ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

HS-2020 পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰিব

Admin
0

ALL  THE  BEST 

HS RESULTS
HS RESULTS -2020 


অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (AHSEC) অহা ২৫-০৬-২০২০ তাৰিখে ৰাতিপুৱা  ৯ বজাত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ (HS) কলা , বিজ্ঞান ,বাণিজ্য আৰু বৃত্তিমূখী শিক্ষাৰ ফলাফলসমূহ ১৪ টা ৱেবছাইটৰ জৰিয়তে ঘোষণা কৰিব ৷ তলত উল্লেখ কৰা ৱেবছাইটৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ফলাফলসমূহ চাব পাৰিবঃ


www.vidyavision.com
www.ExamResults.net/assam/

এই ৱেবছাইটত  ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ৰোল নং লগতে চেণ্টাৰ ক'ড টাইপ কৰি নিজৰ ফলাফলসমূহ চাব পাৰিব আৰু লগতে নিজৰ মাৰ্কচিটসমূহ ডাউনল'ড কৰিব পাৰিব ৷ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)