ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

সমাৰ্থক শব্দ - দশম শ্ৰেণী - অসমীয়া ব্যাকৰণ (HSLC-2021)

Admin
0
(ক) সমাৰ্থক  শব্দ লিখাঃ

উত্তৰ ঃ

শব্দ সমাৰ্থক শব্দ
বৃক্ষ গছ
সূৰ্য্য বেলি
নিশা ৰাতি
পীড়া বিষ
পক্ষী চৰাই
পদুম পদ্ম
জুই অগ্নি
নিপুণ পাকৈত
কামিনী
ঘাঁহ
ধৰণী পৃথিৱী
কপাল ললাট , ভাগ্য
মেঘ ডাৱৰ
প্ৰকৃত আচল
সাগৰ সিন্ধু
জোন চন্দ্ৰ
কাপোৰ বস্ত্ৰ
অতি বৰ
হাতী ঐৰাৱত
ছোৱালী পুত্ৰী
ঘৰ
নদী নৈ
চকু নেত্ৰ
নবীন নতুন
অতিথি আলহী
হিয়া অন্তৰ

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)