ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

ভূল বাক্যৰ শুধৰণি -দশম শ্ৰেণী -অসমীয়া ব্যাকৰণ -SEBA - CLASS X

Admin
6
অৰ্থ প্ৰকাশক শব্দ সমষ্টিয়ে বাক্য হ'লেও সেই  বাক্য লেখোঁতে শব্দৰ বানান , ৰূপ গঠন আদিও শুদ্ধ হ'ব লাগিব ৷ কোৱা কথা (বাক্য)তকৈ লিখা বাক্য শুদ্ধ হোৱা উচিত ৷ 
দশম শ্ৰেণীৰ অসমীয়া ভাষা প্ৰশ্নকাকতত 'ভুল বাক্যৰ শুধৰণি ' কৰিবলৈ আহে ৷ গতিকে ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ৰ উদ্দেশ্য বিগত বৰ্ষত অহা 'ভুল বাক্যৰ শুধৰণি' খণ্ডৰ পৰা  সকলোবোৰ  প্ৰশ্ন-উত্তৰ দিয়া হৈছে ৷ 


ASSAMESE SOLUTION , SEBA SOULTION
STUDENTS BUSY AT STUDY 


১/ মই ভাত খাই  স্কুল  গ'লো ৷ 

উত্তৰ ঃ মই  ভাত খাই  স্কুললৈ  গ'লো ৷ 

২/ তোমাৰ  দেউতাই  কিয়  চাহ নাখাই  ৷

উত্তৰঃ তোমাৰ  দেউতাৰাই   কিয়  চাহ নাখাই  ৷

৩/ এতিয়া  বজাৰ  যাম ৷ 

উত্তৰঃ এতিয়া বজাৰলৈ  যাম ৷ 


৪/ ৰংবং অহাকালি ডিফুলৈ  যাব ৷ 

উত্তৰঃ ৰংবং কাইলৈ  ডিফুলৈ  যাব ৷ 

৫/ তোমাৰ  মা  ঘৰত  আছেনে ? 

উত্তৰঃ তোমাৰ মাৰা  ঘৰত  আছেনে ? 

৬/ চাৰ্যেসিং  কালি  হামৰেঙলৈ যাব ৷ 

উত্তৰঃ চাৰ্যেসিং  কাইলৈ   হামৰেঙলৈ যাব ৷ 

৭/ সভাখন  গাম্ভীৰ্যতাপূৰ্ণ হৈছিল ৷ 

উত্তৰঃ সভাখন গাম্ভীৰ্যপূৰ্ণ  হৈছিল ৷

৮/ তোমাৰ  দেউতা  ঘৰত  আছেনে ? 

উত্তৰঃ তোমাৰ দেউতাৰা  ঘৰত  আছেনে ? 

৯/ আমি  বজাৰ  যাম ৷ 

উত্তৰঃ আমি  বজাৰলৈ  যাম ৷ 

১০/ চাৰিটা   বজাৰ  লগে  লগে  আমি  যাম ৷ 

উত্তৰঃ চাৰি  বজাৰ  লগে  লগে  আমি  যাম ৷ 

১১/ তুমি  যাবানে  নাই ? 

উত্তৰঃ 


১২/ মই দশমমান শ্ৰেণীত পঢ়ো ৷

উত্তৰঃ মই  দশম  শ্ৰেণীত পঢ়ো ৷ 

১৩/ শেৱালি  ফুল  ৰাতি ফুটে ৷ 

উত্তৰঃ শেৱালি ফুল ৰাতি ফুলে ৷ 

১৪/ তোমাৰ  মামা ঘৰত  আছেনে ? 

উত্তৰঃ 

১৫/ মোৰ মূৰ  বিষাইছে ৷

উত্তৰঃ মোৰ মূৰটো  বিষাইছে ৷

১৬/ কালি এটা বজাত আহিবা ৷

উত্তৰঃ কাইলৈ এক বজাত আহিবা ৷ 

১৭/ভেঁটফুল ৰাতি ফুটে ৷

উত্তৰঃ ভেঁটফুল ৰাতি ফুলে ৷ 

১৮/কাইলৈ মই গুৱাহাটি  যাম ৷

উত্তৰঃ কাইলৈ মই গুৱাহাটিলৈ  যাম ৷

১৯/ এতিয়া তিনিটা  বাজিছে ৷

উত্তৰঃ এতিয়া তিনি বাজিছে ৷ 


২০/ সি মোক গালি দিছে ৷

উত্তৰঃ সি মোক গালি  পাৰিছে ৷ 

২১/ প্ৰধান শিক্ষকক লগ কৰি কথাটো জানি আহিবা ৷

উত্তৰঃ 

২২/ল'ৰাজন এইমাত্ৰ ঘৰত গ'ল 

উত্তৰঃ ল'ৰাজন এইমাত্ৰ ঘৰলৈ গ'ল ৷ 

২৩/ তাৰ মূৰ বিষাইছে ৷

উত্তৰঃ তাৰ মূৰটো বিষাইছে ৷

২৪/ মই এতিয়া বজাৰ যাম ৷

উত্তৰঃ মই এতিয়া বজাৰলৈ যাম ৷

২৫/ আজি বাৰটা বজাত পৰীক্ষা শেষ হ'ল ৷

উত্তৰঃ আজি বাৰ বজাত পৰীক্ষা শেষ হ'ল ৷


2৬/ কালি এবাৰ আহিবাচোন ৷

উত্তৰঃ কাইলৈ এবাৰ আহিবাচোন ৷

২৭/ কাণী বুঢ়িটো মৰিল ৷

উত্তৰঃ কাণী বুঢ়িটো ঢুকাল ৷

২৮/ সেয়া তোমাৰ দেউতা ৷

উত্তৰঃ সেয়া তোমাৰ দেউতাৰা ৷

২৯/ তাৰ চকু উঠিছে ৷

উত্তৰঃ   তাৰ চকু নামিছে ৷ 

৩০/ তেওঁ সিংহাসনত আহৰণ কৰিলে ৷ 

উত্তৰঃ 

৩১/ বৰুৱাৰ ৰচনাৰ ভাষাবোৰ শুৱলা ৷

উত্তৰঃ 

৩২/ এইখন দশম মান শ্ৰেণীৰ পাঠ্য ৷

উত্তৰঃ এইখন দশম  শ্ৰেণীৰ পাঠ্য  ৷ 

৩৩/ মই এতিয়া বজাৰ যাওঁ 

উত্তৰঃ মই এতিয়া বজাৰলৈ যাওঁ ৷ 

৩৪/ তুমি দশমমান শ্ৰেণীত পঢ়া ৷

উত্তৰঃ তুমি দশম শ্ৰেণীত পঢ়া ৷

৩৫/  ভাত খাই স্কুল গ'ল  ৷

উত্তৰঃ  ভাত খায়  স্কুললৈ গ'ল 

৩৬/ এতিয়া দহটা  বাজিছে ৷ 

উত্তৰঃ এতিয়া দহ বাজিছে ৷ 

৩৭/ ভাত খাই স্কুল  যাবা ৷ 

উত্তৰঃ ভাত খায় স্কুললৈ  যাবা ৷ 

৩৮/ তুমি বজাৰ যাবানে ?

উত্তৰঃ তুমি বজাৰলৈ যাবানে ?

৩৯/ তুমি  ভাত খাই স্কুল  যাবা ৷

উত্তৰঃ তুমি ভাত খায় স্কুললৈ  যাবা ৷ 

৪০/ তুমি বজাৰ  যাবানে ? 

উত্তৰঃ তুমি বজাৰলৈ  যাবানে ?

৪১/ ভাত খাই স্কুল যাবা ৷

উত্তৰঃ ভাত খাই স্কুললৈ যাবা ৷

৪২/ সি কলিকতাত  যাব ৷

উত্তৰঃ সি কলিকতালৈ যাব ৷ 

৪৩/ তুমি মোক কিয় এইদৰে গালি দিছা ?

উত্তৰঃ  তুমি মোক কিয় এইদৰে গালি পাৰিছা  ?

৪৪/ মই তোমাক ৰখি থাকিম ৷

উত্তৰঃ মই তোমাক অপেক্ষা কৰিম  ৷

৪৫/ মই  কালি তেজপুৰ যাম ৷ 


উত্তৰঃ মই  কাইলৈ তেজপুৰলৈ যাম ৷ 

৪৬/ তোমাৰ দেউতা  আহিছে ৷ 

উত্তৰঃ তোমাৰ দেউতাৰাই  আহিছে ৷ 

৪৭/  বিহুত তোমাক গামোছা এখন পঠিয়াম 

উত্তৰঃ বিহুত তোমাক গামোছা এখন 

৪৮/ তুমি কালি যেনে তেনে যাবা ৷

উত্তৰঃ তুমি কাইলৈ যেনে তেনে যাবা ৷ 























Post a Comment

6Comments

Please don't use spam link in the comment box.

  1. তুমি,মই আৰু তেওঁ গৈছিলো । বাক্যটো শুদ্ধ কৰিব লাগে...?

    ReplyDelete
    Replies
    1. তেওঁ,তুমি আৰু মই যাম ।

      Delete
    2. তেওঁ,তুমি আৰু মই যাম।

      Delete
  2. মিচাকৈ আসৈ মাতিছ কিয়

    ReplyDelete
Post a Comment