ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

ৱেব ডিজাইনত কেৰিয়াৰ গঢ়ক

Admin
0
ডেভলপ কৰক এই Skills , ঘৰত বহিযেই ৱেব ডিজাইন কৰিব পাৰিব



যদি আপুনি কম্পিউটাৰ চলায় ভাল পায় আৰু নিজকে Creative বুলি ভাবে তেন্তে ৱেব ডিজাইনৰ ক্ষেত্ৰখন আপোনাৰ বাবে উপযুক্ত হব ৷ কেৱল ছমাহ কোৰ্চ কৰিয়েই আপুনি ঘৰৰ পৰাই ৱেব ডিজাইনৰ কাম আৰম্ভ কৰিব পাৰিব ৷ পাৰ্ট টাইম জব কৰাৰ লগতে ইয়াক ফুল টাইমও কৰি লব পাৰি ৷ SEO (Mumbai) CEO মহম্মদ শাবিৰে কয় যে কেনেকৈ ৱেব ডিজাইনাৰ হৈ ইয়াক ভাল কেৰিয়াৰলৈ পৰিবৰ্তন কৰিব পাৰি ৷

এইক্ষেত্ৰখনত যদি আহিব বিছাৰিছে তেন্তে নিজকে জুখি লওক :
আপুনি Creativity হয়নেকি ? মানে আপুনি ভাল Painting কৰিব জানে ? ৰং মিহলোৱাৰ বিষয়ে আপোনাৰ ভাল জ্ঞান আছে ? আপুনি কম্পিউটাৰ লগত সময় অতিবাহিত কৰি ভাল পায়নে ?

এইক্ষেত্ৰখনত আহিবলৈ কিহৰ প্ৰয়োজন :
ৱেব ডিজাইনাৰ হবলৈ হলে কোনো বিশেষ শৈক্ষিক যোগ্যতাৰ প্ৰয়োজন নহয় ৷ কিন্তু ৱেব ডজাইনৰ লগত জড়িত Skills ৰ জ্ঞান থকাটো দৰকাৰ ৷ H.S (class 12)  ৰ পাছতো যদি Student এ বিছাৰে ৱেব ডিজাইনত নিজৰ কেৰিয়াৰ বানব পাৰে ৷

আপুনি এই Skills বোৰ ডেভলপ কৰিব লাগিব :
ৱেব ডিজাইনৰ বাবে আপুনি HTML , ADOBE PHOTOSHOP , C-SS 2 , WEB HOSTING , SEO ধৰণৰ দিশসমূহ আয়ত্ব কৰিব লাগিব ৷

কোনবোৰ কোৰ্চ কৰিলে লাভ হ’ব:
চাৰ্টিফিকেট লেভেলত থকা কোৰ্চসমূহ হ’ল –
·         Certificate  Course  In  Web  Designing .
·         Certificate  Course  In  Internet  And  Web  Designing.
·         Certificate   Course  In  Multimedia  and  Web  Designing.
·         Certificate  Course In Office  Automation  And  Web Designing.
·         Certificate  In  Application  Software  And  Web  Designing  .
ডিপ্লমা বা Advance লেভেলত থকা কোৰ্চসমূহ –
·         Diploma  Course  In  Multimedia  And  Web  Designing.
·         Diploma In Web  Designing .
·          Diploma  In  Web  Designing And  Software  Development.
·         Advanced   Diploma  Course  in  Multimedia  And  Web  Designing 
P.G. Level ৰ Course সমূহ হল –
* Post  Graduate  Diploma  In  Web  Designing .

এইবোৰ Institute ত এই কোৰ্চসমূহ লব পাৰিব :
·         Image  Institute  Of  Digital  University, Mumbai
·         Institute  Of  Computer  Animation  And  Design  , Mumbai
·         G Institute Of  Creative  Arts  , Mumbai
·         Elan  Institute Of  Information  Technology  , Pune
·         Astha  Institute  Of  Management And  Technology , Jaipur
·         Academy  Of  Career  Solution , Jaipur
·         Gurunanak Dev University , Punjab
·         Windsoft  Computer Centre  , Punjab
Free কৈ অনলাইন Course কৰিব  পাৰে :
·         www.alison.com
·         www.w3schools.com
·         www.accounts.generalassemb.ly
ইত্যাদি ধৰণৰ ৱেবছাইটত অনলাইন কোৰ্চ কৰিব পাৰে ৷ বিভিন্ন ৱেবছাইটে বিনামূল্য ৱেব ডিজাইনৰ কোৰ্চ অফাৰ কৰি আছে ৷ ডিজাইনৰ টুলসমূহ নেটত ভৰপূৰ হৈ আছে ৷ আপুনি কেৱল মন দি শিকাৰ প্ৰয়োজন আছে ৷

কত জব পাব আৰু আয় কিমান হ’ব :
·         ৱেবছাইট ডিজাইনাৰ হোৱাৰ পাছত আপুনি ঘৰৰ পৰাই Freelance হিচাপে কাম কৰিব পাৰিব ৷ Freelance Website Project সমূহ আহি থাকে ৷ ইয়াৰ পৰা Project সমূহ লৈ ইয়াৰ পৰা আপুনি কাম আৰম্ভ কৰিব পাৰিব ৷
·         Freelance হিচাপে IT  Company আৰু Agency সমূহৰ লগত জড়িত হৈ কাম কৰিব পাৰিব ৷
·         নিজৰ ৱেবছাইট আৰম্ভ কৰিও কাম পাব পাৰে ৷ Starting ত মাহেকত আয় 10 ৰ পৰা 12 হাজাৰলৈকে  হব পাৰে ৷
·         ভাল অভিজ্ঞতা অৰ্জন কৰাৰ পিছত মাহেকত আয় 50 হাজাৰৰ পৰা 1 লাখ টকালৈকে হব পাৰে ৷


Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)