ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

আঙুৰৰ যাদু , আপুনি শুণি আচৰিত হ'ব

Admin
0
                       
আমি বহুতেই আঙুৰ খাই ভাল পাওঁ ৷ কিন্তু আপুনি জানেনে আঙুৰ আমাৰ স্বাস্থ্যৰ কাৰণে কিমান প্ৰয়োজন ৷ ই আমাক বিভিন্ন বেমাৰৰ পৰা আঁতৰত ৰাখে ৷ইয়াৰ ওপৰিও আমাৰ চকুৰ ৰশ্মিৰ বাবে ই বহুত উপকাৰী ৷ আঙুৰৰ পৰা ছ’ডিয়াম , প’টেছিয়াম ,ছাইট্ৰিক এছিড , প’টেছিয়াম ছালফেট , মেগনেছিয়াম তথা আইৰন প্ৰচুৰ পৰিমানে পোৱা যায় যি আমাৰ শৰীৰৰ বাবে উপযোগী ৷ আহক আঙুৰৰ পৰা লাভ হোৱা উপকাৰসমূহ জানি লওঁ :

(ক) গোটেই দিন অফিচ বা ঘৰত কাম কৰাৰ পাছত সাধাৰণতে মহিলাই মূৰবিষত ভোগে , এনে পৰিস্থতিত আঙুৰ খালে মূৰবিষ সোনকালেই দূৰ হয় ৷ ইয়াৰ উপৰিও আঙুৰে মানুহৰ স্মৰণশক্তি তীব্ৰ কৰে ৷

(খ) আঙুৰৰ ৰস চকুৰ তলত পৰা ক’লা দাগক দূৰ কৰাত সহায় কৰে ৷

(গ) আঙুৰ খালে আমাৰ চেহেৰা চফা হয় আৰু চেহেৰাৰ দাগ দূৰ হৈ চেহেৰাৰ উজ্জ্বলতা বাঢ়ে ৷

(ঘ) হৃদয় ৰোগীসকলৰ বাবে আঙুৰ এক অমৃতৰ দৰে কাম কৰে ৷ আঙুৰ নিয়মতভাবে খালে হৃদয়ৰোগীসকলে এই ৰোগৰ পৰা সোনকালেই পৰিত্ৰাণ পাব ৷



(ঙ) আঙুৰে পাচন শক্তি বঢ়ায় ৷


Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)