Exercise : R - 4(অনুশীলনী ঃ R - 4)
________________________________________________________________________
Questions Papers :
(1) মান নিৰ্ণয় কৰা ঃ
(i) 11^3
(ii) 2 x 10^3
(iii) (1/2)^-5
(iv) (-4)^-2
(2) তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণৰূপে প্ৰকাশ কৰা ঃ
(i) 729
(ii) 3125
(iii) 3600
(iv) 108 x 192
(3) সৰল কৰা :
(i) (-3)^2 x (-5)^2
(ii) ( 2^3 x 2 )^4
সমাধান ঃ
(iii) 2^0 x 3^0 x 4^0
(iv) (5/8)^-7 x (8/5)^-4
সমাধান :
(4) তলৰ সংখ্যাবোৰ তুলনা কৰা ঃ
(i) 2^8 , 8^2
(ii) 2.7 x 10^12 , 1.5 X 10^8
সমাধান :
(5) তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা ঃ
(i) 2^-3 x (-7)^-3
(ii) (-3)^-4 x ( 5/3)^-4
(6) তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা ৷
(i) 3430,000
(ii) 70,040,000,000
(iii) 0.00000015
(iv) 0.00001436
সমাধান ঃ
(7) তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা ঃ
(i) 1.0001 x 10^9
(ii) 3.02 x 10^-6
(8) m নিৰ্ণয় কৰা যাতে (-3)^m + 1 x (-3)^5 = (-3)^7 হয়
(9) এটা উদ্ভিদকোষৰ আকাৰ ( ব্যাস) 0.00001275 মিটাৰ , ইয়াক মান্য ৰূপত প্ৰকাশ কৰা ৷
(10) এটা থাকত 20 মিমি বেধৰ 5 খন কিতাপ আৰু 0.016 মিমি বেধৰ 5 খিলা কাগজ আছে ৷ থাকটোৰ মূঠ বেধ কিমান ?
(11) তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে চাৰিটা উত্তৰ লিখা আছে ৷ শুদ্ধ উত্তৰটো লিখিবা ৷
(a) 3^-3 ৰ মান হ'ব ঃ
(i) 3^3
(ii) 3^1/3
(iii) 1/3^3
(iv) 3 x3
(b) (2/3)^2 ৰ মান হ'ব ঃ
(i) 1/(2 x 3)^2
(ii) (2 x 3) ^-2
(iii) (3/2)-2
(iv) (3/2)^1/2
(c) (-2/3)^4 ৰ মান হ'ব ঃ
(i) 8/12
(ii) 16/81
(iii) -16/18
(iv) -8/12
(d) 0.000064 ৰ প্ৰামাণিক ৰূপটো হ'ল ঃ
(i) 64 x 10 ^4
(ii) 64 x 10^-4
(iii) 6.4 x 10^5
(iv) 6.4 x 10^-5
(e) 2.03 x 10^-5 ৰ মানটো হ'ব ঃ
(i) 0.203
(ii) 0.0000203
(iii) 203000
(iv) 0.00203