যদি
আপুনি মেচিনৰ ৰেপিয়েৰিংৰ কাম ভাল পাই তেন্তে আপুনি মোবাইল ৰিপেয়েৰিং টেকনিছিয়ান হৈ
নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব পাৰে ৷ এই ক্ষেত্ৰত নিজৰ কেৰিয়াৰ ঠিক কৰিবলৈ হলে 45 দিনৰ
ট্ৰেনিং লৈ নিজৰ skills ক বিকাশ কৰিব পাৰি ৷ এবাৰ যদি আপুনি টেকনিকেল জ্ঞান লাভ কৰি
লয় আৰু তাৰ পিছত আপুনি নিজেই ব্যৱসায় কৰিব পাৰিব ৷ আপুনি পাৰ্ট টাইম হিচাপেও এই
ফিল্ডত কাম কৰিব পাৰিব ৷ এই কেৰিয়াৰত আহিবৰ বাবে আপোনাৰ প্ৰয়োজন হব-
·
মোবাইল Engineering ত আপোনাৰ ৰুচি থকা
উচিত ৷
·
আপুনি এই ফিল্ডত কাম কৰিবৰ
বাবে আগ্ৰহ হব লাগিব৷
কেনেকৈ ডেভলপ হব আপোনাৰ Skills :
·
মোবাইল ৰিপেয়েৰিংৰ বিভিন্ন
কোৰ্চ বিভিন্ন সংস্থাই অফাৰ কৰি থাকে ৷ আপুনি এই কোৰ্চবোৰৰ জৰিয়তে নিজৰ SKILLS
উন্নত কৰিব পাৰিব ৷
·
কোৰ্চ কৰাৰ পিছত কোনো এজন
ভাল Expert ৰ ওচৰত কাম কৰি অভিজ্ঞতা অৰ্জন কৰি লব পাৰিব ৷ আকৌ অনলাইন
ভৰপূৰ হৈ থকা ভিডিঅৰ জৰিয়তে এই ক্ষমতাবোৰ অৰ্জন কৰি লব পাৰিব৷
·
এই ফিল্ডত আহিবৰ বাবে কোনো
বিশেষ Background ৰ প্ৰয়োজন নহয় ৷ হলেও GRADUATE সকলক JOB ত অগ্ৰাধিকাৰ দিয়া হয় ৷
কেনে ধৰণৰ কোৰ্চ অফাৰ কৰি
আছে :
·
আপুনি তিনি মাহৰ
চাৰ্টিফিকেট কোৰ্চ কৰিব পাৰে ৷ ইয়াত আপুনি সদায় 2 ঘন্টা ক্লাছ কৰিব লাগিব ৷
·
যদি আপুনি সদায় 4 ঘন্টাৰ
ক্লাছ কৰে তেন্তে 45 দিনত এই ৰিপেয়েৰিংৰ কাম শিকি লব পাৰিব ৷
·
যদি Full Day Training লয় তেন্তে 15 দিনৰ ভিতৰত মোবাইলৰ হাৰ্ডৱেৰ বা চফটৱেৰৰ Basic Training
লব পাৰিব ৷
·
6 মাহৰ মোবাইল বা লেপটপ Engineering ৰ Certified কোৰ্চ লব পাৰিব ৷
·
বিভিন্ন ধৰণৰ অনুষ্টানে Online Course অফাৰ কৰি থাকে ৷
এবাৰ ভৰ্তি হোৱাৰ পিছত আপুনি ঘৰতেই ভিডিঅৰ জৰিয়তে ৰিপেয়েৰিংৰ জ্ঞান অৰ্জন কৰি লব
পাৰিব ৷
কাম ক’ত পাব :
·
মোবাইল Manufacturing Company ত কাম পাব পাৰে ৷
·
মোবাইল Service Centre ত কাম পাব পাৰে ৷
·
নিজৰ মোবাইল ৰিপেয়েৰিংৰ
দোকান আৰম্ভ কৰিব পাৰিব ৷
কিমান আয় হ’ব :
·
India
Training Institute , Delhi ৰ মতে ছিনিঅৰ ফেকাল্টি বিজয়
কুমাৰৰ মতে Class VIII or
Class X passed কৰা Student এ Rs.8000 –Rs. 10000 লৈকে আৰম্ভনি দৰমহা পাব
পাৰে ৷
·
যিসকল আবেদক Graduation
Complete কৰিছে তেওঁলোক Rs. 12000-Rs.15000 লৈকে দৰমহা পাব
পাৰে ৷ International Company এ Graduate
Candidate সকলক অগ্ৰাধিকাৰ দিয়ে ৷
·
যিসকল নিজৰ বাবে কাম কৰে
তেওঁলোক আৰামত Rs. 25000—Rs.
30000 লৈকে মাহেকে আয় কৰে ৷
·
কোনটো সংস্থাই এই কোৰ্চ
অফাৰ কৰে :
·
The National
Institute For Entrepreneurship And
Small Business Development ,
NOIDA.
·
India Training
Institute , New Delhi
·
GRAS , New
Delhi
Please don't use spam link in the comment box.