ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

All Answers of A Text For SIKSHAR SAMAJTATTIK VITTI - BA 1ST SEM FOR HONOURS IN EDUCATION AND GENERAL PAPERS FOR 3RD SEM - Under Dibrugarh University- শিক্ষাৰ সমাজতাত্তিক ভিত্তি -

 

 সূচীপত্র

প্রথম অধ্যায়ঃশিক্ষা সমাজবিজ্ঞানৰ ধাৰণা, দৃষ্টিভংগী আৰু তত্ত্ব (ConceptApproaches and Theories of Educational Sociology)

সমাজতত্ত্ব বা সমাজবিজ্ঞানৰ অৰ্থ : সমাজতত্ত্বৰ বৈশিষ্ট্য : শিক্ষাৰ সমাজতাত্ত্বিক অৰ্থ: শিক্ষাৰ সমাজতাত্ত্বিক অৰ্থৰ বৈশিষ্ট্য : শিক্ষা সমাজবিজ্ঞানৰ অৰ্থ : শিক্ষা সমাজবিজ্ঞানৰ প্ৰকৃতি আৰু বৈশিষ্ট্য : শিক্ষা সমাজবিজ্ঞানৰ পৰিসৰ : শিক্ষা সমাজবিজ্ঞানৰ লক্ষ্য : শিক্ষা সমাজবিজ্ঞানৰ কাম : শিক্ষা সমাজবিজ্ঞানৰ বিকাশ : শিক্ষাআ ৰু সমাজবিজ্ঞানৰ পাৰস্পৰিক সম্বন্ধ : সমাজবিজ্ঞান আৰু শিক্ষা সমাজবিজ্ঞানৰ মাজৰ পার্থক্য : শিক্ষাৰ সমাজতাত্ত্বিক দৃষ্টিভংগীৰ প্ৰয়োজনীয়তা : শিক্ষা সমাজবিজ্ঞানৰ সীমাৱদ্ধতা : শিক্ষা সমাজবিজ্ঞানৰ গুৰুত্ব : শিক্ষাৰ ওপৰত সমাজবিজ্ঞানৰ প্ৰভাৱ : শিক্ষা সমাজবিজ্ঞানৰ তত্ত্বসমূহ : দ্বন্দ্বাত্মক সিদ্ধান্ত দ্বন্দ্বাত্মক সিদ্ধান্তৰ ধাৰণা : দন্দ্বাত্মক সিদ্ধান্তৰ বৈশিষ্ট্য: দন্দ্বাত্মক সিদ্ধান্তৰ গুণ বা সুবিধা দন্দ্বাত্মক সিদ্ধান্তৰ দোষ বা অসুবিধা : শিক্ষানুষ্ঠানত দ্বন্দ্বাত্মক সিদ্ধান্তৰ প্ৰয়োগ :ঐক্যমত তত্ত্ব : ঐক্যমত তত্ত্বৰ মূল উপাদান ঐক্যমত তত্ত্বৰ বৈশিষ্ট্য :ঐক্যমত তত্ত্বৰ গুণ ঐক্যমত তত্ত্বৰ দোষ : শিক্ষাত ঐক্যমত তত্ত্বৰ প্ৰয়োগ ।


দ্বিতীয় অধ্যায়ঃ সামাজিকীকৰণ প্ৰক্ৰিয়া (Socialisation Process) :

সামাজিকীকৰণৰ অৰ্থ : সামাজিকীকৰণৰ সংজ্ঞা : সামাজিকীকৰণৰ বৈশিষ্ট্য :: সামাজিকীকৰণৰ উপাদান বা উপায় : সামাজিকীকৰণ প্ৰক্ৰিয়া :প্রতিযোগিতাৰ সংজ্ঞা প্ৰতিযোগিতাৰ বৈশিষ্ট্য : প্রতিযোগিতাৰ প্ৰকাৰ প্ৰতিযোগিতাৰ গুৰুত্ব বা উপকাৰিতা * সহযোগিতাৰ সংজ্ঞা : সহযোগিতাৰ বৈশিষ্ট্য : সহযোগিতাৰ প্ৰকাৰ: সহযোগিতাৰ গুৰুত্ব বা উপকাৰিতা : সংঘর্ষ বা সংঘাতৰ বৈশিষ্ট্য : সংঘাতৰ প্ৰকাৰ : সংঘাতৰ গুৰুত্ব বা উপকাৰিতা : সংঘাত আৰু প্ৰতিযোগিতাৰ পাৰ্থক্য সহযোগিতা আৰু সংঘাতৰ পার্থক্যঃউপযোজন বা উপযোগীকৰণ:উপযোজনৰ বৈশিষ্ট্য : উপযোজনৰ উপকাৰিতা *সমন্বয়ন বা আত্মীকৰণ : সমন্বয়ন বা আত্মীকৰণৰ বৈশিষ্ট্য : সমন্বয়ন বা আত্মীকৰণৰ উপকাৰিতা:আত্মীকৰণ আৰু উপযোজনৰ পাৰ্থক্য : সামাজিকীকৰণ প্ৰক্ৰিয়া হিচাপে শিক্ষা সামাজিকীকৰণৰ অনুষ্ঠান বা মাধ্যম: পৰিয়ালৰ বৈশিষ্ট্য: সামাজিকীকৰণৰ মাধ্যম  হিচাপে পৰিয়াল:সামাজিকীকৰণত পৰিয়ালৰ ভূমিকা : সামাজিকীকৰণত বিদ্যালয়ৰ ভূমিকা : সামাজিকীকৰণত সমাজৰ ভূমিকা *শিশুৰ সামাজিকীকৰণত ওচৰ-চুবুৰীয়াৰ ভূমিকা:সামাজিকীকৰণত সমনীয়া দলৰ ভূমিকা *সমনীয়া দলৰ বেয়া প্ৰভাৱ গণ- মাধ্যম শিক্ষাৰ প্ৰকৃতি বা বৈশিষ্ট্য সামাজিকীকৰণত গণ-মাধ্যমৰ ভূমিকা: সামাজিক মাধ্যমৰ ভূমিকা বা সু-প্ৰভাৱ বা সুবিধা : সামাজিক মাধ্যমৰ বেয়া প্ৰভাৱ সামাজিকীকৰণৰ গুৰুত্ব বা প্ৰয়োজনীয়তা।


তৃতীয় অধ্যায়ঃশিক্ষা আৰু সামাজিক গতিশীলতা (Education and Social Mobility) :

* সামাজিক গতিশীলতা ;সামাজিক গতিশীলতাৰ অৰ্থ আৰু সংজ্ঞা,সামাজিক গতিশীলতাৰ বৈশিষ্ট্য; সামাজিক গতিশীলতাৰ প্ৰকাৰ ;সামাজিক গতিশীলতাত সহায় কৰা উপাদানসমূহ ;সামাজিক গতিশীলতাৰ কাৰণ ; সামাজিক গতিশীলতাৰ গুৰুত্ব ; সামাজিক গতিশীলতাৰ নেতিবাচক ফলাফল ; সামাজিক গতিশীলতাত শিক্ষাৰ ভূমিকা / শিক্ষা আৰু সামাজিক গতিশীলতা।


চতুর্থ অধ্যায়ঃ আৱেগিক আৰু ৰাষ্ট্ৰীয় সংহতি (Emotional and National Integration):

*আৱেগিক সংহতিৰ অৰ্থ ; আৱেগিক সংহতিৰ গুৰুত্ব/তাৎপৰ্য/প্রয়োজন: আৱেগিক সংহতি বৰ্দ্ধনত শিক্ষাৰ ভূমিকা :ৰাষ্ট্ৰীয় বা জাতীয় সংহতিৰ অৰ্থ :জাতীয় সংহতিৰ গুৰুত্ব/ জাতীয় সংহতিৰ প্ৰয়োজনীয়তা : জাতীয় (ৰাষ্ট্ৰীয়) সংহতি স্থাপনৰ নীতি : জাতীয় সংহতিৰ সমস্যা : জাতীয় বা ৰাষ্ট্ৰীয় সংহতি শক্তিশালী কৰাৰ উপায় বা জাতীয় সংহতিৰ বাবে ল'বলগীয়া শৈক্ষিক ব্যৱস্থা বা জাতীয় সংহতি সাধনত শিক্ষাৰ ভূমিকা : জাতীয় সংহতি আৰু ভাৰতীয় গণতন্ত্র।


পঞ্চম অধ্যায়ঃ আন্তর্জাতিকীকৰণ (Internationalisation):

*পটভূমি * আন্তর্জাতিকীকৰণৰ অৰ্থ : আন্তর্জাতিকীকৰণৰ গুৰুত্ব আন্তর্জাতিকতাবাদ বা আন্তর্জাতিক বুজাপৰা আন্তর্জাতিক বুজা-পৰাৰ প্ৰয়োজন বা প্ৰাসংগিকতা: আন্তর্জাতিক বুজা-পৰা স্থাপনৰ ক্ষেত্ৰসমূহ বা আন্তর্জাতিক বুজা-পৰা বৃদ্ধিৰ উৎস বা আন্তর্জাতিক বুজা-পৰা বৃদ্ধিৰ মূল কাৰণ * আন্তর্জাতিক বুজা-পৰাৰ ক্ষেত্ৰত গ্ৰহণযোগ্য নীতিসমূহ বা আন্তর্জাতিক বুজাপৰাৰ বাবে শৈক্ষিক নীতিসমূহ আন্তর্জাতিকীকৰণত বা আন্তর্জাতিক বুজা-পৰাৰ বাবে শিক্ষা ব্যৱস্থা বা আন্তর্জাতিকতাবাদৰ বাবে শিক্ষাৰ ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থা: উচ্চ শিক্ষানুষ্ঠানৰ ভূমিকা।

ষষ্ঠ অধ্যায়ঃ শিক্ষা আৰু আধুনিকীকৰণ (Education and Modernisation): 

• আধুনিকীকৰণৰ অৰ্থ : আধুনিকীকৰণৰ বৈশিষ্ট্য বা চৰিত্ৰ:আধুনিকীকৰণৰ নিৰ্দেশক/কাৰক: আধুনিকীকৰণ আৰু শিক্ষাৰ প্ৰয়োজনীয়তা:আধুনিকীকৰণ আৰু শিক্ষাৰ বিকাশ বা শৈক্ষিক বিকাশত আধুনিকীকৰণৰ প্ৰভাৱ বা শিক্ষা আৰু আধুনিকীকৰণৰ সম্পৰ্ক।

সপ্তম অধ্যায়ঃ শিক্ষা আৰু সামাজিক পৰিৱৰ্তন (Education and Social Change):

সামাজিক পৰিৱৰ্তনৰ অৰ্থ ; সামাজিক পৰিৱৰ্তনৰ প্ৰকৃতি আৰু বৈশিষ্ট্য : সামাজিক পৰিৱৰ্তনৰ কাৰণ বা উপাদানসমূহ সামাজিক পৰিৱৰ্তন আৰু সাংস্কৃতিক পশ্চাৎ বা ব্যৱধান সাংস্কৃতিক পশ্চাতৰ কাৰণ: শিক্ষা আৰু সামাজিক পৰিৱৰ্তনৰ সম্বন্ধ / শিক্ষা আৰু সামাজিক পৰিৱৰ্তন সামাজিক পৰিৱৰ্তনৰ মাধ্যম :ঘৰ বা পৰিয়াল:বিদ্যালয় জনসংযোগৰ মাধ্যম।

অষ্টম অধ্যায়ঃ শিক্ষা আৰু সাংস্কৃতিক পৰিৱৰ্তন (Education and Cultural Change) :

সংস্কৃতিৰ অৰ্থ : সংস্কৃতিৰ সংজ্ঞা সংস্কৃতিৰ বৈশিষ্ট্যসংস্কৃতিৰ উপাদান: সামাজিক মানদণ্ডৰ বৈশিষ্ট্য সামাজিক মানদণ্ড বা আদৰ্শৰ প্ৰকাৰঃ সামাজিক মানদণ্ডৰ প্রয়োজনীয়তা লোকাচাৰৰ বৈশিষ্ট্য:লোকৰীতিৰ বৈশিষ্ট্য লোকৰীতিৰ প্ৰকাৰ সাংস্কৃতিক পশ্চাৎংঃমানুহৰ সামাজিক জীৱনত সংস্কৃতিৰ গুৰুত্ব:সাংস্কৃতিক পৰিৱৰ্তন:সাংস্কৃতিক পৰিৱৰ্তনৰ উপাদান: সাংস্কৃতিক পৰিৱৰ্তন আৰু সামাজিক পৰিৱৰ্তনৰ সম্বন্ধসাংস্কৃিতিক পৰিৱৰ্তনত শিক্ষাৰ ভূমিকা / শিক্ষা আৰু সংস্কৃতিশিক্ষা আৰু সংস্কৃতিঃশিক্ষা আৰু উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক পৰিৱৰ্তন : উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক পৰিৱৰ্তনত শিক্ষাৰ ভূমিকা।


নৱম অধ্যায়ঃ শিক্ষা আৰু অৰ্থনৈতিক উন্নয়ন (Education and Economic Development):

অৰ্থবিজ্ঞান বা অৰ্থনীতিৰ অৰ্থ অৰ্থবিজ্ঞানৰ সংজ্ঞা:অৰ্থবিজ্ঞানৰ প্ৰকৃতি: অৰ্থবিজ্ঞানৰ পৰিসৰ:শিক্ষাৰ অৰ্থনৈতিক দিশঃশিক্ষা আৰু অৰ্থনীতিৰ সম্বন্ধ:শিক্ষাৰ সৈতে অৰ্থনীতিৰ সাদৃশ্য ;অর্থনৈতিক উন্নয়নৰ অৰ্থ; অর্থনৈতিক উন্নয়নৰ বৈশিষ্ট্য; অর্থনৈতিক উন্নয়নৰ সূচকসমূহ ; অর্থনৈতিক উন্নয়নৰ স্তৰবোৰ; এখন দেশৰ অৰ্থনৈতিক উন্নয়নত প্ৰভাৱ পেলোৱা উপাদানসমূহ; ভাৰতৰ অৰ্থনৈতিক উন্নয়নত শিক্ষাৰ ভূমিকা;শিক্ষা আৰু অর্থনৈতিক উন্নয়ন ; উন্নয়নৰ উৎস বা নির্দেশক হিচাপে শিক্ষা ; অর্থনৈতিক বিকাশৰ আহিলা হিচাপে শিক্ষা ; অর্থনৈতিক উন্নয়নৰ হেঙাৰস্বৰূপে শিক্ষা ব্যৱস্থাত থকা সমস্যাসমূহ; সমস্যা সমাধানৰ উপায়।


দশম অধ্যায়ঃ শিক্ষা আৰু মানৱ সম্পদ বিকাশ (Education and Human Resource Development):

মানৱ সম্পদ বিকাশৰ অৰ্থ ; মানৱ সম্পদ বিকাশৰ উদ্দেশ্য তথা লক্ষ্য ;মানৱ সম্পদৰ বিকাশৰ কাৰ্যাৱলী; মানৱ সম্পদ বিকাশৰ উপাদানসমূহ ; মানৱ সম্পদ বিকাশত শিক্ষাৰ ভূমিকা বা মানৱ সম্পদ বিকাশৰ আহিলা স্বৰূপে শিক্ষা ; মানৱ সম্পদ বিকাশৰ কৌশল ;  মানৱ সম্পদৰ বিকাশৰ পন্থা ; সামাজিক চাহিদা পন্থা ; প্ৰত্যাগমন হাৰৰ পন্থা ; মানৱ শক্তি প্রয়োজনীয়তা পন্থা পৰিকল্পনা পন্থা মানৱ সম্পদৰ বিকাশৰ বাবে ল'বলগীয়া শৈক্ষিক ব্যৱস্থা ; শিক্ষা আৰু মানৱ সম্পদ বিকাশৰ প্ৰক্ৰিয়া ; মানৱ সম্পদ বিকাশৰ কৌশলৰ সফল ৰূপায়ণৰ সমস্যা।


একাদশ অধ্যায়ঃ শিক্ষা আৰু সামাজিক দল (Education and Social Group):

সামাজিক দলৰ অৰ্থ দলৰ বৈশিষ্ট্য : সামাজিক দলৰ প্ৰকাৰ: প্রাথমিক দল:প্রাথমিক দলৰ বৈশিষ্ট্যব্যক্তি আৰু সমাজৰ বাবে প্ৰাথমিক দলৰ গুৰুত্ব : মাধ্যমিক দল: মাধ্যমিক দলৰ বৈশিষ্ট্য: মাধ্যমিক দলৰ গুৰুত্ব প্রাথমিক আৰু মাধ্যমিক দলৰ পাৰ্থক্য:অন্তৱৰ্তী আৰু বহিৱৰ্তী দলঃঅন্তৱৰ্তী দলঃঅন্তৱৰ্তী দলৰ বৈশিষ্ট্য:বহিৱৰ্তী সমূহঃ সাদৃশ্য দল প্রসংগ দল বা সন্দর্ভ দল।


দ্বাদশ অধ্যায়ঃ ভাৰতীয় সমাজৰ সামাজিক অসুবিধা আৰু অসমতা (Social disadvantages and Inequality in Indian Society) :

*সামাজিক অসুবিধাৰ অৰ্থ ; সামাজিক অসুবিধা বা সামাজিক সমস্যাৰ বৈশিষ্ট্য ; সামাজিক অসুবিধাৰ কাৰণ ; ভাৰতীয় সমাজৰ সামাজিক অসুবিধা বা সমস্যাসমূহ ; সামাজিক অসমতা: সামাজিক অসমতাৰ অৰ্থ সামাজিক অসমতাৰ বৈশিষ্ট্য সামাজিক অসমতাৰ প্ৰকাৰ।

ত্রয়োদশ অধ্যায়ঃ ভাৰতীয় সমাজৰ সামাজিকভাৱে আৰু অৰ্থনৈতিকভাৱে পিছপৰা অংশৰ বাবে

শিক্ষা (Education for socially and economically disadvantaged section of the Indian society):

• সামাজিক আৰু অৰ্থনৈতিকভাৱে পিছপৰা লোকসকলৰ শিক্ষাৰ ক্ষেত্ৰত সমস্যাসমূহ: সামাজিক আৰু অর্থনৈতিকভাৱে পিছপৰাসকলৰ বাবে শিক্ষাৰ ব্যৱস্থা তথা সমাজৰ সামাজিক আৰু অৰ্থনৈতিকভাৱে পিছপৰা লোকসকলৰ শিক্ষাৰ ক্ষেত্ৰত থকা সমস্যাসমূহ সমাধানৰ উপায়:অনুসূচীত জাতিৰ বাবে শিক্ষা:অনুসূচীত জাতিৰ সংজ্ঞা: অনুসূচীত জাতিৰ সামাজিক আৰু অর্থনৈতিক সমস্যা অনুসূচীত জনজাতি অনুসূচীত জনজাতিৰ সমস্যা অনুসূচীত জাতি আৰু জনজাতিৰ শিক্ষা আৰু সংবিধানিক ব্যৱস্থা:অনুসূচীত জাতিৰ বাবে শিক্ষা১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যোগেদি গ্ৰহণ কৰা অনুসূচীত জাতিৰ শিক্ষা আঁচনি: অনুসূচীত জনজাতিৰ বাবে শিক্ষা অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা:অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ শিক্ষাৰ ক্ষেত্ৰত থকা সমস্যা সমাধানৰ উপায় অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ শৈক্ষিক বিকাশত শিক্ষকৰ ভূমিকা:ভাৰতত স্ত্রী-শিক্ষাৰ ঐতিহাসিক পটভূমি : স্ত্ৰী-শিক্ষাৰ প্ৰয়োজনীয়তা আৰু তাৎপর্যঃস্ত্ৰী-শিক্ষাৰ বিকাশৰ দিশত ৰাষ্ট্ৰীয় আয়োগ আৰু কমিটিবোৰৰ পৰামৰ্শসমূহ স্ত্ৰী-শিক্ষাৰ সমস্যাঃ স্ত্রী-শিক্ষাত দেখা দিয়া সমস্যা সমাধানৰ উপায় : গ্রামাঞ্চলৰ জনসাধাৰণৰ বাবে শিক্ষা গ্ৰামাঞ্চলৰ জনসাধাৰণ বা গ্ৰাম্য সমাজৰ বৈশিষ্ট্য : গ্রামাঞ্চলৰ জনসাধাৰণৰ সমস্যাগ্রামাঞ্চলৰ জনসাধাৰণৰ বাবে শিক্ষাগ্রামাঞ্চলৰ জনসাধাৰণৰ শিক্ষাৰ সমস্যাগ্রামাঞ্চলৰ জনসাধাৰণৰ শিক্ষা সম্বন্ধীয় সমস্যা সমাধানৰ উপায় ।

চতুর্দশ অধ্যায়ঃ শিক্ষাত ন্যায্যতা, সমতা আৰু প্ৰৱেশ (Equity, Equality and Access in Education) :

: ন্যায্যতা ধাৰণা: সমতাৰ ধাৰণা: শিক্ষাত সমতাৰ ধাৰণা : শিক্ষাত সমতাৰ প্ৰয়োজনীয়তা বা শৈক্ষিক সুবিধাৰ সম বিতৰণৰ প্ৰয়োজনীয়তা : শৈক্ষিক সুবিধাৰ সম-বিতৰণৰ তাৎপৰ্য তথা উদ্দেশ্য:শৈক্ষিক সুবিধাৰ অসমতাৰ কাৰণ বা শিক্ষাৰ ক্ষেত্ৰত অসমতাৰ কাৰণ বা কেনেকৈ শৈক্ষিক সুবিধাৰ অসমতাৰ উদ্ভৱ হয়:শৈক্ষিক সুবিধাৰ ক্ষেত্ৰত থকা অসমতা

দূৰীকৰণৰ উপায় বা শিক্ষাত সমতা স্থাপনৰ উপায়শিক্ষাত নামভৰ্তিকৰণ বা প্ৰৱেশৰ ধাৰণা শিক্ষাত নামভৰ্তিকৰণৰ প্ৰয়োজন প্রাথমিক স্তৰত সাৰ্বজনীন নামভৰ্তিকৰণৰ পদক্ষেপভাৰতীয় শিক্ষাত সংৰক্ষণৰ ধাৰণা:ভাৰতীয় শিক্ষাত সংৰক্ষণ ব্যৱস্থা জাতিৰ ভিত্তিত সংৰক্ষণ ধৰ্মৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থাপকৰ অংশ (কোটা) ব্যৱস্থালিংগ পক্ষপাত অংশ:প্ৰৱাসী ভাৰতীয়ৰ বাবে সংৰক্ষণ।


পঞ্চদশ অধ্যায়ঃ শিক্ষা আৰু ৰাজনৈতিক আদর্শ (Education and Political Ideologies) :

:গণতন্ত্ৰৰ অৰ্থ / ধাৰণা গণতন্ত্ৰৰ মূল বৈশিষ্ট্যগণতন্ত্ৰৰ মূলনীতি গণতন্ত্ৰত শিক্ষাৰ বৈশিষ্ট্য / প্রকৃতি গণতান্ত্রিক শিক্ষাৰ প্ৰয়োজনীয়তা:গণতান্ত্রিক দেশৰ শিক্ষাৰ লক্ষ্য:১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত ৰাষ্ট্ৰীয় বিকাশৰ লক্ষ্যগণতান্ত্রিক মূল্যবোধ গঠনত শিক্ষাৰ ভূমিকা / শিক্ষাত গণতান্ত্রিক আদৰ্শ ৰূপায়ণৰ উপায় নতুন গণতান্ত্রিক সামাজিক আৰ্হিৰ বিকাশত শিক্ষাৰ লক্ষ্যনতুন গণতান্ত্রিক সামাজিক গাঁথনি বিকাশত শিক্ষাৰ ভূমিকা একনায়কত্ববাদ আৰু শিক্ষা একনায়কত্ববাদৰ অৰ্থ একনায়কত্ববাদ আৰু শিক্ষাৰ লক্ষ্য একনায়কত্ববাদত শিক্ষাৰ প্ৰকৃতি বা বৈশিষ্ট্য শিক্ষাৰ একনায়কত্ববাদী লক্ষ্যৰ সৱলতা শিক্ষাৰ একনায়কত্ববাদী লক্ষ্যৰ দুৰ্বলতাঃশিক্ষাৰ গণতান্ত্ৰিক আৰু একনায়কত্ববাদৰ উমৈহতীয়া লক্ষ্যগণতন্ত্র আৰু একনায়কত্ববাদৰ পাৰ্থক্য:সাম্যবাদী ৰাজনৈতিক আদৰ্শ আৰু শিক্ষা সাম্যবাদী ৰাজনৈতিক আদর্শ বা সাম্যবাদী শাসন ব্যৱস্থাৰ বৈশিষ্ট্য সাম্যবাদী সমাজ ব্যৱস্থাত শিক্ষাৰ প্ৰকৃতি বা বৈশিষ্ট্য:সাম্যবাদী ৰাজনৈতিক আদৰ্শত শিক্ষাৰ লক্ষ্য সাম্যবাদী ৰাজনৈতিক আদৰ্শৰ শিক্ষাৰ সীমাবদ্ধতা সাম্যবাদ আৰু শিক্ষাচীনৰ শিক্ষা ব্যৱস্থা : ধৰ্মনিৰপেক্ষ সমাজৰ বাবে শিক্ষা: ধৰ্মনিৰপেক্ষ শিক্ষা বা ধৰ্মনিৰপেক্ষ সমাজৰ বাবে শিক্ষা আৰু ভাৰতীয় সংবিধান ধৰ্মনিৰপেক্ষ সমাজৰ বাবে শিক্ষাৰ অৰ্থ ধৰ্মনিৰপেক্ষ সমাজৰ বাবে শিক্ষা বা ধৰ্মনিৰপেক্ষ শিক্ষাৰ বৈশিষ্ট্য *ধৰ্মনিৰপেক্ষ শিক্ষাৰ উদ্দেশ্যধৰ্মনিৰপেক্ষ সমাজত শিক্ষাৰ ভূমিকা / ধৰ্মনিৰপেক্ষ সমাজৰ বাবে শিক্ষা ব্যৱস্থা ধৰ্মনিৰপেক্ষ শিক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ সমস্যা।





Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)