পৰিসংখ্যাৰ অনুশীলনী 14.2 ৰ সমস্যাসমূহঃ
অনুশীলনী 14.2
(1) অষ্টম শ্ৰেণীৰ 30 গৰাকী ছাত্ৰ/ ছাত্ৰীৰ তেজৰ গ্ৰূপত নিন্মোক্ত
ধৰণে লিপিবদ্ধ কৰা হ'ল-
A, B, O, O, AB, O, A, O, B, A,
O, B A, O, O, A, AB, O, A, A,
O, O, AB, B, A,
O,
B,
A,
B, O
বাৰংবাৰতা বিভাজন তালিকাৰ
ৰূপত তথ্যখিনিক প্ৰদৰ্শণ কৰা ৷ ছাত্ৰ/
ছাত্ৰীসকলৰ ভিতৰত তেজৰ
গ্ৰূপ আটাইতকৈ সাধাৰণ (সঘনাই
উপলদ্ধ) আৰু কোনটো আটাইতকৈ দুস্প্ৰাপ্য
?
2. 40 গৰাকী অভিযন্তাৰ বাসস্থানৰ পৰা
তেওঁলোকৰ কৰ্মস্থানৰ দূৰত্ব ( কিঃ মিঃ)
নিম্নোক্ত ধৰণে পোৱা
গ'ল ৷
5 3 10 20 25 11 13 7 12 31
19 10 12 17 18 11 32 17 16 2
7 9 7 8 3 5 12 15 18
3
12
14
2
9
6
15
15
7
6
12
ওপৰোক্ত তথ্যৰ বাবে এখন শ্ৰেণীভুক্ত বাৰংবাৰতা বিভাজন তালিকা
প্ৰস্তত কৰা যাৰ শ্ৰেণী প্ৰস্থৰ
আকাৰ 5 আৰু প্ৰথম শ্ৰেণী আন্তৰালটো হ'ল 0-5 ( 5
অন্তৰ্ভক্ত নহয়) ৷ এই তালিকাকৃতিৰ
উপস্থাপনৰ পৰা কি মূল বৈশিষ্ট্য তোমাৰ চকুত পৰিছে?
3. কোনো এখন মহানগৰ 30 দিনীয়া এটা মাহৰ আপেক্ষিক আৰ্দ্ৰতাৰ পৰিমান (শতাংশত)
আছিল এনেধৰণৰ-
98.1 98.6 99.2 90.3 86.5 95.3 92.9 96.3 94.2 95.1
89.2 92.3 97.1 93.5 92.7 95.1 97.2 93.3 95.2 97.3
96.2 92.1 84.9 90.2 95.7 98.3 97.3 96.1
92.1
89
(i) শ্ৰেণী
অন্তৰাল 84-86,
86-88, ইত্যাদিধৰনে
লৈ এখন শ্ৰেণীভুক্ত
বাৰংবাৰতা বিভাজন
তালিকা
প্ৰস্তত কৰা
হ'ল ৷
(ii) এই
তথ্যখিনিয়ে কোন
মাহ বা ঋতুৰ
নিৰ্দেশ কৰে বুলি
ভাবা ?
(iii) তথ্যখিনিৰ বিস্তাৰ অৰ্থাৎ পৰিসৰ কি ?
4. আসন্ন চেন্টি- মিটাৰত 50 গৰাকী ছাত্ৰৰ উচ্চতা তলত উল্লেখ কৰা ধৰণে
পোৱা গ'ল-
161 150 154 165 168 161 154 162 150 151
162 164 171 165 158 154 156 172 160 170
153 159 161 170 162 165 166 168
165
164
154
152
153
156
158
162
160
161
173
166
161
159
162
167
168
159
158
153
154
159
(i)
160-165,
165-170,
ইত্যাদি
শ্ৰেণী
অন্তৰাল
লৈ
ওপৰোক্ত
তথ্যখিনিক
এখন
শ্ৰেণীভুক্ত
বাৰংবাৰতা
বিভাজন
তালিকাত
সজোৱা
৷
(ii)
তালিকাৰপৰা
তেওঁলোকৰ
উচ্চতা
সম্পৰ্কে
কেনে
ধৰনৰ
সিদ্ধান্তত
উপনীত
হ'বা
?
5.
এখন
মহানগৰৰ
প্ৰতি
PPM(
parts
per
million)
বায়ুত
ছাফাৰ
ডায়'ক্সাইডৰ
গাঢতা
জুখিবৰ
বাবে
এক
অধ্যয়ন
চলোৱা
হৈছিল
৷
30
দিনৰ
অধ্যয়নত
লাভ
কৰা
তথ্যসমুহ
আছিল
এনেধৰণৰ-
0.03 0.08 0.08 0.09 0.04 0.17
0.16 0.05 0.02 0.06 0.18
0.20
0.11 0.08 0.12 0.13 0.22
0.07
0.08 0.01 0.10 0.06 0.09
0.18
0.11 0.07 0.05 0.07 0.01
0.04
(i) 0.00-0.04, 0.04-0.08, এনেধৰনে শ্ৰেণী অন্তৰাল লৈ এই তথ্যৰাকিৰ
পৰা এখন শ্ৰেণীভুক্ত
বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তত
কৰি উলিওৱা ৷
(ii) কিমান দিন ছালফাৰ ডায়'ক্সাইডৰ গাঢতা 0.11 PPM তকৈ আছিল ?
6. তিনিটা মুদ্ৰা একে সময়তে 30 বাৰ টছ কৰা হ'ল ৷ প্ৰতি বাৰতে উঠা মুণ্ডৰ
সংখ্যা নিম্নোক্ত দৰনে লিপিবদ্ধ কৰা হ'ল ৷
0 1 2 2 1 2 3 1 3 0
1 3 1 1 2 2 0 1 2 1
3 0 0 1 1 2 3 2 2 0
ওপৰোক্ত তথ্যৰ বাবে এখন বাৰংবাৰতা বিভাজন
তালিকা প্ৰস্ত্তত কৰা ৷
7. তলত π ৰ মান 50 দশমিক স্থানলৈ উলিয়াই দেখুওৱা হৈছে-
3.14159265358979323846264338327950288419716939937510
(i) দশমিক বিন্দুৰ পিছত বহা 0 ৰ পৰা 9 লৈ অংকবোৰৰ বাৰংবাৰতা
বিভাজন এখন প্ৰস্ত্তত কৰি উলিওৱা ৷
(ii) সৰ্বাধিক আৰু সৰ্বম্নি বাৰ প্ৰাপ্ত হোৱা অংক দুটা নিৰ্ণয়
কৰা ৷
8. 30 জন শিশুৱে আগৰ সপ্তাহত দুৰদৰ্শনৰ কাৰ্যসূচী কিমান ঘন্টাকৈ চাইছিল সেই
সম্পৰ্কীয়
তথ্যসমূহ তলত
দিয়া ধৰণে পোৱা গ'ল-
1 6 2 3 5 12 5 8 4 8
10 3 4 12 2 8 15 1 17 6
3 2 8 5 9 6
8
7 14
12
(i) শ্ৰেণী
প্ৰস্থ 5 আৰু এটা
শ্ৰেণী অন্তৰাল 5-10
ধৰি এই তথ্যৰ পৰা এখন
বাৰংবাৰতা বিভাজন
তালিকা প্ৰস্ত্তত
কৰা ৷
(ii)
সপ্তাহটোত 15 ঘন্টা
বা তাতোকৈ অধিক সময়
টিভি চোৱা শিশুৰ
সংখ্যা কিমান আছিল
?
9. এটা কোম্পানীয়ে
এক বিশেষ ধৰণৰ গাড়ীৰ
বেটাৰী প্ৰস্ত্তত কৰে
৷ এনে ধৰনৰ 40 টা
বেটাৰীৰ
আয়ুকাল( বছৰৰ
হিচাপত) নিম্নোক্ত ধৰ
লিপিবদ্ধ কৰা হৈছে
৷
2.6 3.0 3.7 3.2 2.2 4.1 3.5 4.5
3.5 2.3 3.2 3.4 3.8 3.2 4.6 3.7
2.5 4.4 3.4 3.3 2.9 3.0 4.3 2.8
3.5 3.2 3.9 3.2 3.2 3.1 3.7 3.4
4.6
3.8
3.2
2.6
3.5
4.2
2.9
3.6
(i) 0.5 আকাৰ
শ্ৰেণী দৈৰ্ঘ্য আৰু
প্ৰথম শ্ৰেণী 2-2.5
লৈ তথ্যসমূহৰ পৰা
বৰ্গীকৃত বাৰংবাৰতা
বিভাজন
তালিকা প্ৰস্ত্তত
কৰা ৷
Problems of Exercise 14.2 -Statistics ( English Medium)
EXERCISE - 14.2
1. The blood groups of 30 students of class VIII are recorded as
follows:
A, B, O, O, AB, O, A, O, B, A, O, B, A, O, O,
A, AB, O, A, A, O, O, AB, B, A, O, B, A, B,
O,
Represent this data in the form of a frequency distribution
table. Which is the
most common, and which is the rarest, blood group among these students?
2. The distance (in km) of 40 engineers from their residence to their
place of work was found
as follows:
5 3 10 20 25 11 13 7 12 31
19 10 12 17 18 11 32 17 16 2
7 9 7 8 3 5 12 15 18 3
12 14 2 9 6 15 15 7 6 12
Construct a grouped frequency distribution table with class
size 5 for the data given above
taking the first interval as 0-5 ( 5 not included). What
main features do you observe from
this tabular representation?
3. The relative humidity ( in%) of a certain city for a month of 30 days
was as follows:
98.1 9806 99.2
90.3 86.5 95.3 92.9
96.3 94.2 95.1
89.2 92.3 97.1
93.5 92.7 95.1 97.2
93.3 95.2 97.3
96.3 92.1 84.9
90.2 95.7 98.3 97.3
96.1 92.1 89
(i) Construct a grouped frequency distribution table with class 84-86,
86-88, etc.
(ii) Which month or season do you think this data is about?
(ii) What is the range of this data?
4. The heights of 50 students, measured to the nearest centimeters, have
been found to be
as follows:
161 150 154 165 168 161
154 162 150 151
162 164 171 165 158
154 156 172 160 170
153 159 161 170 162
165 166 168 165 164
154 152 153 156 158
162 160 161 173 166
161 159 162 167 168
159 158 153 154 159
(i) Represent the data given above by a grouped frequency
distribution table, taking the
class intervals as 160-165, 165-170,
etc.
(ii) What can you conclude about their heights from the
table?
5. A study was conducted to find out the concentration of sulfur dioxide
in the air in parts per
million (ppm) of a certain city. the data obtained for 30
days is as follows:
0.03 0.08 0.08 0.09 0.04
0.17
0.16 0.05 0.02 0.06 0.18
0.20
0.11 0.08 0.12 0.13 0.22
0.07
0.08 0.01 0.10 0.06 0.09
0.18
0.11 0.07 0.05 0.07 0.01
0.04
(i) Make a grouped frequency distribution table for this data with class
intervals as 0.00-0.04,
0.04-0.08, and so on.
(ii) For how many days was the concentration of sulphur dioxide more than
0.11 parts per
million?
6. Three coins were tossed 30 times simultaneously. Each time the number
of heads
occurring was noted down as follows:]
0 1 2 2 1 2 3 1 3 0
1 3 1 1 2 2 0 1 2 1
3 0 0 1 1 2 3 2 2 0
Prepare a frequency distribution table for the data
given above.
7. The value of π up to 50 decimal places is given below:
3.14159265358979323846264338327950288419716939937510
(i) Make a frequency distribution of the digits from
0 to 9 after the decimal point.
(ii) What are the most and the least frequently
occurring digits?
8. Thirty children were asked about the number of hours they watched TV
programs in the
previous week. The results were found as follows:
1 6 2 3 5 12 5 8 4 8
10 3 4 12 2 8 15 1 17 6
3 2 8 5 9 6
8
7 14
12
(i) Make a grouped frequency distribution table for this data, taking
class width 5 and one if
the class intervals as 5-10.
(ii) How many children watched television for 15 or more hours a
week?
9. A company manufactures car batteries of a particular type. The lives (
in years) of 40 such
batteries were recorded as follows:
2.6 3.0 3.7 3.2 2.2 4.1 3.5 4.5
3.5 2.3 3.2 3.4 3.8 3.2 4.6 3.7
2.5 4.4 3.4 3.3 2.9 3.0 4.3 2.8
3.5 3.2 3.9 3.2 3.2 3.1 3.7 3.4
4.6 3.8 3.2 2.6 3.5 4.2 2.9 3.6
Constructed a grouped
frequency distribution table for this
data, using class intervals of
size 0.5 starting from the intervals 2-2.5.