ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

মোবাইল ৰিপেয়েৰিং টেকনিছিয়ানত কেৰিয়াৰ গঢ়ক

Admin
0
কেৱল 45 দিনৰ ভিতৰত এই ক্ষমতা উন্নত কৰক আৰু হৈ যাওক মোবাইল ৰিপেয়েৰিং টেকনিছিয়ান


যদি আপুনি মেচিনৰ ৰেপিয়েৰিংৰ কাম ভাল পাই তেন্তে আপুনি মোবাইল ৰিপেয়েৰিং টেকনিছিয়ান হৈ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব পাৰে ৷ এই ক্ষেত্ৰত নিজৰ কেৰিয়াৰ ঠিক কৰিবলৈ হলে 45 দিনৰ ট্ৰেনিং লৈ নিজৰ skills ক বিকাশ কৰিব পাৰি ৷ এবাৰ যদি আপুনি টেকনিকেল জ্ঞান লাভ কৰি লয় আৰু তাৰ পিছত আপুনি নিজেই ব্যৱসায় কৰিব পাৰিব ৷ আপুনি পাৰ্ট টাইম হিচাপেও এই ফিল্ডত কাম কৰিব পাৰিব ৷ এই কেৰিয়াৰত আহিবৰ বাবে আপোনাৰ প্ৰয়োজন হব-
·         মোবাইল Engineering ত আপোনাৰ ৰুচি থকা উচিত ৷
·         আপুনি এই ফিল্ডত কাম কৰিবৰ বাবে আগ্ৰহ হব লাগিব৷

কেনেকৈ ডেভলপ হব আপোনাৰ Skills :
·         মোবাইল ৰিপেয়েৰিংৰ বিভিন্ন কোৰ্চ বিভিন্ন সংস্থাই অফাৰ কৰি থাকে ৷ আপুনি এই কোৰ্চবোৰৰ জৰিয়তে নিজৰ SKILLS উন্নত কৰিব পাৰিব ৷
·         কোৰ্চ কৰাৰ পিছত কোনো এজন ভাল Expert ৰ ওচৰত কাম কৰি অভিজ্ঞতা অৰ্জন কৰি লব পাৰিব ৷ আকৌ অনলাইন ভৰপূৰ হৈ থকা ভিডিঅৰ জৰিয়তে এই ক্ষমতাবোৰ অৰ্জন কৰি লব পাৰিব৷
·         এই ফিল্ডত আহিবৰ বাবে কোনো বিশেষ Background ৰ প্ৰয়োজন নহয় ৷ হলেও GRADUATE সকলক JOB  ত অগ্ৰাধিকাৰ দিয়া হয় ৷

কেনে ধৰণৰ কোৰ্চ অফাৰ কৰি আছে :  
·         আপুনি তিনি মাহৰ চাৰ্টিফিকেট কোৰ্চ কৰিব পাৰে ৷ ইয়াত আপুনি সদায় 2 ঘন্টা ক্লাছ কৰিব লাগিব ৷
·         যদি আপুনি সদায় 4 ঘন্টাৰ ক্লাছ কৰে তেন্তে 45 দিনত এই ৰিপেয়েৰিংৰ কাম শিকি লব পাৰিব ৷
·         যদি Full Day Training লয় তেন্তে 15 দিনৰ ভিতৰত মোবাইলৰ হাৰ্ডৱেৰ বা চফটৱেৰৰ Basic Training  লব পাৰিব ৷
·         6 মাহৰ মোবাইল বা লেপটপ Engineering Certified  কোৰ্চ লব পাৰিব ৷
·         বিভিন্ন ধৰণৰ অনুষ্টানে Online Course  অফাৰ কৰি থাকে ৷ এবাৰ ভৰ্তি হোৱাৰ পিছত আপুনি ঘৰতেই ভিডিঅৰ জৰিয়তে ৰিপেয়েৰিংৰ জ্ঞান অৰ্জন কৰি লব পাৰিব ৷

কাম ক’ত পাব :  
·         মোবাইল Manufacturing Company ত কাম পাব পাৰে ৷
·         মোবাইল Service Centre ত কাম পাব পাৰে ৷
·         নিজৰ মোবাইল ৰিপেয়েৰিংৰ দোকান আৰম্ভ কৰিব পাৰিব ৷

কিমান আয় হ’ব :
·         India Training Institute , Delhi ৰ মতে ছিনিঅৰ ফেকাল্টি বিজয় কুমাৰৰ মতে Class VIII  or  Class  X  passed  কৰা Student এ Rs.8000 –Rs. 10000 লৈকে আৰম্ভনি দৰমহা পাব পাৰে ৷
·         যিসকল আবেদক Graduation   Complete কৰিছে তেওঁলোক Rs. 12000-Rs.15000  লৈকে দৰমহা পাব পাৰে ৷ International Company Graduate Candidate সকলক অগ্ৰাধিকাৰ দিয়ে ৷
·         যিসকল নিজৰ বাবে কাম কৰে তেওঁলোক আৰামত Rs. 25000—Rs. 30000  লৈকে মাহেকে আয় কৰে ৷
·          
কোনটো সংস্থাই এই কোৰ্চ অফাৰ কৰে :
·         The  National  Institute  For  Entrepreneurship  And  Small  Business  Development ,  NOIDA.
·         India  Training  Institute , New  Delhi

·         GRAS , New Delhi    

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)