ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

MATHEMATCIS NEW SYLLABUS FOR HSLC SEBA ,2021-Class X

Admin
0
Revised  Syllabus of Mathematics Class X for the academic session 2020 ( HSLC /AHM Examination) 


General Mathematics 
Subject Code: C2

Class: X 
Theory Total Marks: 90
Internal Assessment: 10 
Pass marks in the written examination: 27 
Time: 3 hours.
Pass Marks: 30
class x seba hslc 2021
New Syllabus


  • পুণৰালোচনা (Revision)
 R1

 R2
 R3
 R4
 R5 
 R6
(Total Marks)মুঠ পৰীক্ষাত আহিবলগীয়া নম্বৰঃ 6 
সকলো অনুশীলনী আহিব ৷
  • বাস্তৱ সংখ্যা(Real Numbers)
(Total Marks)মুঠ পৰীক্ষাত আহিবলগীয়া নম্বৰঃ 5
1.1 অৱতাৰণা (Introduction)
1.2 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা(Euclid's Division Lemma)
1.3 পাটিগণিতৰ মৌলিক উপপাদ্য(The Fundamental Theorem of Arithmetic)
1.4 অপৰিমেয় সংখ্যালৈ পুনৰ উভতি যাওঁ(Revisiting Irrational Numbers)
অনুশীলনী(Exercise)1.1
অনুশীলনী (Exercise)1.2
অনুশীলনী (Exercise)1.3
  • বহুপদ(Polynomials)
(Total Marks)মুঠ পৰীক্ষাত আহিবলগীয়া নম্বৰঃ 8

2.1 অৱতাৰণা(Introduction)
2.2 বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ(Geometrical Meaning of the Zeroes of a Polynomial)
2.3 এটা বহুপদৰ শূণ্য আৰু সহগৰ মাজৰ সম্পৰ্ক(Relationship between Zeroes and Coefficients of a Polynomial)
2.4 বহুপদৰ বিভাজন কলনবিধি(Division Algorithim for Polynomial)
অনুশীলনী (Exercise)2.1
অনুশীলনী(Exercise) 2.2
অনুশীলনী(Exercise) 2.3
  • দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ(Pair of Linear Equations in Two Variables) 
(Total Marks)মুঠ পৰীক্ষাত আহিবলগীয়া নম্বৰঃ 7
3.1 অৱতাৰণা(Introduction)
3.2 দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ(Pair of Linear Equations in Two Variables) 
3.3 ৰৈখিক সমীকৰণ এযোৰৰ সমাধানৰ লৈখিক পদ্ধতি(Graphical Method of Solution of a Pair of Linear Equations)
3.4 এযোৰ ৰৈখিক সমীকৰণ সমাধান কৰা বীজীয় পদ্ধতি(Algebraic Methods of Solving a Pair of Linear Equations)
3.4.1 প্ৰতিষ্ঠানপন পদ্ধতি(Substitution Method)
3.4.2 অপনয়ন পদ্ধতি(Elimination Method)

3.4.3 তিৰ্যক গুণন ( বা বজ্ৰ-গুণন) পদ্ধতি(Cross-Multiplication Method)
অনুশীলনী (Exercise)3.1
অনুশীলনী (Exercise)3.2
অনুশীলনী (Exercise)3.3
অনুশীলনী(Exercise) 3.4
অনুশীলনী (Exercise)3.5

  • দ্বিঘাত সমীকৰণ(Quadratic Equations)
(Total Marks)মুঠ পৰীক্ষাত আহিবলগীয়া নম্বৰঃ 6
4.1 অৱতাৰণা (Introduction)

4.2 দ্বিঘাত সমীকৰণ (Quadratic Equations)
4.3 উৎপাদকীকৰণেৰে দ্বিঘাত সমীকৰণৰ সমাধান (Solution of a Quadratic Equation by Factorisation)
4.4 বৰ্গ-সম্পূৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ  সমাধান(Solution of a Quadratic Equation by Completing the Square)
অনুশীলনী(Exercise) 4.1
অনুশীলনী (Exercise)4.2
অনুশীলনী (Exercise)4.3

  • সমান্তৰ প্ৰগতি(Arithmetic Progression)
(Total Marks)মুঠ পৰীক্ষাত আহিবলগীয়া নম্বৰঃ 6
5.1 অৱতাৰণা (Introduction)
5.2 সমান্তৰ প্ৰগতি(Arithmetic Progression)
5.3 সমান্তৰ প্ৰগতিৰ n তম পদ (nth Term of an AP)
অনুশীলনী(Exercise) 5.1
অনুশীলনী(Exercise) 5.2


  • ত্ৰিভুজ(Triangles)
(Total Marks)মুঠ পৰীক্ষাত আহিবলগীয়া নম্বৰঃ 6
6.1 অৱতাৰণা(Introduction)
6.2 সদৃশ চিত্ৰ(Similar Figures)
6.3 ত্ৰিভুজৰ সাদৃশ্য (Similarty of Triangles)
6.4 ত্ৰিভুজৰ সদৃশতাৰ চৰ্ত (Criteria for Similarity of Triangles)
অনুশীলনী (Exercise)6.1

অনুশীলনী (Exercise)6.2
অনুশীলনী (Exercise)6.3

  • স্থানাংক জ্যামিতি(Coordinate Geometry)
(Total Marks)মুঠ পৰীক্ষাত আহিবলগীয়া নম্বৰঃ 7
7.1 অৱতাৰণা(Introduction)
7.2 দূৰত্ব সূত্ৰ(Distance Formula)
7.3 বিভাজন সূত্ৰ (Section Formula)
অনুশীলনী (Exercise)7.1
অনুশীলনী (Exercise)7.2

  • ত্ৰিকোণমিতিৰ পৰিচয়(Introduction to Trigonometry)
(Total Marks)মুঠ পৰীক্ষাত আহিবলগীয়া নম্বৰঃ 7
8.1 অৱতাৰণা (Introduction)
8.2 ত্ৰিকোণমিতিক অনুপাত(Trigonometric Ratios)
8.3 কেইটামান বিশেষ কোণৰ ত্ৰিকোণমিতিক অণুপাত(Trigonometric Ratios of Some Specific Angles)
8.5 ত্ৰিকোণমিতিক অভেদাৱলী (Trigonometric Identities)
অনুশীলনী (Exercise)8.1

অনুশীলনী(Exercise) 8.2
অনুশীলনী (Exercise)8.4

  • ত্ৰিকোণমিতিৰ প্ৰয়োগ ( পৰীক্ষাত নাহে)(Some Applications of Trigonometry)(  This Chapter Will Not Come)

  • বৃত্ত(Circles)
(Total Marks)মুঠ পৰীক্ষাত আহিবলগীয়া নম্বৰঃ 6
10.1 অৱতাৰণা(Introduction)
10.2 বৃত্তৰ স্পৰ্শক(Tangent of a Circle)
10.3 এটা বৃত্তৰ এটা বিন্দুৰ পৰা টনা স্পৰ্শকৰ সংখ্যা (Number of Tangents from a Point on a Circle)
অনুশীলনী (Exercise)10.1

অনুশীলনী (Exercise)10.2

  • অংকন(Constructions)
(Total Marks)মুঠ পৰীক্ষাত আহিবলগীয়া নম্বৰঃ 4
11.1 অৱতাৰণা(Introduction)
11.2 এডাল ৰেখাখণ্ডৰ বিভাজন(Division of a Line Segment)
অনুশীলনী (Exercise)11.1

  • বৃত্ত সম্বন্ধীয় কালি(Areas Related to Circles) 
(Total Marks)মুঠ পৰীক্ষাত আহিবলগীয়া নম্বৰঃ 6
12.1 অৱতাৰণা(Introduction)
12.2 বৃত্তৰ পৰিসীমা আৰু কালি - এটি পৰ্য্যালোচনা(Perimeter and Area of a Circle - A Review)
12.3 বৃত্তকলা আৰু বৃত্তখণ্ডৰ কালি (Areas of Sector and Segment of a Circle)
অনুশীলনী(Exercise) 12.1
অনুশীলনী(Exercise) 12.2

  • পৃষ্ঠকালি আৰু আয়তন(Surface Areas and Volumes)
(Total Marks)মুঠ পৰীক্ষাত আহিবলগীয়া নম্বৰঃ 6
13.1 অৱতাৰণা(Introduction)
13.2 গোটা বস্তুৰ সংমিশ্ৰণৰ পৃষ্ঠকালি(Surface Area of a Combination of Solids)
13.3 গোটা বস্তুৰ সংমিশ্ৰণৰ আয়তন (Volume of  a Combination of Solids)
অনুশীলনী(Exercise) 13.1
অনুশীলনী(Exercise) 13.2

  • পৰিসংখ্যা(Statistics)
(Total Marks)মুঠ পৰীক্ষাত আহিবলগীয়া নম্বৰঃ 5
14.1 অৱতাৰণা(Introduction)
14.2 সংঘবদ্ধ তথ্যৰ মাধ্য(Mean of Grouped Data)
14.3 সংঘবদ্ধ তথ্যৰ বহুলক(Mode of Grouped Data)
14.4 সংঘবদ্ধ তথ্যৰ মধ্যমা(Median of Grouped Data)
অনুশীলনী (Exercise)14.1
অনুশীলনী(Exercise) 14.2
অনুশীলনী (Exercise)14.3

  • সম্ভাৱিতা(Probability)
(Total Marks)মুঠ পৰীক্ষাত আহিবলগীয়া নম্বৰঃ 5
15.1 অৱতাৰণা(Introduction)
15.2 সম্ভাৱিতা-এটা তত্বগত উপস্থাপন(Probability-A Theoritical Approach)
অনুশীলনী (Exercise)15.1

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)