SYLLABUS FOR TET 2019
Language (
Assamese ) : For Paper
- I
For L . P. level (
Classes I – V )
Total Marks : 30
1.
অসমীয়া ভাষাৰ জন্ম , ক্ৰমবিকাশ আৰু উপভাষা সম্পৰ্কে ধাৰণা
2.
অসমীয়া সাহিত্যৰ প্ৰথিতযশা সাহিত্যিক যেনে – শ্ৰীমন্ত শংকৰদেৱ , মাধৱদেৱ ,
লক্ষ্মীনাথ বেজবৰুৱা , পদ্মনাথ গোহাঞিবৰুৱা , চন্দ্ৰকুমাৰ আগৰৱালা , হেম বৰুৱা ,
ভবেন্দ্ৰনাথ শইকীয়া আৰু নিৰ্মলপ্ৰভা বৰদলৈৰ বিষয়ে সাধাৰণ ধাৰণা ৷
3.
(i) অসমীয়া ভাষাৰ স্বৰ বৰ্ণমালা আৰু
ব্যঞ্জন বৰ্ণমালা সম্পৰ্কে ধাৰণা
(ii) ণত্ববিধি আৰু ষত্ববিধি সম্পৰ্কে
সম্যক ধাৰণা
(iii) অসমীয়া সন্ধি সম্পৰ্কে প্ৰাথমিক ধাৰণা
(iv) জঁতুৱা ঠাচ আৰু খণ্ডবাক্যৰ ধাৰণা প্ৰয়োগ
সম্পৰ্কে ধাৰণা
(v) সম্বন্ধ বাচক পুৰুষ বিভক্তি ( মোৰ মা
, তোমাৰ মাৰা ,তেঁওৰ মাক )
(vi) বিভক্তি , লিংগ , বচন , নিৰ্দ্দিষ্ট বাচক প্ৰত্যয় আদি সম্পৰকে সুস্পষ্ট ধাৰণা
৷
4.
(i) মাতৃভাষা শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে ধাৰণা ৷
(ii) ভাষা শিকনৰ মূল চাৰিটা কৌশল , যেনে – শ্ৰৱণ , কথন , পঠন আৰু লিখন সম্পৰ্কে
বিতংকৈ জনা ৷