যদি আপুনি কম্পিউটাৰ চলায়
ভাল পায় আৰু নিজকে Creative বুলি ভাবে তেন্তে ৱেব ডিজাইনৰ ক্ষেত্ৰখন আপোনাৰ বাবে
উপযুক্ত হব ৷ কেৱল ছমাহ কোৰ্চ কৰিয়েই আপুনি ঘৰৰ পৰাই ৱেব ডিজাইনৰ কাম আৰম্ভ কৰিব
পাৰিব ৷ পাৰ্ট টাইম জব কৰাৰ লগতে ইয়াক ফুল টাইমও কৰি লব পাৰি ৷ SEO (Mumbai) ৰ CEO মহম্মদ শাবিৰে কয় যে কেনেকৈ ৱেব ডিজাইনাৰ হৈ ইয়াক ভাল
কেৰিয়াৰলৈ পৰিবৰ্তন কৰিব পাৰি ৷
এইক্ষেত্ৰখনত যদি আহিব
বিছাৰিছে তেন্তে নিজকে জুখি লওক :
আপুনি Creativity হয়নেকি ? মানে আপুনি
ভাল Painting কৰিব জানে ? ৰং মিহলোৱাৰ বিষয়ে আপোনাৰ ভাল জ্ঞান আছে ?
আপুনি কম্পিউটাৰ লগত সময় অতিবাহিত কৰি ভাল পায়নে ?
এইক্ষেত্ৰখনত আহিবলৈ কিহৰ
প্ৰয়োজন :
ৱেব ডিজাইনাৰ হবলৈ হলে কোনো
বিশেষ শৈক্ষিক যোগ্যতাৰ প্ৰয়োজন নহয় ৷ কিন্তু ৱেব ডজাইনৰ লগত জড়িত Skills ৰ জ্ঞান থকাটো দৰকাৰ
৷ H.S (class 12) ৰ পাছতো যদি Student এ বিছাৰে ৱেব
ডিজাইনত নিজৰ কেৰিয়াৰ বানব পাৰে ৷
আপুনি এই Skills বোৰ ডেভলপ কৰিব লাগিব :
ৱেব ডিজাইনৰ বাবে আপুনি HTML , ADOBE PHOTOSHOP , C-SS 2 , WEB HOSTING ,
SEO ধৰণৰ দিশসমূহ আয়ত্ব কৰিব লাগিব ৷
কোনবোৰ কোৰ্চ কৰিলে লাভ
হ’ব:
চাৰ্টিফিকেট লেভেলত থকা
কোৰ্চসমূহ হ’ল –
·
Certificate Course
In Web Designing .
·
Certificate Course In Internet
And Web
Designing.
·
Certificate Course
In Multimedia and
Web Designing.
·
Certificate Course In Office Automation
And Web Designing.
·
Certificate In
Application Software And
Web Designing .
ডিপ্লমা
বা Advance লেভেলত থকা কোৰ্চসমূহ –
·
Diploma Course
In Multimedia And
Web Designing.
·
Diploma In
Web Designing .
·
Diploma
In Web Designing And
Software Development.
·
Advanced Diploma
Course in Multimedia
And Web Designing
P.G. Level ৰ Course সমূহ হল –
* Post Graduate
Diploma In Web
Designing .
এইবোৰ Institute ত এই কোৰ্চসমূহ লব পাৰিব :
·
Image Institute
Of Digital University, Mumbai
·
Institute Of
Computer Animation And
Design , Mumbai
·
G Institute
Of Creative Arts ,
Mumbai
·
Elan Institute Of
Information Technology , Pune
·
Astha Institute
Of Management And Technology , Jaipur
·
Academy Of
Career Solution , Jaipur
·
Gurunanak Dev
University , Punjab
·
Windsoft Computer Centre , Punjab
Free কৈ অনলাইন Course কৰিব পাৰে :
ইত্যাদি ধৰণৰ
ৱেবছাইটত অনলাইন কোৰ্চ কৰিব পাৰে ৷ বিভিন্ন ৱেবছাইটে বিনামূল্য ৱেব ডিজাইনৰ কোৰ্চ
অফাৰ কৰি আছে ৷ ডিজাইনৰ টুলসমূহ নেটত ভৰপূৰ হৈ আছে ৷ আপুনি কেৱল মন দি শিকাৰ
প্ৰয়োজন আছে ৷
কত জব পাব আৰু আয় কিমান হ’ব :
·
ৱেবছাইট ডিজাইনাৰ হোৱাৰ
পাছত আপুনি ঘৰৰ পৰাই Freelance হিচাপে কাম কৰিব পাৰিব ৷ Freelance Website ত Project সমূহ আহি থাকে ৷
ইয়াৰ পৰা Project সমূহ লৈ ইয়াৰ পৰা আপুনি কাম আৰম্ভ কৰিব পাৰিব ৷
·
Freelance হিচাপে IT Company আৰু Agency সমূহৰ লগত জড়িত হৈ কাম কৰিব পাৰিব ৷
·
নিজৰ ৱেবছাইট আৰম্ভ কৰিও
কাম পাব পাৰে ৷ Starting ত মাহেকত আয় 10 ৰ পৰা 12 হাজাৰলৈকে হব পাৰে ৷
·
ভাল অভিজ্ঞতা অৰ্জন কৰাৰ
পিছত মাহেকত আয় 50 হাজাৰৰ পৰা 1 লাখ টকালৈকে হব পাৰে ৷
Please don't use spam link in the comment box.