Homework by order :
সমাধান :
6. 25 ছাত্ৰ -ছাত্ৰী গণিতৰ বিষয়ত পোৱা নম্বৰ সমূহ তলৰ তালিকাত দিয়া হ'ল ৷ প্ৰতিজন ছাত্ৰৰ নম্বৰৰ পৰা বহুলক নিৰ্ণয় কৰা ৷
2. 11, 12 , 9, 11, 9, 7, 9, 13, 11, 10 ৰ বহুলক উলিওৱা ৷
সমাধান :
9 আৰু 11 মান দুটাৰ বাৰংবাৰতা সৰ্বাধিক কিন্ত্ত একে অৰ্থাৎ 3
সমাধান :
9 আৰু 11 মান দুটাৰ বাৰংবাৰতা সৰ্বাধিক কিন্ত্ত একে অৰ্থাৎ 3
গতিকে
বিভাজনটোৰ বহুলক দুটা হ’ল 9 আৰু 11
3. তলত দিয়া কেইটাৰ মাধ্য উলিওৱা :
2,5, 7, 3, 2, 3, 2, 8 , 12, 10, 3, 6, 5, 7, 8, 9, 5, 6, 7, 11, 11, 12, 10, 8, 9, 10, 5
সমাধান :
4. এটা অঞ্চলৰ 20 ঘৰ মানুহৰ উদ্ভিদৰ সংখ্যা তলত দিয়া হ'ল -
সমাধান :
4. এটা অঞ্চলৰ 20 ঘৰ মানুহৰ উদ্ভিদৰ সংখ্যা তলত দিয়া হ'ল -
উদ্ভিদৰ সংখ্যা
|
0-2
|
2-4
|
4-6
|
6-8
|
8-10
|
ঘৰৰ সংখ্যা
|
1
|
3
|
3
|
7
|
8
|
প্ৰতিটো ঘৰত থকা উদ্ভিদৰ সংখ্যাৰ মাধ্য প্ৰত্যক্ষ পদ্ধতিত উলিওৱা ৷
5. 100 জন কৰ্মচাৰীৰ দৰমহাৰ বিভাজন তালিকা তলত দিয়া হ'ল ৷ ঢাপ বিচ্যুতি পদ্ধতিৰে প্ৰতিজন কৰ্মচাৰীৰ দৰমহাৰ মাধ্য উলিওৱা :
দৰমহা
|
5000-10000
|
10000-15000
|
15000-20000
|
20000-25000
|
25000-30000
|
কৰ্মচাৰি
|
65
|
20
|
10
|
4
|
1
|
সমাধান :
6. 25 ছাত্ৰ -ছাত্ৰী গণিতৰ বিষয়ত পোৱা নম্বৰ সমূহ তলৰ তালিকাত দিয়া হ'ল ৷ প্ৰতিজন ছাত্ৰৰ নম্বৰৰ পৰা বহুলক নিৰ্ণয় কৰা ৷
নম্বৰ
| 0-5 | 5 -10 |
10-15
| 15-20 | 20-25 |
ছাত্ৰ-ছাত্ৰী | 5 | 10 | 15 | 5 | 5 |
7. 30 জন ছাত্ৰ-ছাত্ৰীৰ ওজনৰ বিভাজন তালিকা দিয়া হ'ল ৷ ইয়াৰ পৰা মধ্যমা উলিওৱা :
ওজন
|
40-45
|
45-50
|
50-55
|
55-60
|
60-65
|
65-70
|
70-75
|
ছাত্ৰৰ সংখ্যা
|
2
|
3
|
8
|
6
|
6
|
3
|
2
|
Please don't use spam link in the comment box.