ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

HISTORY MODEL QUESTIONS ৷৷ CLASS12 ৷৷ AHSEC - বুৰজ্ঞী / ইতিহাস [FOR 2 MARK ] -2016

Admin
0

HISTORY  MODEL  QUESTIONS ৷৷ FOR CLASS 12 ৷৷  2016

1. ইতিহাস পুনৰনিৰ্মাণৰ বাবে পেলনীয়া বস্ত্তক  দৰকাৰী  সমল বুলি গণ্য কৰাৰ দুটা কাৰণ দৰ্শোৱা ৷ 

উত্তৰ : (ক) এই সমলবোৰে পুৰাতত্ববিদসকলৰ  তথ্যৰ  যোগান ধৰে ৷ 

(খ) এইবোৰৰ পুংখানুপুংখ  অধ্যয়নে পুৰণি সময়ৰ জীৱনধাৰাৰ সম্ভেদ দিয়ে ৷ 

2.মনুস্মৃতি অনুসৰি মহিলাই সম্পত্তি আহৰণ কৰিব পৰা দুটা উপায় উল্লেখ কৰা ৷ 

উত্তৰ : (ক) বিবাহৰ সময়ত অগ্নিক সাক্ষী কৰি উপহাৰ হিচাপে আগবঢ়োৱা  সম্পদ ৷ 

(খ) পিতৃ-মাতৃ আৰু ভাতৃৰ পৰা প্ৰাপ্ত ধন সোণ ৷ 

3. প্ৰাচীন কামৰূপৰ  চাৰিটা ভাগ  কি আছিল ? 

উত্তৰ : 

4. মহাবীৰৰ দুটা বাণী লিখা ৷

উত্তৰ : 

5. মধ্যযুগত ভাৰত ভ্ৰমণ কৰা দুজন পৰ্যটকৰ নাম লিখা ৷ তেওঁলোক ক'ৰ পৰা আহিছিল ? 

উত্তৰ : 

6. আলৱাৰ আৰু নয়নাৰসকলৰ বিষয়ে  চমুকৈ বৰ্ণনা কৰা ৷ 

উত্তৰ : 

7. খাৱজা মইনুদ্দিনৰ দৰগাহ জনপ্ৰিয় হোৱাৰ দুটা কৰণ লিখা ৷ 

উত্তৰ : 

8. বিজয় নগৰৰ পতনৰ দুটা কাৰণ লিখা ৷

উত্তৰ : 

9. চাওতাল বিদ্ৰোহৰ দুটা কাৰণ দৰ্শোৱা ৷ 

উত্তৰ : 

10. বশ্যতামূলক মিত্ৰতাৰ দুটা চৰ্ত লিখা ৷ 

উত্তৰ : 

11. বগা আৰু ক'লা নগৰ কি ? 

উত্তৰ : 

12. ভাৰত বিভাজৰ  বিৰোধিতা কৰা দুজন কংগ্ৰেছ নেতাৰ নাম  লিখা ৷ 

উত্তৰ : 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)