(ক) সমাৰ্থক শব্দ লিখাঃ
উত্তৰ ঃ
শব্দ | সমাৰ্থক শব্দ |
---|---|
বৃক্ষ | গছ |
সূৰ্য্য | বেলি |
নিশা | ৰাতি |
পীড়া | বিষ |
পক্ষী | চৰাই |
পদুম | পদ্ম |
জুই | অগ্নি |
নিপুণ | পাকৈত |
কামিনী | |
ঘাঁহ | |
ধৰণী | পৃথিৱী |
কপাল | ললাট , ভাগ্য |
মেঘ | ডাৱৰ |
প্ৰকৃত | আচল |
সাগৰ | সিন্ধু |
জোন | চন্দ্ৰ |
কাপোৰ | বস্ত্ৰ |
অতি | বৰ |
হাতী | ঐৰাৱত |
ছোৱালী | পুত্ৰী |
ঘৰ | |
নদী | নৈ |
চকু | নেত্ৰ |
নবীন | নতুন |
অতিথি | আলহী |
হিয়া | অন্তৰ |
Please don't use spam link in the comment box.