ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

বিজ্ঞান ( HOT ANSWERS) - ১

 👧 ভনিতা ঘোষঃ( দশম শ্ৰেণী)---

প্ৰশ্ন ১ঃ আমাৰ ছালখন কি কলাৰ দ্বাৰা গঠিত ? 

উত্তৰঃ চটীয় আচ্ছাদক কলা ৷

প্ৰশ্ন২ঃ নাৰিকল বাকলি কি কলাৰ দ্বাৰা গঠিত ? 

উত্তৰঃ স্কেৰেণকাইমীয় কলাৰে ৷ 

 👧 ছাত্ৰঃ(দশম শ্ৰেণী)---

প্ৰশ্ন ১ঃ লঘু হাইড্ৰ'ক্লৰিক এচিডৰ সৈতে সক্ৰিয় ধাতু দিলে কি গেছ উৎপন্ন হয় ?

উত্তৰঃ  হাইড্ৰ'জেন গেছ ৷

প্ৰশ্ন ২ঃ জীৱাশ্ম ইন্ধন কি ?

উত্তৰঃ নিযুত নিযুত বছৰ ধৰি জৈৱভৰ ভূগৰ্ভস্থ হৈ চাপ আৰু তাপৰ প্ৰভাৱত ইয়াৰ পৰা সৃষ্টি হোৱা ইন্ধনকে জীৱাশ্ম ইন্ধন বোলে ৷ যেনেঃ কয়লা আৰু পেট্ৰ'লিয়াম ৷ 


Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)