ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

আপুনি গেম ডেভলপাৰ হব পাৰিব

Admin
0
আপুনি গেম ডেভলপাৰ হব পাৰিব , যদিহে আপুনি Creative হয় , সাধাৰন Graduate ও এই সুবিধা লব পাৰিব


যদিহে আপুনি Creative হয় আৰু কিবা নতুন কৰিব বিছাৰিছে তেতিয়াহলে গেম ডেভলপাৰ হৈও নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব পাৰি ৷ এই উদ্যেগত কামৰ বহুত সুবিধা আছে লগতে ইয়াক ফ্ৰীলানচিং জব হিচাবেও Create কৰিব পাৰি ৷ মাত্ৰ 1 বছৰৰ কোৰ্চ কৰিয়েই নিজৰ স্কীলছ ডেভলপ কৰি লব পাৰি ৷ যিকোনো Graduate এ এই কোৰ্চ কৰিব পাৰে ৷

এই কোৰ্চবোৰ কৰি নিজৰ স্কীলচ বিকাশ কৰিব পাৰি :  
·         Certificate  Course (  12  ৰ পৰা 15 মাহ )
·         Game  Design  Diploma (1 বছৰ)
·         Crash Crouse ( 2 ৰ পৰা 6 মাহ)

ইয়াৰ পৰা কোৰ্চ কৰিব পাৰিব :
·         Arena  Animation  Academy 
·         MAAC
·         Framebox Animation And  Visual  Effects
·         Centre for  Research  And  Industrial staff Performance

অনলাইন কোৰ্চও কৰিব পাৰি :    
·         Game  Developer ৰ অনলাইন কোৰ্চ বহুত আছে ৷ ইয়াৰ জৰিয়তে ঘৰত বহিয়েই আপুনি গেম ডেভলপিং শিকিব পাৰিব ৷ এইবোৰ Website ত এইকোৰ্চবোৰ অফাৰ কৰা হয়-
·         www.udemy.com
·         www.coursera.org

কোনে কৰিব পাৰে এই কোৰ্চ :
·         যিকোনো Graduate  এ এই কোৰ্চ কৰিব পাৰে ৷
·         দশম পাছ কৰা Student ও এই কোৰ্চ কৰিব পাৰে ৷
·         Graduation ত যদি কাৰোবাৰ টেকনিকেল জ্ঞান আছে তেন্তে তাৰ সুবিধা হয় ৷

আপুনি কাম ক’ত পাব :
·         Skills  Develop  হোৱাৰ পাছত ঘৰত বহিয়েই আপুনি অনলাইন উপাৰ্জন কৰিব পাৰিব ৷ গেম ডেভলপ কৰি Google  Play  Store ত সেয়া Upload কৰিব পাৰিব ৷ ইয়াৰ পৰা গ্ৰাহকে আপোনাৰ গেম Download কৰিলে আপোনাক টকা পৰিশোধ কৰা হয় ৷
·         নিজৰ গেমিং Website ও খুলব পাৰি ৷
·         বিভিন্ন চহৰত যেনে- Delhi , Bangalore , Hyderabad  আদিৰ Company সমূহত গেম ডেভলপাৰৰ প্ৰয়োজন হয় ৷ তাতেও জবৰ বাবে আপোনি Try কৰিব পাৰিব ৷

কিমান আয় হ’ব :
·         যদি আপুনি জব কৰে তেন্তে আপোনাৰ মাহে আয় হ’ব 12 ৰ পৰা 15 হাজাৰলৈকে ৷
·         ভাল Skills অৰ্জন কৰাৰ পাছত আপোনাৰ আয় হ’ব 15 ৰ পৰা 20 হাজাৰলৈকে ৷
·         আপোনাৰ ভাল Talent  যদি আছে তেন্তে ভাল ভাল Company এ আপোনাক Hire কৰিব পাৰে ৷


  

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)