Environment and Environmental Problems- Class x-NCERT SOULTIONS (পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা -দশম শ্ৰেণী)
_________________________________________________________________________
1. Write in your own words the meaning of environment . (পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা ৷)উত্তৰ : The term 'environment ' means the conditions existing around an organisation which include biotic elements such as microbes , plants , animals and large mammals , and abiotic elements such as land , water , air and all other lifeless elements which through interaction create the necessary conditions of life .
[ পৰিৱেশ বুলিলে আমি কোনো জীৱ বা জীৱ-সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায় ৷ চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে আৱশ্যকীয় সকলো উপাদানকে সামৰি লয় ৷ এই উপাদানসমূহ জৈৱ অৰ্থাৎ জীৱমণ্ডলৰ অন্তৰ্গত আৰু আনটো অজৈৱ যেনে : মাটি , বায়ু , পানী ইত্যাদি উপাদানৰ ভিতৰত পৰে ৷ ]
2. Mention some of the biotic and abiotic elements of environment (পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা ৷)
উত্তৰ : (i) Biotic elements : All plants and animals ranging from microbes to large animals .
(ii) Abiotic elements : Land , water , air and all lifeless elements .
[জৈৱ উপাদান : জৈৱ উপাদানসমূহ মূলত ঃ জীৱমণ্ডলৰ ভিতৰুৱা ৷ বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ লগতে অণুজীৱসমূহকে ধৰি বৃহৎ আকাৰৰ প্ৰাণী পৰ্যন্ত জৈৱ উপাদানৰ ভিতৰত পৰে ৷
অজৈৱ উপাদান : মাটি , পানী আৰু বায়ুৰ দৰে জড় বা প্ৰাণহীন উপাদানবোৰ অজৈৱ বা জড় উপাদানৰ ভিতৰত পৰে ৷ ]

3. Write the meaning of lithosphere(স্থলমণ্ডল বুলিলে কি বুজায় লিখা ৷)
উত্তৰ : The land surface of the earth which consists of rocks , soils , minerals , mountains is called lithosphere . It covers 29 percent of earth's surface .
[শিল , বালি , মাটি , মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলে ৷ এই স্থলমণ্ডলে পৃথিৱীৰ মহাদেশকেইখনক সামৰি লৈছে ৷ ই ভূ-পৃষ্ঠৰ প্ৰায় ২৯ শতাংশ আগুৰি আছে ৷ স্থলমণ্ডলতে আমি পৃথিৱীৰ পাহাৰ-পৰ্ৱত , মালভূমি , সমভূমি , নদী-উপত্যকা , উপকূল আদি দেখিবলৈ পাওঁ ৷ ]

4. What are the features included in the hydrosphere (জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা ৷)
উত্তৰ : Seas , oceans , rivers , lakes , wells etc. are included in the hydrosphere .
[পৃথিৱীৰ সাগৰ-মহাসাগৰবোৰে জলমণ্ডল গঠন কৰিছে ৷ জলমণ্ডলে ভূ-পৃষ্ঠৰ প্ৰায় ৭১ শতাংশ আগুৰি আছে ৷ স্থলমণ্ডলত থকা নদ-নদী , হ্ৰদ আদি জলাশয়বোৰো জলমণ্ডলৰ অন্তৰ্গত ৷ ]

5.Write about the composition of the atmosphere. (বায়ুমণ্ডল কিহৰে গঠিত লিখা ৷)
উত্তৰ : The atmosphere consists of nitrogen , oxygen , carbon dioxide , argon and other gases like hydrogen .
[ভূ-পৃষ্ঠৰপৰা ক্ৰমে ওপৰলৈ বিয়পি আছে এটা গেছীয় তৰপ ৷ অক্সিজেন , নাইট্ৰ'জেন , হাইড্ৰ'জেন , কাৰ্বন -ডাই- অক্সাইড , আৰ্গন আদি গেছৰ দ্বাৰা গঠিত এই গেছীয় তৰপটোক বায়ুমণ্ডল বোলে ৷ ]

6. Give an outline of the extent of the biosphere (জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা ৷)
উত্তৰ : Biosphere covers those parts of the earth's environment where life forms exist , i.e. lithosphere , atmosphere and hydrosphere . This area includes the earth's surface , down to a few meters from the earth's surface , the lower stratum of the atmosphere and most parts of the seas and oceans .
[জীৱমণ্ডলে পৃথিৱীৰ জীৱ, অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰকে সামৰি লয় ৷ পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে - স্থলপৃষ্ঠ , সাগৰ-মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকটি আৰু কীট - পতংগ উৰি ফুৰা অংশ ৷ ]

7. Discuss briefly the relation among the four major components of environment. (পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা ৷)
উত্তৰ : Environment consists of four components namely lithosphere, atmosphere, hydrosphere and biosphere. There is close interdependence and interaction among these four components of the environment, In fact, they are interdependent on each other for their nature and existence. Different cycles of nature such as hydrological cycle, carbon cycle, nitrogen cycle, energy cycle, etc, pas through all the four components. There is a close complex network of relationship among the various elements of these components.
Any change that occurs in any one of the major components affects the other three components of the environment. When atmosphere is affected by over radiation from the sun, it in turn affects the hydrosphere, lithosphere and biosphere. It leads to the melting of snow which in turn causes a rise in the sea level bringing a lot of changes in the coastal regions of the earth's surface. As a result, many regions of the lithosphere get submerged. Many of the microorganisms, flora and fauna that live on the lithosphere, hydrosphere and biosphere perish as a result of this overheating of the atmosphere. Cutting down of trees of the lithosphere leads to overabundance of greenhouse gases in the atmosphere leading to global warming which affects not only living organisms on the earth but also those of the oceans. Thus, it is evident that all the four components of the environment are closely connected and interdependent. Mention the major causes of environmental change. Is. Today the environment is changing both in terms of space and time. The major causes of environmental change are the various anti-nature human activities such as urbanization, industrialization, expansion of transport and communication, shrinking of forest cover and wetlands, etc.
[পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটা হ'ল - (ক) স্থলমণ্ডল , (খ) জলমণ্ডল (গ) বায়ুমণ্ডল আৰু জীৱমণ্ডল ৷ এই চাৰিটা মণ্ডল পৰস্পৰ নিৰ্ভৰশীল ৷ ইহঁতৰ মাজত চলি থকা আন্তঃক্ৰিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে ৷ মণ্ডলকেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশ নিৰূপন কৰিছে ৷ এই পৰিৱেশ পৰিৱৰ্তনশীল ৷ স্থান আৰু কাল ভেদে পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তন ঘটে ৷

এই চাৰিওটা মণ্ডল পাৰস্পৰিক সম্পৰ্কৰ যোগেদি যুক্ত হৈ আছে।এই সম্পৰ্কৰ মাধ্যমেদি পৃথিৱীত যিঅৱস্থাৰ সৃষ্টি হৈছে তাকে বহল অৰ্থত পৰিৱেশ বুলি কয়। পৃথিৱীৰ পৰিৱেশ এটা অতি বিশাল আৰু জটিলতন্ত্ৰ। এই বিশাল তন্ত্ৰৰ ভিতৰতে পৃথিৱীৰ প্ৰতিখন ঠাই বা অঞ্চলৰ পৰিৱেশে ক্ৰিয়া কৰি আছে। অৰ্থাৎ পৃথিৱীৰসকলো ঠাইৰ পৰিৱেশ গোলকীয় পৰিৱেশ তন্ত্ৰ একো একোটা অংশ মাথোন। ]
8.Mention the major causes of environmental change. (পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা ৷)
উত্তৰ : (i) Increase in population (ii) Industrialization (iii) Urbanization (iv) Transportation
[ (ক) জনসংখ্যা বৃদ্ধি (খ) উদ্যোগীকৰণ (গ) নগৰীকৰণ (ঘ) যাতায়ত -পৰিবহণ ]

9. Explain the meaning of environmental problem. (পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা ৷)
উত্তৰ : For a long time , there existed no environmental problem . This was because there existed a proper balance among the natural and man-made elements . But as a result of the rapid growth of human population , spread of urbanization , extensive use of fossils fuels etc. ecological equilibrium that existed among the four spheres of the earth got disturbed . This caused the emergence of many problems such as population, desertification , global warming , melting of snow etc. Since all these problems are linked to the environment , they are called environmental problems .
[বহুদিন ধৰি পৰিৱেশৰ কোনো সমস্যা নাছিল আৰু ইয়াৰ একমাত্ৰ কাৰণ হয় প্ৰাকৃতিক উপাদান আৰু মানৱসৃষ্ট উপাদানৰ মাজত সম্পূৰ্ণ সম্পৰ্ক স্বাভাৱিক আছিল ৷ কিন্তু মানৱ সভ্যতাৰ ক্ৰমাগত বিকাশ তথা জনসংখ্যা বৃদ্ধিৰ কবলত এই ভাৰসাম্য নাইকিয়া হ'ল ৷ পৃথিৱীৰ প্ৰতিটো মণ্ডলত মানুহৰ ক্ৰিয়া -কলাপৰ চাপ পৰিলে যাৰ ফলত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হ'ল আৰু ফলস্বৰূপে ন ন সমস্যাৰ সূষ্টি হ'বলৈ ধৰিলে ৷ পৰিৱেশৰ লগত জড়িত এই সমস্যাকে পৰিৱেশৰ সমস্যা বোলে ৷ ]

10.Write geographical divisions of the environmental problems . (ভৌগোলিক দিশৰপৰা পৰিৱেশৰ সম্যাক কি কি ভাগত ভগাব পাৰি লিখা ৷)
উত্তৰ : (i) Local problem (ii) Regional problem (iii) Global problem .
[ (ক) স্থানীয় সমস্যা (খ) আঞ্চলিক সমস্যা (গ) গোলকীয় সমস্যা ৷]

11.Write a local environmental problem ? Give examples . (পৰিৱেশৰ স্থানীয় সমস্যা কি ? উদাহৰণ দিয়া ৷)
উত্তৰ: An environmental problem which affects only a particular place or a small problem area so far as their genesis and spread are concerned is called a local environmental problem . e,g. land pollution created by a small -scale industry , water scarcity in winter due to shallowing of wetlands , bank erosion caused by a local river etc.
[ উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা যিবোৰ পৰিৱেশিক সমস্যা একোটা সৰু এলেকাত সীমাবদ্ধ হৈ থাকিব পাৰে, সেইবোৰ সমস্যাকে পৰিৱেশিক সমস্যা বোলে। উদাহৰণস্বৰূপে এটা ক্ষুদ্র উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ, বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি, কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা আদি। ]

12. Give two examples of regional environmental problem.(পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া ৷)
উত্তৰ : (i) Brahmaputra and Barak rivers .
(ii) Water pollution in a vast industrial area.
[(ক) অসম ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা ৷
(খ) বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰসমস্যা ৷ ]

13. Which problems are considered as global environmental problem.( কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ ্সমস্যা বুলি কোৱা হয় লিখা ৷)
উত্তৰ: The environmental issues that affect the entire world are termed as global problems . These problems need international efforts for solution and management . Global warming which affects the atmosphere and thus has no geographical boundary .
[ যিবোৰ পৰিৱেশ সমস্যাই সমগ্ৰ পৃথিৱীৰ সামৰি লয় আৰু প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, সেইবোৰ সমস্যাকে গোলকীয় সমস্যা বুলি কোৱা হয়। উদাহৰণ স্বৰূপে গোলকীয় উত্তাপ বৃদ্ধি। এই সমস্যা বায়ুমণ্ডলৰ লগত জড়িত হোৱাৰ কাৰণে বিস্তৃতিৰ ফালৰ পৰা অসীম। ইয়াৰ প্ৰভাৱ বায়ুমণ্ডলৰ লগতে পৃথিৱীৰ পৰিৱেশৰ জলভাগ, স্থলভাগ আৰু জীৱজগতৰ ওপৰতো পৰে। ]

14. Mention the major environmental problems of the world .(পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা ৷
উত্তৰ : (i) land , air and water pollution
(ii) Desertification
(iii) landslide and soil erosion
(iv) Global warming .
(v) Artificial floods .
[পৰিৱেশৰ প্ৰধান সমস্যা সমূহ হ'ল -
(ii) Desertification
(iii) landslide and soil erosion
(iv) Global warming .
(v) Artificial floods .
[পৰিৱেশৰ প্ৰধান সমস্যা সমূহ হ'ল -
(ক) প্ৰদূষণ,
(খ)মৰুকৰণ,
(গ)ভূমিস্খলন,
(ঘ)ভূমিক্ষয়,
(ঙ)গোলকীয় উত্তাপ বৃদ্ধি,
(চ)কৃত্ৰিম বান, ইত্যাদি ]
15. Give the meaning of the term pollution. (প্ৰদুষণৰ অৰ্থ লিখা ৷)
উত্তৰ : The process of contamination of the environment by harmful substances is called pollution .
[অনিষ্টকাৰী দ্ৰব্যই যেনে : ধূলি , ধোঁৱা , ছাঁই দুৰ্গন্ধ , সীহ , ছালফাৰ ইত্যাদিয়ে পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াক প্ৰদুষণ বোলে ৷ ]

16.What is water pollution ? How does it occur ? (পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা ৷)
উত্তৰ: The process by which the natural state or quality of water gets changed on addition or passing through of harmful items such as chemical substances, particles , radiation , microbes etc. is known as water pollution . It occurs when there are human settlements , industries , agricultural fields etc. near the water sources from where wastes get mixed with the water , making it polluted .
[বায়ুমণ্ডলৰ দৰে পৃথীৱীৰ পানীও প্ৰদূষিত হয়। পানীৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, পদাৰ্থকণা, অণুজীৱ, বিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটায়। গুণৰ পৰিৱৰ্তন ঘটোৱা এনে প্ৰক্ৰিয়াকে পানী প্ৰদূষণ বোলা হয়। ,সহজ ভাষাত দূষিত পদাৰ্থ মিহলি হৈ নিৰ্মল পানীক ব্যৱহাৰৰ অনুপযোগী কৰাকাৰ্যকে পানী প্ৰদূষণ বোলা হয়। সাধাৰণতে পানীৰ উৎসত মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰপৰা নিৰ্গত অপদ্ৰৱ্য পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে। প্ৰদূষিত পানীয়ে তাত থকা উদ্ভিদ আৰু প্ৰাণীৰক্ষতি সাধন কৰে। সাধাৰণতে ঔদ্যোগিক
আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰ অঞ্চলৰ মাজেদি বাকাষেদি প্ৰৱাহিত নদ- নদীৰ পানী প্ৰদূষিত কৰে বৃহৎ ঔদ্যোগিক অঞ্চলৰ আশে পাশে থকা জলাশয়ৰ পানীভাগত এচিডৰ পৰিমাণ বৃদ্ধি পালেও পানীপ্ৰদূষিত হয়। বায়ুমণ্ডলত জমা হোৱা ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰ'জেন অক্সাইড এচিড বৰষুণৰূপে নামি আহি জলাশয় আদিৰ পানী প্ৰদূষিত কৰেপানী প্ৰদূষিত মানুহৰ স্বাস্থ্য হানিৰ লগতে মহাদেশৰ মাটি ভাগৰো উৰ্বৰতা হ্ৰাস কৰে। ]

17.Write a short note on land pollution. (মাটি প্ৰদুষণৰ বিষয়ে এটি চমু টোকা লিখা ৷)
উত্তৰ : Land is an important factor for human beings . today land pollution has reached an alarming rate in most countries of the world . Land is being polluted mainly due to human activities . Land loses its natural quality and fertility when it comes into with certain chemical substances , urban wastes , radioactive wastes etc. Agricultural pesticides , land filling and increasing scale of deforestation also pollute land . For all these reasons , land pollution in most countries has become a major problem today and a lot of measures are being undertaken to rectify the problems . Use of underground water in the fields destroys degrades the natural soil quality . Application of insecticides and weedicides in fields destroys useful life forms with the harmful ones and hence polluting the land by changing its natural properties .
[মাটি প্ৰকৃতিৰ এবিধ অতি গুৰুত্বপূৰ্ণ উপাদান। মানুহৰ বাবে ই এক অপৰিহাৰ্য সম্পদ। মানৱ সভ্যতাৰ বিকাশ প্ৰধানকৈ এই সম্পদৰ ওপৰত ভিত্তি কৰিয়েই সম্ভৱ হৈ উঠিছে মানৱজনিত কাৰণতেই মাটিসম্পদ প্ৰদূষণৰ কবলত পৰিছে। সাধাৰণতে মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিকআৱৰ্জনা , তেলষ্ক্ৰিয়া পদাৰ্থ। এচিড বৰষুণ আদি মিহলি হ'লে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰুউৰ্বৰতা হ্ৰাস পায়।

সাধাৰণতে আধুনিক কৃষিকৰ্য, উদ্যোগৰ ধ্বংসই মাটি প্ৰদূষণৰ প্ৰধান কাৰণ। কৃষিৰ আধুনিকীকৰণ কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰ, জলসিঞ্চন, কীটনাশক দৰৱ আদিৰ প্ৰয়োগ বৃদ্ধি কৰিছে। ৰাসায়নিক সাৰৰপ্ৰয়োগে মাটিৰ স্বাভাৱিক গঠন আৰু গুণাগুণৰ যিদৰে সলনি ঘটায়, সেইদৰে ভূমিৰ গুণাগুণৰ পৰিৱৰ্তনঘটে। তদুপৰি কীটনাশক আৰু অপতৃণনাশক দৰৱ প্ৰযোগৰ কৰিলেও নিৰ্দিষ্ট কীট পতংগ আৰুঅলাগতিয়াল উদ্ভিদৰ মাটিত থকা উপকাৰী প্ৰাণী আৰু অণুজীৱও ধ্বংসৰ মুখত পৰে। ইয়ে মাটিৰ প্ৰাকৃতিকগুণৰ পৰিৱৰ্তন ঘটাই মাটিক প্ৰদূষিত কৰে। তদুপৰি উদ্যোগিক আৰ্বজনা আৰু ৰাসায়নিক পদাৰ্থয়ো মাটিতমিহলি হৈ মাটি প্ৰদূষিত কৰে । ভূগৰ্ভৰ পৰা কয়লা, খাৰুৱা তেল আদি উত্তোলন কৰোঁতেও সেইবোৰৰ কিছুঅংশ অসাৱধানবশতঃ ওচৰৰ মাটিত মিহলি হৈ প্ৰদূষিত কৰে। এইদৰে মাটি প্ৰদূষণে এটা ডাঙৰ সমস্যাৰসৃষ্টি কৰিছে।]
18. Write how air is polluted ? (বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা ৷)
উত্তৰ : Air is polluted through two main factors and these are :
(a) Natural Factors :
(i) Volcanic eruption : air is polluted by the smoke , ashes and gases that come out in a volcanic eruption .
(ii) Forest fire : In many parts of the earth , forest fires contribute largely to polluting the air .
(b Human Factors :
(i) Industrialization and urbanization .
(ii) Increased use of fossil fuels .
(iii) Increase in vehicular traffic and natural explosions.
[ বায়ু সাধাৰণতে দুটা মূখ্য কাৰণত হয় প্ৰদূষিত হয় আৰু সেই দুটা হ'ল :
(ক) প্ৰাকৃতিক কাৰক :
(1) আগ্নেয় উদগিৰণ : উদগিৰণৰ ফলত উদ্ভৱ হোৱা ধোঁৱা , ছাই আৰু গেছীয় পদাৰ্থই বায়ু প্ৰদুষিত কৰে ৷
(2) বনজুই : পৃথিৱীৰ বিভিন্ন ঠাইত বনজুই লগোৱাৰ ফলত বায়ু প্ৰদুষিত হৈছে ৷
(খ) মানৱসৃষ্ট কাৰক :
(1) উদ্যোগীকৰণ আৰু চহৰীকৰণ
(2) জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ ফলত
(3)যান=বাহনৰ বৰ্দ্ধিত ব্যৱহাৰ
(4)আণৱিক বিস্ফোৰণ ৷ ]

19. What is desert ? Give the definition of desertification. (মৰুভূমি কাক বোলে ?
মৰুকৰণৰ সংজ্ঞা দিয়া ৷)
উত্তৰ : The parts of the earth where evaporation is high and rainfall is scarce , making it difficult for plants , animals and human beings to survive are called desert.
The process of the spread of desert conditions of the peripheral areas is called desertification.
[ যিবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ কম আৰু বাষ্পীভৱন বেছি তেনে অঞ্চলকে সাধাৰণতে মৰভূমি বোলে ৷
মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অবস্থাৰ সৃষ্টি কৰে ৷ ]

20.Mention the causes of desertification . (মৰুকৰণৰ কাৰণ দৰ্শোৱা ৷)
উত্তৰ : There are two types of factors :
(i) Natural factors : (a) Drought : It affects productivity of land and growth of natural vegetation , thereby leading to desertification .
(b) Global warming : Increase in temperature due to global warming makes the desert environment more dry , accelerating desertification .
(ii) Human Factors : (a) Human activities : It includes overgrazing , expansion of agriculture and deforestation .
(b) Population growth : Growth in population has increased pressure in the desert and semi-desert areas which creates which expansion of deserts .
[ মৰুকৰণৰ দুটা মূখ্য কাৰণ হ'ল :
(ক) প্ৰাকৃতিক কাৰণঃ (1) খৰাং : খৰাং হ'লে শাক-পাচলিৰ লগতে বিভিন্ন গছ-গছনিৰ উৎপাদন ক্ষমতা হ্ৰাস পায় , ইয়াৰ ফলস্বৰূপে এইবোৰৰ বৃদ্ধি আৰু বিকাশ নহয় ৷
(2) গোলকীয় উষ্ণতা : গোলকীয় উষ্ণতাই মৰুভূমিৰ পৰিৱেশক আৰু অধিক শুকান কৰি তোলে ৷
(খ) মানৱসৃষ্ট কাৰক : (1) মানৱীয় কাৰ্য : ঘাঁহনি কটা , কৃসিভূমি বৃদ্ধি কৰা আৰু হাবি-বননি ধ্বংস কৰা কাৰ্য্যই মৰুকৰণ সৃষ্টি কৰে ৷
(2) জনসংখ্যা বৃদ্ধি : দ্ৰূতগতিত বৃদ্ধি হোৱা জনসংখ্যাৰ চাপৰ প্ৰভাৱত ডাঙৰৰ লগতে সুক্ষ্ম মৰুভূমিক আৰু ডাঙৰ মৰুকৰণলৈ পৰিৱৰ্তন কৰে ৷ ]

21. Is is possible to control desertification(মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে ?)
উত্তৰ ঃ Yes , it is possible to control desertification though it is a challenging task . It is possible to control desertification through measures like afforestation , rainwater harvesting , prevention of soil erosion , construction of artificial irrigation etc . Since it is not one nation's problem , it must be tackled on a global basis . As desertification is associated with global warming , measures to reduce global warming will definitely lead to a decrease in the process of desertification .
[ হয় , মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱ যদিও ই এটা প্ৰত্যাহ্বানমূলক কাম ৷ বনানিকৰণ ,বৰষুণৰ পানী সংৰক্ষণ ,ভুমিস্খলনত বাধা , কৃত্ৰিম জলসিঞ্চন সৃষ্টি ইত্যাদিৰ জৰিয়তে আমি মৰুকৰণৰ দৰে সমস্যা ৰোধ কৰিব পাৰো ৷ যিহেতু , এই সমস্যাটো কেৱল এখন ৰাষ্ট্ৰৰে নহয় ,গতিকে এই সমস্যাটো ৰোধ কৰিবৰ বাবে সকলো ৰাষ্ট্ৰই ভাগ ল'ব লাগিব ৷ প্ৰত্যক ৰাষ্ট্ৰৰ মানুহেই ইয়াক ৰোধ কৰিবৰ বাবে হাতে -কামে আগভাগ ল'ব লাগিব ৷ ]

22. What is global warming ? Mention its causes . (গোলকীয় উত্তাপ বৃদ্ধি কি ? ইয়াৰ কাৰণবোৰ উল্লেখ কৰা ৷)
উত্তৰ : The increase of temperature over the earth's surface as a result of the emission of greenhouse gases into the atmosphere is known as global warming .
Causes :
(i) Emission of greenhouse gases like carbon dioxide , methane ,nitrous oxide , water vapour .
(ii)Greenhouse gas Carbon Dioxide comes out from the various industries , use of fossil fuels and deforestation .
(iii) Volcanic eruptions have increased the composition of greenhouse gases in the atmosphere .
[ গোলকীয় উত্তাপন কি?

সাধাৰণতে পৃথিৱীত স্বাভাৱিক CO2 ৰ পৰিমাণতকৈ যদি অতিৰিক্ত CO2ৰ পৰিমাণ বাঢ়ি গৈ থাকে তেন্তে পৃথিৱীৰ উত্তাপ বাঢ়ি যায়, পৃথিৱীৰ এই উত্তাপকে গোলকীয় উত্তাপণ(Global Warming)বুলি কোৱা হয় ৷ বায়ুমণ্ডলত CO2 গেছৰ শতকৰা পৰিমাণ দিনক দিনে বাঢ়ি গৈছে ৷ যাৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি হৈছে ৷ এই ঘটনাটোকে সেউজগৃহ প্ৰভাৱ(The Greenhouse Effect)বোলা হয়৷
উত্তাপনৰ কাৰণঃ
গোলকীয় উত্তাপন বৃদ্ধি হোৱাৰ একমাত্ৰ কাৰণ হৈছে সেউজগৃহ গেছ কাৰ্বন ডাই-অক্সাইড(CO2)ৰ পৰিমাণ দিনক দিনে বাঢ়ি যোৱা ৷ পৃথিৱীৰ সাধাৰণ উত্তাপনৰ পৰা অতিৰিক্ত উত্তাপ বাঢ়ি যায় ৷
এই কাৰ্বন ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি যোৱাৰ কাৰণ সমূহ হ’ল—
(i) গাড়ী-মটৰ, যান-বাহনৰ পৰিমাণ বাঢ়ি যোৱা ৷
(ii) বিভিন্ন উদ্যোগ বা কল-কাৰখানাৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত ৷
(iii) জীৱাষ্ম ইন্ধনৰ দহনৰ ফলত ৷
(iv) ঘৰুৱা কাৰ্যত আৰু ঔদ্যোগিক ক্ৰিয়াকলাপত কাঠ আৰু কয়লাৰ দহন ৷
(v) নিৰ্বনানীকৰণ যিয়ে সালোক সংশ্লেষণৰ সময়ছোৱাত উদ্ভিদৰ দ্বাৰা CO2 ৰ ব্যৱহাৰ হ্ৰাস কৰে ৷ ]
23.What are the probable consequences of global warming ? (গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা ৷ )
উত্তৰ : (i) Melting of snow in the polar areas .
(ii) Change in growth and distribution of plants and animals .
(iii) Decrease in crop output.
(iv) Expansion of desertification .
(v) Increase in atmospheric temperature.
[ গোলকীয় উষ্ণতা বৃদ্ধিয়ে তলত দিয়া ধৰণৰ সমস্যা সৃষ্টি কৰে -

(ক) মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন ।
(খ) উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম বৃদ্ধি।
(গ) ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন।
(ঘ) শস্যৰ উৎপাদন হ্ৰাস ।
(ঙ) মৰুকৰণ। ]
24. Write how to control global warming ? (গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি ?)
উত্তৰ : (i) Avoid cutting down of trees unless urgently required .
(ii) Controlling high population growth rate .
(iii) Reducing the use of gadgets that release chlorofluorocarbons.
(iv) Reducing the use of fossil fuels such as mineral oil , natural gas etc.
[ ক) সেউজ গৃহ গেছৰ পৰিমাণ হ্ৰাস কৰা,

খ) বৃক্ষ ৰূপন কৰা আৰু বনাঞ্চল সুৰক্ষিত কৰা,
গ) যান-বাহনৰ চলাচল কম কৰা,
ঘ) চহৰৰ পৰা অলপ আঁতৰত উদ্যোগ স্থাপন কৰা আদি। ]
25.Is there any environmental problem in your own locality ? If yes , then their causes and indicate some measures for their solution .( তোমাৰ নিজৰ ঠাইখনত পৰিৱেশৰ কিবা সমস্যা আছেনে ? যদি আছে তাৰ কাৰণ ব্যাখ্যা কৰা সমাধানৰ উপায় চিন্তা কৰি লিখা ৷ )