যদিহে আপুনি Creative হয়
আৰু কিবা নতুন কৰিব বিছাৰিছে তেতিয়াহলে গেম ডেভলপাৰ হৈও নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব
পাৰি ৷ এই উদ্যেগত কামৰ বহুত সুবিধা আছে লগতে ইয়াক ফ্ৰীলানচিং জব হিচাবেও Create কৰিব পাৰি ৷ মাত্ৰ 1
বছৰৰ কোৰ্চ কৰিয়েই নিজৰ স্কীলছ ডেভলপ কৰি লব পাৰি ৷ যিকোনো Graduate এ এই কোৰ্চ কৰিব
পাৰে ৷
এই কোৰ্চবোৰ কৰি নিজৰ
স্কীলচ বিকাশ কৰিব পাৰি :
·
Certificate Course (
12 ৰ পৰা 15 মাহ )
·
Game Design
Diploma (1 বছৰ)
·
Crash Crouse
( 2 ৰ পৰা 6 মাহ)
ইয়াৰ পৰা কোৰ্চ কৰিব পাৰিব
:
·
Arena Animation
Academy
·
MAAC
·
Framebox
Animation And Visual Effects
·
Centre
for Research And
Industrial staff Performance
অনলাইন কোৰ্চও কৰিব পাৰি :
·
Game Developer ৰ অনলাইন কোৰ্চ বহুত আছে ৷ ইয়াৰ জৰিয়তে ঘৰত বহিয়েই আপুনি
গেম ডেভলপিং শিকিব পাৰিব ৷ এইবোৰ Website
ত এইকোৰ্চবোৰ অফাৰ কৰা হয়-
কোনে কৰিব পাৰে এই কোৰ্চ :
·
যিকোনো Graduate এ এই কোৰ্চ কৰিব পাৰে ৷
·
দশম পাছ কৰা Student ও এই কোৰ্চ কৰিব
পাৰে ৷
·
Graduation ত যদি কাৰোবাৰ টেকনিকেল জ্ঞান আছে তেন্তে তাৰ সুবিধা হয় ৷
আপুনি কাম ক’ত পাব :
·
Skills Develop হোৱাৰ পাছত ঘৰত
বহিয়েই আপুনি অনলাইন উপাৰ্জন কৰিব পাৰিব ৷ গেম ডেভলপ কৰি Google
Play Store ত সেয়া Upload কৰিব পাৰিব ৷ ইয়াৰ পৰা গ্ৰাহকে আপোনাৰ গেম Download কৰিলে আপোনাক টকা
পৰিশোধ কৰা হয় ৷
·
নিজৰ গেমিং Website ও খুলব পাৰি ৷
·
বিভিন্ন চহৰত যেনে- Delhi , Bangalore , Hyderabad আদিৰ Company সমূহত গেম ডেভলপাৰৰ
প্ৰয়োজন হয় ৷ তাতেও জবৰ বাবে আপোনি Try
কৰিব পাৰিব ৷
কিমান আয় হ’ব :
·
যদি আপুনি জব কৰে তেন্তে
আপোনাৰ মাহে আয় হ’ব 12 ৰ পৰা 15 হাজাৰলৈকে ৷
·
ভাল Skills অৰ্জন কৰাৰ পাছত
আপোনাৰ আয় হ’ব 15 ৰ পৰা 20 হাজাৰলৈকে ৷
·
আপোনাৰ ভাল Talent যদি আছে তেন্তে ভাল ভাল Company এ আপোনাক Hire কৰিব পাৰে ৷
Please don't use spam link in the comment box.