ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

EXERCISE 14.1 - STATISTICS- CHAPTER 14TH -MATHEMATICS CLASS IX ASSAM BOARD- অনুশীলনী 14.1 পৰিসংখ্যা - অধ্যায় ১৪ - সাধাৰণ গণিত শ্ৰেণী নৱম

Sub-Admin Gopi
0


    পৰিসংখ্যাৰ ধাৰণা ( অসমীয়া মাধ্যম )


    (1) তথ্য কি ? ই কেই প্ৰকাৰৰ আৰু কি কি ? সংজ্ঞা দি উদাহৰণ দিয়া ৷ 

    উত্তৰঃ নিৰ্দিষ্ট উদ্দেশ্যেৰে সাংখ্যিক অথবা আন যিকোনো ৰূপত সংগ্ৰহ কৰা সংঘটন বা সংখ্যাবোৰক তথ্য কোৱা হয় ৷ 

    উদাহৰণঃ ক্ৰিকেটৰ বেটিং বা বলিঙৰ গড়, একোটা কোম্পানীৰ মুনাফা , মহানগৰসমূহৰ তাপমাত্ৰা ইত্যাদি ৷

    তথ্য দুই প্ৰকাৰৰঃ 

    (ক) প্ৰাথমিক বা মুখ্য তথ্যঃ

     যেতিয়া অনুসন্ধানকাৰীগৰাকীয়ে মনত এটা নিৰ্দিষ্ট লক্ষ্য লৈ নিজে তথ্যবোৰ আহৰণ কৰে তেনেবোৰ তথ্যক প্ৰাথমিক তথ্য বা মুখ্য তথ্য বোলা হয় ৷ উদাহৰণঃ
     তুমি তোমাৰ শ্ৰেণীৰ 20 গৰাকী ছাত্ৰ-ছাত্ৰীৰ উচ্চতা উলিওৱাটো প্ৰাথমিক তথ্যৰ অন্তৰ্গত ৷ 

    (খ) দ্বিতীয় বা গৌণ তথ্যঃ 

    যেতিয়া তথ্যবোৰ ইতিমধ্যে সংৰক্ষিত কৰি থোৱা কোনো উৎসৰ পৰা সংগ্ৰহ কৰা হয়, তেনেবোৰ তথ্যক দ্বিতীয় শ্ৰেণীৰ বা গৌণ তথ্য বোলা হয় ৷ উদাহৰণঃ 

     তোমাৰ সহপাঠীসকলৰ পৰিয়ালবোৰৰ সদস্যৰ সংখ্যা নিৰ্ণয় কৰাটো ৷ 

    (2) তথ্য অৰ্থাৎ 'ডাটা' শব্দটো কি ভাষাৰ বহুবচন ৰূপ ?

    উত্তৰঃ লেটিন ভাষাৰ শব্দ 'ডাটাম'ৰ বহুবচন ৰূপ ৷ 

    (3) পৰিসংখ্যা কি ? 

    উত্তৰঃ পৰিসংখ্যা হ'ল এনে এটা বিষয় যাৰ সহায়ত তথ্যৰ সংগ্ৰহ, উপস্থাপন আৰু বিশ্লেষণৰ লগতে এইবোৰৰ পৰা অৰ্থপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ 


     Concept of Statistics ( English Medium ) 


    (1) What is  information? What are the types and what is it? Give examples by definition. 

    Ans: Information is called occurrence or numbers collected in numerical or any other form for specific purposes. 

    Examples: The average of cricket's batting or bowling, profit of a company, temperature in cities etc.

    There are two types of information: 

    (a) Primary or main information:

    When the investigator acquires the information on her own with a specific goal in mind, such information is called primary information or main information. Example:
     You find out the heights of the 20 students in your class belongs to the primary data. 

    (b) Second or secondary information: 

    When information is collected from a source that has already been stored, such information is called second class or secondary information. Example: 

    Find out the number of members in the family of your classmates. 

    (2) Information means 'data' is the plural form of which language?

    Ans: The plural form of the Latin word 'datum'.
    Class ix solution of maths NCERT, class ix maths solution assam board, class ix statistics solution in assamese, Load Metrics (uses 7 credits) KEYWORD class ix english question answer class ix maths solutions class ix syllabus class math definition class ix maths deleted syllabus 9th class ap maths syllabus class 8th math book solution


     অনুু্শীলনী 14.1 ( অসমীয়া মাধ্যম ) 


    1. তোমাৰ দৈনন্দিন জীৱনৰ পৰা পাব পৰা তথ্যৰ পাঁচটা  উদাহৰণ আগবঢ়োৱা ৷

    উত্তৰঃ তোমাৰ দৈনন্দিন জীৱনৰ পৰা পাব পৰা তথ্যৰ পাঁচটা  উদাহৰণ আগবঢ়োৱা  হ'ল -

    (ক) তোমাৰ শ্ৰেণীৰ 20 গৰাকী ছাত্ৰ- ছাত্ৰীৰ উচ্চতা

    (খ) এমাহৰ বাবে প্ৰতিদিনে তোমাৰ শ্ৰেণীত অনূপস্থিতিৰ সংখ্যা ৷

    (গ)  তোমাৰ সহপাঠীসহকলৰ পৰিয়ালবোৰৰ সদস্য সংখ্যা ৷

    (ঘ) তোমাৰ বিদ্যালয়ৰ নাইবা ইয়াৰ চৌপাশে থকা 15 জোপা  উদ্ভিদৰ উচ্চতা ৷

    (ঙ) তোমাৰ বিদ্যালয়ৰ  শিক্ষকৰ সংখ্যা ৷


    2. ওপৰৰ প্ৰশ্ন -1ত উল্লেখ কৰা তথ্য সমূ্হক প্ৰাথমিক আৰু দ্বিতীয় শ্ৰেণীৰ তথ্য হিচাপে ভাগ কৰা ৷

    উত্তৰ ঃ তোমাৰ দৈনন্দিন জীবনৰ পৰা পাব পৰা তথ্যৰ পাঁচটা  উদাহৰণ আগবঢ়োৱা  হ'ল -

    (ক)  তোমাৰ শ্ৰেণীৰ 20 গৰাকী ছাত্ৰ- ছাত্ৰীৰ উচ্চতা -প্ৰাথমিক তথ্য

    (খ)  এমাহৰ বাবে প্ৰতিদিনে তোমাৰ শ্ৰেণীত অনূপস্থিতিৰ সংখ্যা - প্ৰাথমিক তথ্য

    (গ)  তোমাৰ সহপাঠীসহকলৰ পৰিয়ালবোৰৰ সদস্য সংখ্যা  -  দ্বিতীয়  তথ্য

    (ঘ) তোমাৰ বিদ্যালয়ৰ নাইবা ইয়াৰ চৌপাশে থকা 15 জোপা  উদ্ভিদৰ উচ্চতা - প্ৰাথমিক তথ্য

    (ঙ) তোমাৰ বিদ্যালয়ৰ  শিক্ষকৰ সংখ্যা  - প্ৰাথমিক তথ্য 


    EXERCISE 14.1 (English Medium)


    1. Give five examples of data that you can collect from your day-to-day life.

    Ans: Here are five examples of information you can get from your daily life -

     i. Height of 20 students in your class.

    ii. Number of vacancies in your class every day for a month.

    iii. Number of members of families with your classmates.

    iv. Height of 15 plants in or around your school.

    v. Number of teachers in your school.

    2. Classify the data in Q.1 above as primary or secondary data.

    Ans: Here are five examples of information you can get from your daily life -

     i. Height of 20 students in your class - Basic Information

    ii. Number of vacancies in your class every day for a month - Basic Information

    iii. Number of members of families with your classmates - Second information

    iv. Height of 15 plants in or around your school - Basic Facts

    v. Number of teachers in your school - basic information 





    Post a Comment

    0Comments

    Please don't use spam link in the comment box.

    Post a Comment (0)