ক্লিক কৰা তোমাৰ উত্তৰসমূহ পাব পাৰাঃ
HOT ANSWEWRS:
১/ উপসৰ্গ সূত্ৰ লিখি উদাহৰণ দিয়া ৷
উত্তৰঃ যিবোৰ অব্যয় শব্দই ধাতু বা কৃদন্ত পদৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশক শব্দ গঠন কৰে সেয়ে উপসৰ্গ ৷
উদাহৰণঃ-
প্ৰঃ প্ৰসিদ্ধ , পৰামৰ্শ, পৰাগ, পৰায়ণ ইত্যাদি ৷
২/ ব্য্যসবাক্য আৰু সমাসৰ নাম লিখা - ত্ৰিফলা
উত্তৰঃ তিনি ফলৰ সমাহাৰ - দ্বিগু সমাস
৩/ এটা শব্দ প্ৰকাশ কৰাঃ
মূৰৰ পৰা ভৰিলৈকে
উত্তৰঃ
গণিতঃ
Questions:
বৰ্গীয় সমতলত (5,0), (0, 5), (2,5), (5,2), (-3,5), (-3,-5), আৰু (6 , 1 ) বিন্দুকেইটাৰ অৱস্থান দেখুওৱা ৷
Questions :
*সংখ্যাৰেখাত √3 ৰ অৱস্থান নিৰ্ণয় কৰা ৷
সমাধানঃ
* (a , b) স্থানাংকৰ ভুজ আৰু কোটি কি ?
উত্তৰঃ ভুজ 'a' আৰু কোটি 'b'
*TRISHNA URANG( CLASS X):
QUESTION:
'K' ৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব ?
kx + 3y - ( k - 3 ) = 0
12x + ky - k = 0
সমাধানঃ
MATHS CLASS X :
Questions:
(1) 18ঃ30 আৰু 14ঃ21 অনুপাতত দুটা সমান হয়নে ?
সমাধানঃ 18ঃ 30 = 18/30 = 6/5
14ঃ 21 = 14/21= 2/3
গতিকে, 18ঃ30 আৰু 14ঃ21 অনুপাতত দুটা সমান নহয় ৷
(2) এটা দ্বিঘাত সমীকৰণৰ মূল দুটা 1, 3 হ'লে সমীকৰণটো হ'ব -
(i) x^2 + 4x + 3 (ii) x^2 -3x + 4 (iii) x^2 + 4x + 3 = 0 (iv)
সমাধানঃ মূলদুটাৰ সমষ্টি= 1 + 3 = 4
মূলদুটাৰ পূৰণফল = 1 x 3 = 3
এতিয়া , সমীকৰণটো হ'ব = x^2 - ( মূলদুটাৰ সমষ্টি)x + মূলদুটাৰ পূৰণফল = 0
=> x^2 - 4x + 3 = 0
গতিকে , (iii) x^2 + 4x + 3 = 0 শুদ্ধ হ'ব ৷
(3) যদি ax^2 + bx + c = 0, (a ≠ 0) দ্বিঘাত সমীকৰণৰ মূলটো হ'ব -
(i) b^2 -4ac>0 (ii) b^2 - 4ac < 0 (iii) b^2 -4ac=0 (iv) b^2 - 4ac ≥ 0
সমাধানঃ (iv) b^2 - 4ac ≥ 0
(4) তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰবধি পৌন:পুনিক ?
(i) √3 (ii) π (iii) 1/7 (iv) 13/125
সমাধানঃ (iii) 1/7
(5) শুদ্ধ উত্তৰটো বাছি উলিওৱা -
√7 এটা -
(i) অখণ্ড সংখ্যা
(ii) পৰিমেয় সংখ্যা
(iii) মৌলিক সংখ্যা
(iv) অপৰিমেয় সংখ্যা
সমাধানঃ (iv) অপৰিমেয় সংখ্যা
(6) 1764 ৰ বৰ্গমূল নিৰ্ণয় কৰা -
Please don't use spam link in the comment box.