HISTORY MODEL QUESTIONS ৷৷ FOR CLASS 12 ৷৷ 2016
1. ইতিহাস পুনৰনিৰ্মাণৰ বাবে পেলনীয়া বস্ত্তক দৰকাৰী সমল বুলি গণ্য কৰাৰ দুটা কাৰণ দৰ্শোৱা ৷
উত্তৰ : (ক) এই সমলবোৰে পুৰাতত্ববিদসকলৰ তথ্যৰ যোগান ধৰে ৷
(খ) এইবোৰৰ পুংখানুপুংখ অধ্যয়নে পুৰণি সময়ৰ জীৱনধাৰাৰ সম্ভেদ দিয়ে ৷
2.মনুস্মৃতি অনুসৰি মহিলাই সম্পত্তি আহৰণ কৰিব পৰা দুটা উপায় উল্লেখ কৰা ৷
উত্তৰ : (ক) বিবাহৰ সময়ত অগ্নিক সাক্ষী কৰি উপহাৰ হিচাপে আগবঢ়োৱা সম্পদ ৷
(খ) পিতৃ-মাতৃ আৰু ভাতৃৰ পৰা প্ৰাপ্ত ধন সোণ ৷
3. প্ৰাচীন কামৰূপৰ চাৰিটা ভাগ কি আছিল ?
উত্তৰ :
4. মহাবীৰৰ দুটা বাণী লিখা ৷
উত্তৰ :
5. মধ্যযুগত ভাৰত ভ্ৰমণ কৰা দুজন পৰ্যটকৰ নাম লিখা ৷ তেওঁলোক ক'ৰ পৰা আহিছিল ?
উত্তৰ :
6. আলৱাৰ আৰু নয়নাৰসকলৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা ৷
উত্তৰ :
7. খাৱজা মইনুদ্দিনৰ দৰগাহ জনপ্ৰিয় হোৱাৰ দুটা কৰণ লিখা ৷
উত্তৰ :
8. বিজয় নগৰৰ পতনৰ দুটা কাৰণ লিখা ৷
উত্তৰ :
9. চাওতাল বিদ্ৰোহৰ দুটা কাৰণ দৰ্শোৱা ৷
উত্তৰ :
10. বশ্যতামূলক মিত্ৰতাৰ দুটা চৰ্ত লিখা ৷
উত্তৰ :
11. বগা আৰু ক'লা নগৰ কি ?
উত্তৰ :
12. ভাৰত বিভাজৰ বিৰোধিতা কৰা দুজন কংগ্ৰেছ নেতাৰ নাম লিখা ৷
উত্তৰ :
Please don't use spam link in the comment box.