পৰিসংখ্যাৰ অনুশীলনী 14.1 ৰ সমস্যাসমূহঃ
1. এদল ছাত্ৰই তেওঁলোকৰ পৰিৱেশ সজাগতা কাৰ্যসূচীৰ অংশহিচাপে এটা অঞ্চলৰ 20টা ঘৰত
থকা উদ্ভিদ তথ্য ভিত্তিক অধ্যয়ন তলত দেখুওৱা তথ্য সমূহ সংগ্ৰহিত কৰিলে। প্ৰতিটো ঘৰত
থকা উদ্ভিদৰ মাধ্য উলিওৱা ৷
তোমালোকে মাধ্য উলিয়াবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰিবা আৰু কিয়?
সমাধান -
এতিয়া, প্ৰত্যক্ষ পদ্ধতি প্ৰয়োগ কৰি আমি পাওঁ,
∴মাধ্য, x̄ =
2. এটা ফেক্টৰীৰ 50 জন শ্রমিকৰ (কৰ্মীৰ) দৈনিক পাৰিশ্ৰমিক হ’ল তলৰ বাণ্টন
উপযুক্ত পদ্ধতি ব্যৱহাৰ কৰি ফেক্টৰীটোৰ শ্ৰমিকৰ মাধ্য দৈনিক পাৰিশ্ৰমিক নিৰ্ণয় কৰা।
3. এটা অঞ্চলৰ শিশুসকলৰ দৈনিক (পকেট) খৰচ তলৰ বিভাজন তালিকাত দেখুৱা হ'ল। মাধ্য
হাতখৰচ হ’ল 18টকা। হেৰোৱা বাৰংবাতা/ নিৰ্ণয় কৰা।
.4. এখন চিকিৎসালয়ত এজন চিকিৎসকে 30 গৰাকী মহিলাক পৰীক্ষা কৰে আৰু প্রতি মিনিটত হৃৎপিণ্ডৰ কম্পন সংখ্যা লিখি ৰাখে আৰু তলত দিয়াধৰণে তালিকাবদ্ধ কৰে। উপযুক্ত পদ্ধতি বাছনি কৰি, এই মহিলাসকলৰ প্ৰতিমিনিটত হৃদপিণ্ডৰ মাধ্য কম্পন নির্ণয় কৰা।
5. খুচুৰা বজাৰত ফলবিক্রেতাই আমবোৰ বাকছত ভৰাই বিক্ৰী কৰে। এই বাকচসমূহত ভিন্ন পৰিমাণৰ আম আছে। বাকচৰ সংখ্যা ক্রমে আমৰ পৰিমাণ তলত বিস্তৃত কৰি দিয়া হ'ল।
এটা বন্ধ বাকচত থকা আমৰ মাধ্য নির্ণয় কৰা। মাধ্য উলিয়াবলৈ তুমি কি পদ্ধতি ব্যৱহাৰ কৰিবা?
6. এটা অঞ্চলৰ 25 ঘৰ মানুহৰ খাদ্যত দৈনিক খৰচ তলৰ তালিকাত দেখুওৱা হৈছে।
উপযুক্ত নিয়মেৰে খাদ্যত দৈনিক মাধ্য খৰচ নিৰ্ণয় কৰা।
7. বায়ু SO, ৰ গাঢ়তা উলিয়াবলৈ (প্রতিমিলিয়ন অংশত, অর্থাৎ ppm) এখন চহৰৰ 30 টা
অঞ্চলত তথ্য সংগ্ৰহ কৰা হ'ল আৰু তলত দিয়া ধৰণে উপস্থাপন কৰা হ'ল—
বায়ুত SO,ৰ মাধ্য গাঢ়তা নির্ণয় কৰা।
8. সম্পূর্ণ শৈক্ষিক বৰ্ষত এটা শ্রেণীত এজন শিক্ষকে লোৱা 40 জন ছাত্ৰৰ অনুপস্থিতিৰ হিচাপ তলত দিয়া হ'ল। এজন ছাত্ৰৰ অনুপস্থিতিৰ মাধ্য দিন নির্ণয় কৰা।
9. তলৰ তালিকাখনে 35 খন চহৰৰ সাক্ষৰতা হাৰ (শতাংশত) দিয়ে। মাধ্য সাক্ষৰতা হাৰ নিৰ্ণয়
কৰা।