷ এইক্ষেত্ৰখনত কেৰিয়াৰ কেনেকৈ গঢ়িব পাৰি , এই বিষয়ে MAAC ৰ Director অখলেশ ৰাজপুত কয় –

এই ক্ষেত্ৰখনত আহিবৰ কাৰণে কি দৰকাৰ :
·         এই ক্ষেত্ৰখনত আপোনাৰ আগ্ৰহ থকা উচিত ৷
·         আপোনাক কম্পিউটাৰত ঘণ্টা ধৰি কাম কৰি ভাল লাগে ৷
·         আপুনি অলপ বেলেগ কৰিব বিচাৰে ৷


এই Skill টো কেনেকৈ ডেভলপ হব :
·         ভিজুৱেল ইফেক্টৰ  Specialist হবৰ বাবে Certificate বা Diploma Course কৰাৰ দৰকাৰ
·         Practice এইক্ষেত্ৰখনত বৰ দৰকাৰ হয় ৷ কোৰ্চটো কৰাৰ লগতে প্ৰেকটিচ কৰি 1 বছৰত নিজৰ স্কীলছ ডেভলপ কৰি লব পাৰি ৷

কোন আহিব পাৰে এইক্ষেত্ৰখনত :
·         এইক্ষেত্ৰখনত আহিবৰ কাৰণে কোনো বিশেষ Background ৰ হোৱাৰ দৰকাৰ নাই ৷
·         ক্লাছ 12 বা যিকোনো ডিগ্ৰীৰ পাছ কৰাৰ পাছত এই কোৰ্চ লব পাৰি ৷
·         যদি কম্পিউটাৰৰ কোৰ্চ আপুনি আগত কৰি থৈছে তেন্তে এয়া আপোনাৰ বাবে সহায়ক হব ৷

কোনটো কোৰ্চ অফাৰ কৰি আছে :
·         ভিজুৱেল ইফেক্টৰ  3 মহীয়া , 6 মহীয়া বা এবছৰীয়া কৌৰ্চ অফাৰ কৰি আছে ৷
·         2 মহীয়া ডিপ্লমা কোৰ্চও কিছুমান Institute এ কৰি আছে ৷
·         ইয়াত আপোনাক Video  production , Graphic Design , Motion  Graphics , Camera  Tracking  , Film  Restoration  ধৰণৰ বহুতো টেকনিক শিকোৱা হয় ৷

কাম ক’ত পাব , দৰমহা কিমান হ’ব :
·         Feature Film  , Television Programme , Animation , Video  Games ,  Advertisement  বা Entertainment  ইত্যাদি ক্ষেত্ৰত ভিজুৱেল ইফেক্টৰ  দৰকাৰ হয় ৷
·         Production  House , Advertisement  Agency  , News  Channel  ,  Media  House ভিজুৱেল ইফেক্টৰ প্ৰয়োজন হয় ৷
·         আপুনি এইক্ষেত্ৰখনত ফ্ৰিলানছিং হিচাপেও বা পাৰ্ট টাইম হিচাপে কাম কৰিব পাৰে ৷
·         কোৰ্চ কৰাৰ পাছত 15 ৰ পৰা 25 হাজাৰ লৈকে মাহে দৰমহা পাব পাৰি ৷
·         পাৰ্ট টাইম জব হিচাবে মাহে 8 হাজাৰৰ পৰা  10 হাজাৰলৈকে দৰমহা হব পাৰে ৷

কোনটো Institute ত কোৰ্চ গ্ৰহন কৰিব পাৰি :
·         Indian  Institute  Of  Digital  Art  And  Animation , Calcutta
·         MAAC , New Delhi
·         Arena Multimedia , Mumbai
·         Picasso  Animation  College , Delhi
·         Global  school  Of  Animation  And  Games , New  Delhi
·         G  Institute  of  Creative Arts , Mumbai
এই Institute বোৰৰ শাখা চহৰৰ বিভিন্ন ঠাইত আছে ৷     


Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)