অনুশীলনী 1.4
1. দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত ( সাবধি) নাইবা কোনবোৰৰ নিৰবধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰাঃ
(i) 13/3125
(ii) 17/8
(iii) 64/455
(iv) 15/1600
(v) 29/343
(vi) 23/ 2³.5²
(vii) 129/ 2².5⁷.7⁵
(viii) 6/15
(ix) 35/50
(x) 77/210
সমাধানঃ [ যিহেতু আমি জানো যে কোনো এটা পৰিমেয় সংখ্যাৰ (p/q) q ৰ মৌলিক উৎপাদকীকৰণৰ আৰ্হি যদি 2ⁿ5ᵐ হয় তেন্তে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বা সাবধি হ'ব ,আকৌ ইয়াৰ আৰ্হি যদি 2ⁿ5ᵐ নহয় তেন্তে ইয়াৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত বা নিৰবধি আৰু পৌনঃপুনিক হ'ব ৷ ]
2. ওপৰৰ প্ৰশ্ন - 1 অত যিবোৰ পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুওৱা ৷
সমাধানঃ
3 তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতি আছে ৷ প্ৰতিটোৰে ক্ষেত্ৰতে ই এটা পৰিমেয় হয় নে নহয় সিদ্ধান্ত কৰা ৷ যদি ই পৰিমেয় আৰু ই p/q আৰ্হিৰ, তেন্তে ইয়াৰ q ৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে কি ক'ব পাৰিবা ?
(i) 43.123456789
(ii) 0.120120012000120000 . . .
(iii) 43.123456789
সমাধানঃ
Please don't use spam link in the comment box.