Exercise : R - 3(অনুশীলনী ঃ R - 3)
________________________________________________________________________
(1) তলৰ কোনবোৰ সংখ্যা পূৰ্ণঘন নহয় ?
(i) 3757
(ii) 3375
(iii) 3332
(iv) 4096
সমাধান ঃ
(i) 3757
(iii) 3332
সমাধান ঃ
(i) 3757
(iii) 3332
(2) তলৰ সংখ্যাকেইটাৰ ঘনফল নিৰ্ণয় কৰা ৷
(i) 19
(ii) 21
(iii) 23
(iv) 27
সমাধান ঃ
সমাধান ঃ
(i) 19= 19 x 19 x 19 = 6859
(ii) 21= 21 x 21 x 21 = 9261
(iii) 23= 23 x 23 x 23 = 12167
(iv) 27= 27 x 27 x 27 = 19683
(3) তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব ?
(i) 14
(ii) 18
(iii) 13
(iv) 27
সমাধান ঃ
সমাধান ঃ
(i) 14 = 14 x 14 x 14 = 2744 = 4
(ii) 18 = 18 x 18 x 18 = 5832 = 2
(iii) 13 = 13 x 13 x 13 = 2197 = 7
(iv) 27 = 27 x 27 x 27 = 19683 = 3
(4) তলৰ সংখ্যাবোৰ পূৰ্ণঘণ হ'বলৈ আটাইতকৈ সৰু কি সখ্যাৰে পূৰণ কৰিব লাগিব ?
(i) 5324
(ii) 3087
(iii) 3125
(iv) 648
সমাধান ঃ
সমাধান ঃ
(i) 5324=\[5324\times 2= 10648=\sqrt[3]{22}=22\]
(ii) 3087=\[3087\times 3= 9261=\sqrt[3]{21}=21\]
(iii) 3125=\[3125\times 5= 15625=\sqrt[3]{25}=25\]
(iv) 648=\[648\times 9= 5832=\sqrt[3]{18}=18\]
(5) এটা পূৰ্ণঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটা হৰন কৰিব লাগিব ?
(i) 10,368
(ii) 2187
(iii) 5000
(iv) 8192
সমাধান ঃ
সমাধান ঃ
(i) 10,368 =\[10368\div 6=1728= 12 \times 12\times 12= \sqrt[3]{12}=12\]
(ii) 2187=\[2187\div 3=729= 9 \times 9\times 9= \sqrt[3]{9}=9\]
(iii) 5000=\[5000\div 5=1000= 10 \times 10\times 10= \sqrt[3]{10}=10\]
(iv) 8192=\[8192\div 2=4096= 16 \times 16\times 16= \sqrt[3]{16}=16\]
(6) নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা ৷
(i) 1331
(ii) 4913
(iii) 2197
(iv) 2744
সমাধান ঃ
সমাধান ঃ
(i) 1331=\[11 \times 11\times 11= \sqrt[3]{11}=11\]
(ii) 4913=\[17 \times 17\times 17= \sqrt[3]{17}=17\]
(iii) 2197=\[13 \times 13\times 13= \sqrt[3]{13}=13\]
(iv) 2744=\[14 \times 14\times 14= \sqrt[3]{14}=14\]
(7) উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা ৷
(i) 3375
(ii) 4913
(iii) 9261
(iv) 13824
সমাধান ঃ
সমাধান ঃ
(i) 3375 =\[15 \times 15\times 15= \sqrt[3]{15}=15\]
(ii) 4913=\[17 \times 17\times 17= \sqrt[3]{17}=17\]
(iii) 9261=\[21 \times 21\times 21= \sqrt[3]{21}=21\]
(iv) 13824=\[24 \times 24\times 24= \sqrt[3]{24}=24\]
(8) উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰি লিখা ৷
(i) 12167
(ii) 8000
(iii) 4096
(iv) 5832
সমাধান ঃ
সমাধান ঃ
(i) 12167 = 23
(ii) 8000 = 20
(iii) 4096 = 16
(iv) 5832 = 18
(9) এটা ঘনকৰ দীঘ 1.2 ছে.মি. ৷ ঘনকটোৰ আয়তন কিমান ?
সমাধান ঃ ইয়াত , দীঘ (l) = 1.2 cm
ঘনকটোৰ আয়তন (v) : \[\left ( 1.2 \right )^{3} = 1.728\]
সমাধান ঃ ইয়াত , দীঘ (l) = 1.2 cm
ঘনকটোৰ আয়তন (v) : \[\left ( 1.2 \right )^{3} = 1.728\]
(10) প্ৰতিটো প্ৰশ্নৰ কাৰণে চাৰিটাকৈ উত্তৰ দিয়া আছে ৷ শুদ্ধ উত্তৰটো লিখা ৷
সমাধান ঃ
সমাধান ঃ
(a) 23 ৰ ঘনৰ একক স্থানৰ অংকটো হ'ল --
(i) 6
(ii) 7
(iii) 8
(iv) 9
সমাধান ঃ (ii) 7
সমাধান ঃ (ii) 7
(b) তলৰ কোনটো পূৰ্ণ ঘন ?
(i) 652
(ii) 933
(iii) 343
(iv) 1002
সমাধান ঃ (iii) 343
সমাধান ঃ (iii) 343
(c) ∛1000 ৰ মান
(i) 30
(ii) 100
(iii) 10
(iv) 1000
সমাধান ঃ (iii) 10
সমাধান ঃ (iii) 10
(d) যদি m, n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব ঃ
(i) √m
(ii) ∛m
(iii) x3
(iv) x2
সমাধান ঃ (iii) x3
সমাধান ঃ (iii) x3
(e) ∛8 + ∛27 + ∛64 ৰ মান হ'ব ঃ
(i) 6
(ii) 7
(iii) 8
(iv) 9
সমাধান ঃ
\[\sqrt[3]{8}+\sqrt[3]{27}+\sqrt[3]{64} = \sqrt[3]{2^{3}}+\sqrt[3]{3^{3}}+\sqrt[3]{4^{3}} = 2 + 3 + 4 = 9\]
(i) 6
(ii) 7
(iii) 8
(iv) 9
সমাধান ঃ