ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

1st Unit Test -2021 -Subject- General Science - Class IX - Time: 2 Hours -Marks -45 ( Assamese and English medium both)

Admin
0
1st Unit Test -2021 -Subject- General Science - Class IX - Time: 2 Hours -Marks -45 ( Assamese and English medium both)



1. তলৰ প্ৰতিটো প্ৰশ্নৰ চাৰিটা উত্তৰ দিয়া আছে ৷ শুদ্ধ উত্তৰটো বাছি উলিওৱা ৷ 
( For each question given below , four answer are given select the correct answer.

a) এক বায়ুমণ্ডলীয় চাপত বৰফৰ গলনাংক হয় - (At atmospheric pressure melting point of ice is )

(i) 0 °c

(ii) 273 K

(iii) -273 k 

(iv) (ii) আৰু(and)  (iii) দুয়োটায়ে শুদ্ধ (are correct)

(Ans)উত্তৰঃ (ii) 273 K

b). সংকৰ ধাতু পিতলত থকা ধাতু দুটা - (Mixture of metals contain in alloy brass are -)

(i) আইৰণ আৰু ক'পাৰ ( Iron and Copper)

(ii) ক'পাৰ আৰু জিংক ( Copper and Zinc)

(iii) এলুমিনিয়াম আৰু আইৰণ (Aluminium and Iron)

(iv) ক'পাৰ আৰু মেগনেছিয়াম(Copper and Magnesium)

(Ans)উত্তৰঃ (ii) ক'পাৰ আৰু জিংক ( Copper and Zinc)

c) এককোষী জীৱৰ উদাহৰণ হয় - ( Examples of unicellular organism is -)

(i) প্লাষ্টিড (Plastids)

(ii) লাইছ'জম (Lysosomes)

(iii) পেৰামেচিয়াম (Paramoecium)

(iv) প্লেটিপাছ (Platypus)

(Ans)উত্তৰঃ (iii) পেৰামেচিয়াম (Paramoecium)

d) ত্বৰণৰ  SI একক - (SI unit of acceleration-)

(i) ms-1

(ii) ms-2

(iii) m.s

(iv) ms2

(Ans)উত্তৰঃ (ii) ms-2

e) সৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য - (Which of the following is true for displacement )

(i) শূন্য হ'ব নোৱাৰে (It cannot be zero)

(ii) ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি (Its magnitude is greater than the travelled by the object distance)

(iii) ভেক্টৰ ৰাশি(Vector quantity)

(iv) স্কেলাৰ ৰাশি (Scalar quantity) 

(Ans)উত্তৰঃ (iii) ভেক্টৰ ৰাশি(Vector quantity)

f) ঘনত্ব, ভৰ আৰু আয়তনৰ মাজত সম্পৰ্ক - (Relation between density, mass and volume is )

(i) ভৰ = ঘনত্ব X আয়তন (Mass = Density X Volume ) 

(ii) আয়তন = ভৰ X ঘনত্ব ( Mass X Density )

(iii) ঘনত্ব = ভৰ/আয়তন

(iv) (i) আৰু(and) (iii) দুয়োটায়ে শুদ্ধ (both are correct )

(Ans)উত্তৰঃ (iv) (i) আৰু(and) (iii) দুয়োটায়ে শুদ্ধ (both are correct )

2. তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ(Write short answer of the following questions)

a) বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা ৷(Suggest a method to liquefy atmospheric gases)

(Ans)উত্তৰঃ উচ্চ চাপ প্ৰয়োগ কৰি উষ্ণতা হ্ৰাস কৰি বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পাৰি ৷(Atmospheric gas can be added by reducing temperature by applying high pressure.)

b) 250°C উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কোৱা ৷(What is the physical state of water at 250°C)

(Ans)উত্তৰঃ গেছীয়(Gaseous)

c) সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটোৰ নাম লিখা ৷ (Write the name of metal which is in liquid state at room temperature)

(Ans)উত্তৰঃ পাৰা(Mercury)

d) তলত দিয়া ভৌতিক ৰাশিবোৰৰ পৰা সদৃশ ৰাশিবোৰ বাছি উলিওৱা- (Identify the Vector quantities from the given physical quantities -)

ভৰ , সৰণ, দ্ৰূতি, বেগ (mass, displacement, speed , velocity )

(Ans)উত্তৰঃ দ্ৰূতি, বেগ ( speed , velocity )

e) তল দিয়া ভৌতিক ৰাশি দুটাৰ SI একক লিখা ৷(Write the SI unit of the following two physical quantities )

(i) গড়দ্ৰুতি (Average speed)

(ii) আয়তন(Volume)

(Ans)উত্তৰঃ 

(i) গড়দ্ৰুতি (Average speed) - মিটাৰ/ছেকেণ্ড(Meter/Second)

(ii) আয়তন(Volume) - ঘনমিটাৰ(Cubic Meter)

f) মটৰগাড়ীৰ অড'মিটাৰে কি জোখে ? (What does the odometer of an automobile measure)

(Ans)উত্তৰঃ অড'মিটাৰে মটৰগাড়ীয়ে অতিক্ৰম কৰা দূৰত্ব জোখে ৷(The odometer measures the distance that the motor vehicle has covered.)

g) কোষৰ অৰ্থ কি ? (What is the meaning of cell ? )

(Ans)উত্তৰঃ কোষ হ'ল জীৱৰ এক গঠনগত আৰু কাৰ্যগত একক(Cell is a structural and functional unit of organisms) কোষৰ  অৰ্থ হৈছে সৰু সৰু খোঁটালি ৷( Cell means 'a little room'

h) আসৃতি প্ৰক্ৰিয়া কি ? (What is Osmosis ?)

(Ans)উত্তৰঃ আৱৰণৰ মাজেদি উচ্চ গাঢ়তাবিশিষ্ট অঞ্চলৰ পৰা নিম্ন গাঢ়তাবিশিষ্ট অঞ্চললৈ যোৱা পানীৰ অণুৰ গতিক আসৃতি বোলা হয় ৷ 

i) আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত ? (Name tissue that forms the inner lining of our mouth.)

(Ans)উত্তৰঃ চটীয়া আচ্ছাদক কলা(Simple Squamous epithelium tissue)

j) উদ্ভিদত কি কলাৰে খাদ্য পৰিবহণ হয় লিখা ৷(Write the name of tissue that transport food in plants.)

(Ans)উত্তৰঃ  ফ্লোৱেম কলা (Phloem tissue.)

3.পদাৰ্থ কণিকাবোৰৰ দুটা বৈশিষ্ট্য লিখা ৷( Write the two characteristics of particles of matter )

(Ans)উত্তৰঃ (a) পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে(Particles of matter have space between them)

(b) পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে (Particles of matter are continuously moving)

4. 390K উষ্ণতাক ছেলছিয়াছত আৰু 38°C উষ্ণতাক কেলভিনত প্ৰকাশ কৰা ৷(Convert 390K temperature to Celcius scale and 38°C temperature to Kelvin scale.)

(Ans)উত্তৰঃ 




5. গৰমকালি আমি কপাহী কাপোৰ পিন্ধা উচিত কিয় ? (Why should we wear cotton clothes in summer ?) 

(Ans)উত্তৰঃ  কপাহী কাপোৰে ঘাম শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভুত হোৱাত সহায় কৰে ৷ ইয়াৰ ফলত আমাৰ দেহটো শুষ্ক আৰু শীতল হৈ পৰে ৷ সেইবাবে গৰমকালি আমি কপাহী কাপোৰ পিন্ধা উচিত ৷ (Cotton cloth helps in sweating and evaporation into the atmosphere. This makes our body dry and cool. So we should wear cotton clothes in summer.)


6. 380g নিমখৰ দ্ৰবণ এটাও থকা নিমখৰ পৰিমাণ 40g হ'লে দ্ৰবণটোৰ গাঢ়তা ভৰ/ভৰ শতাংশত প্ৰকাশ কৰা ৷ (In 380 g common salt solution contain 40g of common salt. Calculate the concentration in term of mass by mass percentage of the solution)

(Ans)উত্তৰঃ




7. দুটা পৰস্পৰ মিহলি নোহোৱা তৰল কেনেকৈ পৃথক কৰিব পাৰি ? এটা উদাহৰণৰ সহায়ত লিখা ( চিত্ৰ নালাগে ) [How can we separate a mixture of two immisible liquid ? Write with an example (digram not necessary)]

(Ans)উত্তৰঃ মিশ্ৰণ এটাৰ পৰা পৰস্পৰে মিহলি নোহোৱা দুটা তৰল পৃথকীকৰণ চুপি ব্যৱহাৰ কৰি পৃথক কৰিব পাৰি ৷ ( We  can separate a mixture of two immisible liquid by separating funnel)

কেৰাছিন তেল আৰু পানীৰ মিশ্রণৰ পৰা পৃথকীকৰণ চুপি ব্যৱহাৰ কৰি উভয়কে পৃথক কৰা যাওক। কেৰাছিন আৰু পানীৰ মিশ্ৰণটো এটা পৃথকীকৰণ
চুপিত ঢালি লােৱা হ;ল ৷ লৰচৰ নকৰাকৈ থৈ দিলে কিছুসময় পিছত পানী আৰু
তেলৰ দুটা তৰপ দেখা যাব। পৃথকীকৰণ চুপিটোৰ পেঁচঠিল্লা (stopcock) খুলি
দি তলৰ পানীৰ তৰপটো সাবধানে তলত পৰিবলৈ দিয়া হ'ল ৷ 
তেলৰ তৰপটো পেঁচঠিলালৈ নামি অহাৰ লগে লগে ফিলাটো বন্ধ কৰা হ'ল ৷ ইয়াৰ ফলত পৰস্পৰ মিহলি নোহোৱা তৰল বিলাক সিহঁতৰ ঘনত্ব অনুসৰি বিভিন্ন তৰপত পৃথক হ'ল ৷
   (Let us try to separate kerosene oil from
water using a separating funnel.
Pour the mixture of kerosene oil and
water in a separating funnel.
Let it stand undisturbed for sometime
so that separate layers of oil and water
are formed.
Open the stopcock of the separating
funnel and pour out the lower layer of
water carefully.
Close the stopcock of the separating
funnel as the oil reaches the stop-cock.
The principle is that immiscible liquids separate out in layers depending on their densities.

8. প্ৰলম্বন আৰু কলডীয় দ্ৰবণৰ মাজত দুটা পাৰ্থক্য লিখা ৷ (Write two difference between suspension and colloidal solution)

(Ans)উত্তৰঃ (a) প্ৰলম্বন দ্ৰবণবোৰ  অস্থিৰ, আনহাতে কলডীয় দ্ৰবণবোৰ সুস্থিৰ ৷(Colloid is quite stable, but a suspension is unstable)

(b) প্ৰলম্বন কণিকাবোৰ খালী চকুৰে দেখি , আনহাতে কলডীয় কণিকাবোৰ খালী চকুৰে মণিব নোৱাৰি ৷ (The size of particles of a colloid is too small to be individually seen by naked eyes , but the particles of a suspension can be seen by the naked eye.)

9. দূৰত্ব আৰু সৰণৰ মাজত পাৰ্থক্য লিখা ৷(Write the difference between distance and displacement )

(Ans)উত্তৰঃ (a) বস্তু এটাই অতিক্ৰম কৰা মুঠ দৈৰ্ঘ্যক দূৰত্ব বোলা হয় , আনহাতে এটা বস্তুৰ প্ৰাৰম্ভিক অৱস্থানৰ সাপেক্ষে কোনো প্ৰদত্ত সময়ত সেই বস্তুটোৰ অন্তিম অৱস্থানৰ পৰিমাণক সৰণ বোলা হয় ৷ [The total path length covered by an object is called distance, but the shortest distance measured from the initial to the final position of an object is called displacement ]

(b) দূৰত্ব স্কেলাৰ ৰাশি, আনহাতে সৰণ ভেক্টৰ ৰাশি হয় ৷ (Distance is a scalar quantity, Displacement is a vector quantity .)

10. 52km/hr ক SI এককত প্ৰকাশ কৰা ৷(Convert 52km/hr to SI unit )

(Ans)উত্তৰঃ 




11. লাইছ'জমক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয় ? (What are lysosome known as Suicide bag ?)

(Ans)উত্তৰঃ
লাইছ’জম হৈছে এনে এবিধ কোষ অংগাণু য'ত কিছুমান পৰিপাকীয় উৎসেচক থাকে। কোষীয় বিপাকত ব্যাঘাত হলে কোষৰ অনিষ্ট সাধন হৈ লাইছ’জমৰ বিস্ফোৰণ ঘটিব পাৰে। নির্গত হােৱা পৰিপাকীয় উৎসেচকে বহিঃকোষীয় পদার্থ পাচিত কৰাৰ উপৰিও কোষাে পাচিত কৰে। সেয়ে লাইছ’জমক আত্মঘাতী মােনা আখ্যা দিয়া হয়।



12. এৰিওলাৰ কলাৰ কাৰ্য্য সমূহ কি কি? ( What are the functions of areolar tissue?) 

(Ans) উত্তৰঃ কার্যঃ 
(i) দেহ গহ্বৰত অংগসমূহৰ মাজত ধাৰক আৰু সুৰক্ষা প্রদায়ক কলা হিচাপে ইহঁতে কার্য সম্পাদন কৰে।
(ii) ইহঁতে হাড়ক হাড়ৰ লগত, মাংসপেশীক হাড়ৰ লগত, ছালক মাংসপেশীৰ লগত সংযুক্ত কৰে।
(i) আঘাত প্রাপ্তিৰ পিছত ইহঁতে কলাসমূহৰ মেৰামতি কৰে।
(iv) বহিৰাগত বিষাক্ত পদার্থৰ লগত মােকাবিলা কৰাৰ ক্ষেত্ৰত ইহঁতে সহায় কৰে।

(i) It connects the bones to the bones, muscles to the bones, to the skin to the muscles.
(ii) They repair the tissues after injury.


13. তলত দিয়া প্ৰাণীৰ অংশসমূহত থকা কলা বৰৰ
 নাম লিখা। (Identify the type of tissue in the following) 
ছাল  আৰু অস্থি ( Skin and bone) 

(Ans) উত্তৰঃ ছাল( skin) - চটীয়া আচ্ছাদক কলা ( Simple Squamous epithelium) 
 
অস্থি(bone) - সংযোজক কলা (Connective tissue) 

14. 20 মি উচ্চতাৰ পৰা বল এটা লাহেকৈ পেলাই দিয়া হ'ল ৷ ইয়াৰ বেহ 10 ms-2 সুষম হাৰত বাঢ়িলে,ইকিমান বেগেৰে ভূমিত পৰিব ? কিমান সময়ৰ পিছত ই ভূমিত পৰিব (g = 10m/s^2)
[A ball is gently dropped from a height of 20m. If its velocity increases uniformly at the rate of ms-2 with what velocity will it strike the ground ? After what time will it strike the ground]

(Sol)সমাধানঃ 




15. এটা আদৰ্শ প্ৰাণীকোষৰ চিহ্নিত চিত্ৰ আঁকা ৷(Draw a labelled diagram of animal cell)

(Ans)উত্তৰঃ  

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)