ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

Exercise : 1.4 -Maths-Class X-NCERT SOLUTIONS - Real Numbers (অনুশীলনীঃ 1.4 - বাস্তৱ সংখ্যা - দশম শ্ৰেণী- সাধাৰণ গণিত )

Admin
0
অনুশীলনী 1.4

1. দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত ( সাবধি) নাইবা কোনবোৰৰ নিৰবধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰাঃ

(i) 13/3125

(ii) 17/8

(iii) 64/455

(iv) 15/1600

(v) 29/343

(vi) 23/ 2³.5²

(vii) 129/ 2².5⁷.7⁵

(viii) 6/15

(ix) 35/50

(x) 77/210

সমাধানঃ [ যিহেতু আমি জানো যে কোনো এটা পৰিমেয় সংখ্যাৰ (p/q) q ৰ মৌলিক উৎপাদকীকৰণৰ আৰ্হি যদি 2ⁿ5ᵐ হয় তেন্তে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বা সাবধি হ'ব ,আকৌ ইয়াৰ আৰ্হি যদি 2ⁿ5ᵐ নহয় তেন্তে ইয়াৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত বা নিৰবধি আৰু পৌনঃপুনিক হ'ব ৷ ]






2. ওপৰৰ প্ৰশ্ন - 1 অত যিবোৰ পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুওৱা ৷

সমাধানঃ




3 তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতি আছে ৷ প্ৰতিটোৰে ক্ষেত্ৰতে ই এটা পৰিমেয় হয় নে নহয় সিদ্ধান্ত কৰা ৷ যদি ই পৰিমেয় আৰু ই p/q আৰ্হিৰ, তেন্তে ইয়াৰ q ৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে কি ক'ব পাৰিবা ? 

(i) 43.123456789

(ii) 0.120120012000120000 . . .

(iii) 43.123456789 

সমাধানঃ 



Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)